৩০ মে': তাৰিখ

৩০ মে' (ইংৰাজী: 30 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫০তম (অধিবৰ্ষত ১৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৫টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
  • ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷
  • ২০১৫ - কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গৱাহাটীস্থিত “ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান”ৰ স্থায়ী প্ৰাংগণৰ আধাৰশিলা কামৰূপ জিলাৰ চাংচাৰিত স্থাপন কৰে।

জন্ম

  • ১৯৫৫ - জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
  • ১৯৮০ - ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৪৩১ - জোৱান অফ আৰ্ক, এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
  • ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
  • ১৯২৩ - ভোলানাথ বৰুৱা, অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।
  • ১৯৬৫ - লুই ইয়েল্ম্‌স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
  • ১৯৮১ - জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
  • ২০১৩ - বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
  • ২০১৩ - ঋতুপৰ্ণ ঘোষ, ভাৰতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।

দিৱস

বহিঃসংযোগ


Tags:

৩০ মে' ঘটনাৱলী৩০ মে' জন্ম৩০ মে' মৃত্যু৩০ মে' দিৱস৩০ মে' বহিঃসংযোগ৩০ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ পুৰণি স্থাপত্যৰাধাগোবিন্দ বৰুৱাধানভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসৰস্বতী পূজাকোচ ৰাজবংশীৰামায়ণভাষাবিজ্ঞানএ পি জে আব্দুল কালামঅসমত দেখা পোৱা মাছৰ তালিকাবৃত্তভাৰতৰ সংবিধানগঙ্গা নদীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাক্ষজ্যোতি সংগীতমৃণাল কলিতামুহাম্মাদআহোম-মোগলৰ সংঘৰ্ষশিশু সাহিত্যহীৰেন গোহাঁইবিশ্ব গ্ৰন্থ দিৱসচৰাইহস্তমৈথুনমৌৰ্য সাম্ৰাজ্যপাতলক্ষ্মীনাথ বেজবৰুৱাসাম্যবাদতিৱা জনগোষ্ঠীকুচিয়া মাছলখিমপুৰ জিলামহাসাগৰহৰপ্পাশূন্যপিঠাৰাভা ভাষাভাৰতৰ উপৰাষ্ট্ৰপতিমহেশ্বৰ নেওগঅসমৰ জিলাসমূহভগদত্তপদ (ব্যাকৰণ)মামণি ৰয়ছম গোস্বামীতথ্য প্ৰযুক্তিভিটামিনউদাৰনৈতিকতাবাদঅসমৰ সাধুকথাপৰিমেয় সংখ্যামাধৱ কন্দলি২৫ এপ্ৰিলমহিম বৰাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহভূমি প্ৰদূষণৱিকিমিডিয়া ফাউণ্ডেশ্যনপানীশকুন্তলাহিউমাছঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাআহোম ভাষানক্ষত্ৰভাৰতমৌখিক ইতিহাসঈয়াৰুইঙ্গমগগনাসম্ৰাট অশোকহুঁচৰিউমানন্দউত্তৰ গুৱাহাটীসন্ধিঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅসমীয়া লোকসাহিত্যযোৰহাটমণিপুৰসংগীতঅসমহৰেকৃষ্ণ ডেকামাধৱদেৱঅসমৰ পৰম্পৰাগত সাজ-পাৰ🡆 More