স্বাস্থ্য

স্বাস্থ্য (ইংৰাজী: Health) হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা। কাৰ্যকৰী মূল্য নথকা আৰু পূৰ্ণাংগ শব্দটোৱে সৃষ্টি কৰা সমস্যাৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধত নহয়।

স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতিকাৰ আৰু সুস্বাস্থ্যৰ বাবে বিজ্ঞানসন্মত ক্ৰিয়াকলাপ উপলব্ধ কৰোৱাই। পশুচিকিৎসা বিজ্ঞান অন্য প্ৰাণীসমূহৰ স্বাস্থ্য ৰক্ষাৰ সৈতে জড়িত। ব্যক্তিৰ পাৰিপাৰ্শিক, স্বাস্থ্যত প্ৰভাৱ পেলোৱা অন্য কিছুমান কাৰক, যেনে- তেওঁলোকৰ পৃষ্ঠভূমি, জীৱন শৈলী, আৰু আৰ্থিক তথা সামাজিক অৱস্থা, আৰু আধ্যাত্মিকতা আদিয়ে স্বাস্থ্য নিৰ্ধাৰণ কৰে। অধ্যয়নৰ পৰা জনা গৈছে যে অতি মাত্ৰা দূঃচিন্তাই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়।

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

টোকা

১. WHO definition of Health- "a state of complete physical, mental, and social well-being and not merely the absence of disease or infirmity".


বহিঃসংযোগ

Tags:

স্বাস্থ্য তথ্য সংগ্ৰহস্বাস্থ্য বহিঃসংযোগস্বাস্থ্যইংৰাজী ভাষাবিশ্ব স্বাস্থ্য সংস্থা

🔥 Trending searches on Wiki অসমীয়া:

পোহৰনিৰুপমা বৰগোহাঞিশিক্ষাৰ অধিকাৰধেমাজিঅসমৰ মুখা শিল্পব্যাকৰণৰুদ্ৰেশ্বৰ দেৱালয়শব্দ প্ৰদূষণপাইথাগোৰাছৰ উপপাদ্যৰমন্যাসবাদভাৰতআমাৰ অসমনাট্য শাস্ত্ৰস্বদেশী আন্দোলনসিন্ধু সভ্যতাঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমৰ সত্ৰসমূহৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীএৰিষ্ট'টলনাহৰৰ গীতপাইথেগাৰাছদীৰ্ঘেশ্বৰী দেৱালয়লোক-নৃত্যকছাৰী ৰাজ্যকাৰ্ল মাৰ্ক্সদৰিদ্ৰতাথমাছ আলভা এডিচনজেতুকাউইলিয়াম শ্বেইকছপীয়েৰদৰং জিলাকেঁচুকোচ ৰাজবংশনিৰ্ম্মল ভকতকাৰ্বি জনগোষ্ঠীঅন্নপ্ৰাশনজীৱনীমহামায়া ধামভাৰতত মহিলা শিক্ষাশ্ৰীনিবাস ৰামানুজনস্বৰাজতলাতল ঘৰআয়তক্ষেত্ৰপৰিৱেশ অধ্যয়নবিহুমোৰো এটা সপোন আছেহুঁচৰিঅসমীয়া যুক্তাক্ষৰঅসমৰ পৰম্পৰাগত সাজ- পাৰভাৰতীয় জনতা পাৰ্টিপৰ্যাবৃত্ত তালিকামৌলিক সংখ্যাঅযোধ্যা (পৌৰাণিক নগৰ)সালোক সংশ্লেষণঅসমীয়া গীতি সাহিত্যমহিম বৰাসংস্কৃত সাহিত্যশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাসৰ্বশিক্ষা অভিযানবৰ্ণালী কলিতাবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাকালিদাসঅসমৰ পৰম্পৰাগত সাজ-পাৰবায়ু প্ৰদূষণগৰুহাজোমহাভৈৰৱ মন্দিৰআনন্দ চন্দ্ৰ আগৰৱালাজল প্ৰদূষণইউক্লিডমহেন্দ্ৰ বৰাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাআউনীআটী সত্ৰশ্ৰী শ্ৰী বটদ্ৰৱা থানবৰগীত🡆 More