১৩ আগষ্ট: তাৰিখ

১৩ আগষ্ট (ইংৰাজী: 13 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৫তম (অধিবৰ্ষত ২২৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৭৮৪ - ভাৰতত প্ৰশাসনিক সংস্কাৰ বাবে পিটছ ইণ্ডিয়া বিধেয়ক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হৈছিল।
  • ১৯৫৬ - লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
  • ২০০৪ - গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।

জন্ম

  • ১৮৪৮ - ৰমেশ চন্দ দত্ত, ইংৰাজী আৰু বাংলা ভাষাৰ প্ৰসিদ্ধ লেখক আৰু ইতিহাসবিদ।
  • ১৮৬৩ - গংগাপ্ৰসাদ বাৰ্মা, স্বাধীনতা সংগ্ৰামী আৰু প্ৰসিদ্ধ ভাৰতীয় ৰাজনীতিবিদ।
  • ১৮৭২ - ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটৰ, প্ৰখ্যাত জাৰ্মান বিজ্ঞানী। তেওঁ ১৯১৫ চনত ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল।
  • ১৮৮৮ - জন ল'গী বেয়াৰ্ড, টেলিভিছনৰ উদ্ভাৱক।
  • ১৯১২ - ছালভাডোৰ এডৱাৰ্ড লুৰিয়া(ইংঃ Salvador Edward Luria), নোবেল বঁটা বিজয়ী আমেৰিকান চিকিৎসক।
  • ১৯১৮ - ফ্ৰেডৰিক ছেংগাৰ, ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (১৯৫৮ বৰ্ষৰ) বিজয়ী ব্ৰিটিছ ৰসায়নবিদ।
  • ১৯২৭ - ফিডেল কাষ্ট্ৰো, কিউবাৰ বিপ্লৱী নেতা জননায়ক।
  • ১৯৫২ - যোগিতা বালি বলিউডৰ অভিনেত্ৰী।
  • ১৯৬৩ - শ্ৰীদেৱী, বলিউডৰ প্ৰথম মহিলা মহাতাৰকা (ইংঃ Superstar) অভিনেত্ৰী।
  • ১৯৭৫ - ছোৱেইব আখটাৰ, ক্ৰিকেট খেলৰ বিশ্বৰ আটাইতকৈ বেগী বলাৰ, পাকিস্থানৰত জন্ম হৈছিল। ২০০৩ চনৰ ক্ৰিকেট বিশ্ব কাপত ইংলেণ্ডৰ বিপক্ষে ১৬১.৩ কিমি/ঘণ্টাত (১০০.২৩ মাইল/ঘণ্টা) বল দলিয়াই বিশ্ব ৰেকৰ্ড গঢ়িছিল।

মৃত্যু

  • ১৮৯১ - টিকেন্দ্ৰজিৎ, মণিপুৰৰ সেনাপতি। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত আন দুজনৰ সৈতে ইংৰাজে ফাঁচী দিছিল।
  • ১৯১০ - ফ্লোৰেন্স নাইটিংগেল, ইংৰাজ শুশ্ৰূষাকাৰী আৰু সমাজসেৱীকা।
  • ১৯৪৬ - এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক, দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন
  • ২০০০ - নাজিয়া তাছান, প্ৰখ্যাত গায়িকা।
  • ২০০৩ - ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক।
  • ২০১৮ - সোমনাথ চেটাৰ্জী, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা।

দিৱস

  • বিশ্ব অংগ দান দিৱস।
  • বিশ্ব বাওঁহতীয়া দিৱস।

অনান্য

বাহ্যিক সংযোগ



Tags:

১৩ আগষ্ট ঘটনাৱলী১৩ আগষ্ট জন্ম১৩ আগষ্ট মৃত্যু১৩ আগষ্ট দিৱস১৩ আগষ্ট অনান্য১৩ আগষ্ট বাহ্যিক সংযোগ১৩ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পাইক প্ৰথাফুটবলজলবিদ্যুৎভট্টদেৱভৃগু কুমাৰ ফুকনঅসমৰ পোক - পৰুৱাৱিকিপিডিয়াসাগৰ দেখিছা (কবিতা সংকলন)অসমৰ ৰাজ্যপালসকলৰ তালিকাঢোলব'হাগ বিহুগড়মূৰ সত্ৰয়কামৰূপ ৰাজ্যখামটি জনগোষ্ঠীধৰিত্ৰী দিৱসআৰ্যভট্টমানৱ উন্নয়ন সূচকঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলছোৱাইন ফ্লুবগেজাৰী গীতবিষ্ণুপ্ৰসাদ ৰাভাফাট বিহুমুদ্ৰামহাসাগৰমহা মৃত্যুঞ্জয় মন্দিৰডিমাছা জনগোষ্ঠীআইদেউ সন্দিকৈভূপেন হাজৰিকাঅখণ্ড সংখ্যাউত্তৰ-পূব ভাৰতশ্ৰীমন্ত শংকৰদেৱৰজনীগন্ধাভাৰতৰ সংবিধানমৌলিক সংখ্যাঅসমৰ লোকবাদ্যনৱগ্ৰহ মন্দিৰ, গুৱাহাটীমহিলাৰ বিৰুদ্ধে হিংসাবিহু নৃত্যশ্ৰীমদ্ভগৱতগীতানগাঁও জিলাবৰপেটাএকচেটীয়া বজাৰমহাভাৰতযৌন নিৰ্যাতনআলেকজেণ্ডাৰ ফ্লেমিংবৰগীতবসন্ত ৰোগগৱেষণাদুৰ্গাবিশ্ব মেলেৰিয়া দিৱসমৰুভূমিআহোম-মোগলৰ সংঘৰ্ষফাকুৱাঅংগৰাগ মহন্তঅসমৰ জিলাসমূহহাজং জনগোষ্ঠীব্ৰহ্মগুপ্তবিশেষ্য পদপুথিভঁৰালঅৰ্জুন ভঞ্জনশিক্ষাৰ অধিকাৰবিশেষ শিক্ষাসৌৰজগতমাইলছ ব্ৰনছনকৃষ্ণকান্ত সন্দিকৈদ্য টাইমছ অৱ ইণ্ডিয়াভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানঅসমীয়া সাহিত্যশিৱসাগৰ🡆 More