উভচৰ প্ৰাণী

উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।

উভচৰ প্ৰাণী
এবিধ গছত থকা ভেকুলী
উভচৰ প্ৰাণী
একটি সালামাণ্ডাৰ
উভচৰ প্ৰাণী
এটা ছিছিলিয়ান
World's smallest vertebrate
The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale

উভচৰ প্ৰাণী

পানী ভেকুলী(Rana),চুক ভেকুলী(Bufo),হাইলা(Hyla),এলাইটিছ(Alytes),এম্ফিউমা(Amphiuma),ট্ৰাইটন(Triton),এম্বিষ্ট'মা(Ambystoma) ইত্যাদি।


বৈশিষ্ট্যসমূহ

  1. এই প্ৰাণীবোৰে জীৱনৰ এছোৱা কাল পানীত আৰু আনছোৱা বামত বাস কৰে।
  2. দেহৰ ছালখন সেমেকা(moist),গ্ৰন্থিযুক্ত আৰু বাকলিহীন।
  3. দেহত যুগ্মফান নাথাকে। চলনক্ৰিয়াৰ বাবে বা সাঁতোৰাৰ বাবে দুযোৰ ভৰি থাকে (ছিছিলিয়ানৰ ক্ষেত্ৰত ভৰি নাথাকে,চাইৰেনিডিৰ ক্ষেত্ৰত পুচ্ছপদ নাথাকে)।
  4. প্ৰত্যেক ভৰিত ৫টাকৈ নখ থাকে। পশ্চপদ পতাযুক্ত।
  5. এযোৰ চকু থাকে। চকু,চকুপতাৰ দ্বাৰা ৰক্ষিত।
  6. বহি:কফণপটহ(ear drum) থাকে আৰু ই মাৰিসদৃশ কলুমেলা(columella) ৰ দ্বাৰা অন্ত:কৰ্ণৰ লগত সংযুক্ত।
  7. মুখত সৰু সৰু দাঁত থাকে। কোনো কোনো ক্ষেত্ৰত জিভা বহি:সাৰী।
  8. কংকাল অস্থিযুক্ত। লাওখোলাত দুটা অক্সিপিটেল প্ৰবৰ্ধ থাকে।
  9. হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। তিনিযোৰ ধমনীয় ধনু থাকে। লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত।
  10. শ্বাসক্ৰিয়া ফুল,হাঁওফাঁও আৰু ছালৰ দ্বাৰা সম্পাদিত হয়। স্বৰযন্ত্ৰ(vocal cord) থাকে।
  11. কৰোটি স্নায়ু(cranial nerve) ৰ সংখ্যা দহযোৰ।
  12. ডিম্বজ(oviparous) প্ৰাণী। কণীত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক। বৰ্ধন পৰোক্ষ।।




তথ্য সংগ্ৰহ



বাহ্যিক সংযোগ

Tags:

উভচৰ প্ৰাণী উভচৰ প্ৰাণী বৈশিষ্ট্যসমূহউভচৰ প্ৰাণী তথ্য সংগ্ৰহউভচৰ প্ৰাণী বাহ্যিক সংযোগউভচৰ প্ৰাণীইংৰাজী ভাষাপ্ৰাণীবছৰ

🔥 Trending searches on Wiki অসমীয়া:

বিহুৰ খাদ্যসূৰ্যশৰৎচন্দ্ৰ চট্টোপাধ্যায়বৰষুণৰামধেনু (আলোচনী)পোৱামক্কামৌলিক সংখ্যাশৰাইঘাট দলংমিৰি জীয়ৰীনাৰীবাদআজান পীৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সাহিত্যৰ সমাজতত্ত্বযুধিষ্ঠিৰচক্ৰধ্বজ সিংহ (নাটক)অভিযাত্ৰীঅন্নপ্ৰাশনঅসমীয়া লোক-সংস্কৃতিসাঁথৰপিম্পৰা গুচোৱাঅসমৰ জিলাসমূহধেমাজি জিলাসাগৰ দেখিছা (কবিতা সংকলন)এশিঙীয়া গঁড়বকুল ফুলৰ দৰে (গ্ৰন্থ)পূৰবী বৰমুদৈ২৬ এপ্ৰিলগোৱালপৰীয়া লোকগীতভাৰতৰ ৰাষ্ট্ৰপতিজামুগুৰিহাটজ্যোতিপ্ৰসাদ আগৰৱালাৰংঘৰশিৱবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণকালিদাসবিচূৰ্ণীভৱনবিৰিঞ্চি কুমাৰ বৰুৱাবিপৰীতাৰ্থক শব্দহিমন্ত বিশ্ব শৰ্মাপিয়লি ফুকনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবহনক্ষম ভূমি ব্যৱস্থাপনাশৰীৰস্থানস্বাভাৱিক সংখ্যাপলাশীৰ যুদ্ধকীৰ্তন-ঘোষাতিৱা জনগোষ্ঠীজৈন ধৰ্মউৎসৱআন্তৰ্জাতিক শ্ৰমিক দিৱসতৎসমবাণীকান্ত কাকতিগুৰু আসনএহাত ডাবাইষ্ট ইণ্ডিয়া কোম্পানীকৃষ্ণদ্বিতীয় বিশ্বযুদ্ধলক্ষ্মীনন্দন বৰাকোচ ৰাজবংশীহৃদযন্ত্ৰসংশয় ব্যৱস্থাপনাগণেশশচীন তেণ্ডুলকাৰঅংগৰাগ মহন্তৰামধেনুঅনাভেদী যৌনক্ৰিয়াজয় দৌলভাৰত-ইউৰোপীয় ভাষা পৰিয়ালকুলিবড়ো ভাষাসত্যাগ্ৰহভৌতিক সংস্কৃতিশোণিত কুঁৱৰীঅৰূপা পটংগীয়া কলিতা🡆 More