ৱাল্ট ডিজনী

ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া। ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে। সংস্থাটোক এতিয়া ৱাল্ট ডিজনী কোম্পানী বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ।

ৱাল্ট ডিজনী
ৱাল্ট ডিজনী
১৯৫৪ চনত ৱাল্ট ডিজনী
জন্ম ৱাল্টাৰ এলিয়াচ ডিজনী
৫ ডিচেম্বৰ, ১৯০১
হাৰ্ম'চা, চিকাগ', ইলিনইচ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১৫ ডিচেম্বৰ, ১৯৬৬ (৬৫ বছৰ)
বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ সমাধি: ফৰেষ্ট লন মেমৰিয়েল পাৰ্ক, গ্লেনডেল, কেলিফৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা চলচ্চিত্ৰ প্ৰযোজক,ৱাল্ট ডিজনী কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক, পূৰ্বতে ৱাল্ট ডিজনী প্ৰডাকচন্‌চ বুলি জনাজাত
সক্ৰিয় হৈ থকা সময় ১৯২০-১৯৬৬
ৰাজনৈতিক দল ৰিপাব্লিকান দল (আমেৰিকা যুক্তৰাষ্ট্ৰ)
ধৰ্ম খ্ৰীষ্টান
দাম্পত্যসঙ্গী লিলিয়ান বাউণ্ডছ (১৯২৫-১৯৬৬)
পিতৃ-মাতৃ এলিয়াচ ডিজনীফ্ল'ৰা কল ডিজনী
সন্তান ডায়েনা মেৰী ডিজনী
শ্বেৰন মে' ডিজনী
আত্মীয়-স্বজন হাৰ্বাৰ্ট আৰ্থাৰ ডিজনী (ভ্ৰাতৃ)
ৰে'মণ্ড আৰ্নল্ড ডিজনী (ভ্ৰাতৃ)
ৰয় অলিভাৰ ডিজনী (ভ্ৰাতৃ)ৰুথ ফ্ল'ৰা ডিজনী (ভগ্নী)
ৰনাল্ড ৱিলিয়াম মিলাৰ (জোঁৱাই)
ৰবাৰ্ট বৰ্জফেল্ট ব্ৰাউন (জোঁৱাই)
ৰয় এডৱাৰ্ড ডিজনী (ভতিজা)
স্বাক্ষৰ
ৱাল্ট ডিজনী
Newman Laugh-O-Gram (1921)

এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু এনিমেছন তথা থীম পাৰ্কৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল। তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে মিকী মাউছৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল। জীৱনকালত তেওঁ চাৰিটা সন্মানজনক একাডেমী বঁটা লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি। তেওঁ সাতটা এম্মী বঁটাও লাভ কৰিছিল। তদুপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ ডিজনীলেণ্ড আৰু ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্টৰ বাহিৰেও আন্তৰ্জাতিক টকিয়' ডিজনী, ডিজনীলেণ্ড পেৰিছ আৰু ডিজনীলেণ্ড হংকংক দান কৰে।

১৫ ডিচেম্বৰ, ১৯৬৬ চনত বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়াত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি তেওঁৰ মৃত্যু হোৱাৰ পিছৰ বছৰ ফ্ল'ৰিডাত ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট স্থাপনৰ কাম আৰম্ভ হয়। তেওঁৰ ভ্ৰাতৃ ৰয় ডিজনীয়ে ১ অক্টোবৰ, ১৯৭১ চনত মেজিক কিংডম উদ্বোধন কৰে।

লগতে পঢ়ক

  • Barrier, Michael (1999). Hollywood Cartoons: American Animation in Its Golden Age. Oxford: Oxford University Press. ISBN 0-19-516729-5.
  • Broggie, Michael (1997, 1998, 2005). Walt Disney's Railroad Story. Virginia Beach, Virginia. Donning Publishers. ISBN 1-56342-009-0
  • Chytry, Josef. “Walt Disney and the Creation of Emotional Environments: Interpreting Walt Disney’s Oeuvre from the Disney Studios to Disneyland, CalArts, and the Experimental Prototype Community of Tomorrow (epcot),” Rethinking History (London), 16 (June 2012), 259–78.
  • Eliot, Marc (1994). Walt Disney: Hollywood's Dark Prince. New York: Birch Lane Press. ISBN 155972174X.
  • Gabler, Neal. Walt Disney: The Triumph of American Imagination (2006). New York, NY. Random House. ISBN 0-679-43822-X
  • Schickel, Richard, and Dee, Ivan R. (1967, 1985, 1997). The Disney Version: The Life, Times, Art and Commerce of Walt Disney. Chicago: Ivan R. Dee, Publisher. ISBN 1-56663-158-0.
  • Sherman, Robert B. and Sherman, Richard M. (1998). Walt's Time: From Before to Beyond. ISBN 0-9646059-3-7
  • Thomas, Bob (1991). Disney's Art of Animation: From Mickey Mouse to Beauty and the Beast. প্ৰকাশক New York: Hyperion. ISBN 1-56282-899-1. 
  • Watts, Steven. The Magic Kingdom: Walt Disney and the American Way of Life, University of Missouri Press, 2001, ISBN 0-8262-1379-0
  • Barrier, Michael (2008). The Animated Man: A Life of Walt Disney, University of California Press.

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

জ্যোতি সংগীতধনশিৰি নদীইতিহাসকবিতাপ্ৰাকৃতিক সম্পদপূৰবী বৰমুদৈঈয়াৰুইঙ্গমশীতল যুদ্ধদীৰ্ঘেশ্বৰী দেৱালয়গঙ্গা নদীখিলঞ্জীয়া লোকউদাৰনৈতিকতাবাদজৈৱ বৈচিত্ৰ্যমাঘ বিহুঅপৰিমেয় সংখ্যাইণ্টাৰনেটঅসমীয়া লিপিৰ বুৰঞ্জীইংৰাজী ভাষাকাৰ্বি ভাষাযুগ্ম সংখ্যাগুকেশ ডিমহাভাৰতকৰতল কমল কমল দল নয়নকমলাবাৰী সত্ৰপাৰিপাৰ্শ্বিক সংঘাতভাৰতৰ সংবিধানপুৰন্দৰ সিংহতগৰকিতাপ পঢ়াৰ আনন্দশিশু সাহিত্যবিষুৱ ৰেখাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদজুবিন গাৰ্গমুদ্ৰাজৰ্জ বেকাৰকাতি বিহুশকুন্তলা (চলচ্চিত্ৰ)জীৱনীহিমবাহগদ্যগৰু বিহুঅসমৰ কাঁহ শিল্পঅসম চুক্তিখেৰাইনুৰ জাহান (মোগল সম্ৰাজ্ঞী)আৰবী ভাষাআয়তক্ষেত্ৰৰাতি বিহুচি++ভঠেলিনক্ষত্ৰচুতীয়া ৰাজ্যপৰ্যাবৃত্ত তালিকাউমাচল শিলালিপিপুঁজিবাদৰাৱণমাৰ্চৰোমাণ্টিক কবিতানামঘোষাশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাকাল সংহতিগুৱাহাটীভাৰত ৰত্নহাতীপটিশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰুদ্ৰেশ্বৰ দেৱালয়কৃষ্ণকান্ত সন্দিকৈভাৰত-আৰ্য ভাষা পৰিয়ালকৃষ্ণচূড়াশকুন্তলাচ্যু-লিক-ফাচন্দ্ৰকুমাৰ আগৰৱালা🡆 More