হাৰ্পিছ ছিম্‌প্লেক্স

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

যৌনাংগৰ হাৰপিছ (ইংৰাজী: Herpes ) হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ (HSV-1) আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ (HSV-2) সংক্ৰমণৰ ফলত হয়।

হাৰ্পিছ ছিম্‌প্লেক্স
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
হাৰ্পিছ ছিম্‌প্লেক্স
Herpes labialis of the lower lip. Note the blisters in a group marked by an arrow.
আই.চি.ডি.-10 A60, B00, G05.1, P35.2
আই.চি.ডি.-9 054.0, 054.1, 054.2, 054.3, 771.2
ডিজিজেছ ডে'টাবে'ছ 5841 সাঁচ:DiseasesDB2
ইমেডিচিন med/1006
MeSH D006561

সংক্ৰমণ

যৌনাংগত HSV-2ৰ সংক্ৰমণ থকা ব্যক্তিৰ সৈতে যৌনসংগম কৰিলে এইৰোগ সংক্ৰমণ হব পাৰে। এই ক্ষেত্ৰত বাহিৰৰ পৰা উক্ত ব্যক্তিৰ হাৰপিছ আছে যে এনে ধাৰণা কৰিব পৰা নাযায় আৰু আক্ৰান্ত ব্যক্তিয়েও তেওঁ ৰোগ সম্পৰ্কে জ্ঞাত নহ'ব পাৰে।

লক্ষণ আৰু উপসৰ্গ

বেছিভাগ ক্ষেত্ৰতে আক্ৰান্ত ব্যক্তিয়ে গমেই নাপায় যে তেওঁ HSV-2ত আক্ৰান্ত। সাধাৰণতে এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ দুসপ্তাহ মানৰ পাছতহে শৰীৰৰ বাহিৰত ইয়াৰ প্ৰকাশ ঘটে। ইয়াৰ ঘাঁবোৰ দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত নোহোৱা হৈ যায়। ঘাঁবোৰ সাধাৰণতে যৌনাংগ বা মলদ্বাৰৰ ওচৰত এটা বা একাধিক গুটিৰ দৰে দেখা দিয়ে। প্ৰথম এই গুটিবোৰ দেখা দিয়াৰ পাছত এইবোৰ ফাটি গৈ স্পৰ্শকাঁতৰ ঘাঁ হৈ পৰে। এই ঘাঁবোৰ ঠিক হবলৈ ২ৰ পৰা চাৰি সপ্তাহ সময় লাগে। ইয়াৰ কেইসপ্তাহ মানৰ বা কেইমাহ মানৰ পাছত গুটিবোৰ পুনৰ ওলায়। অৱশ্যে পিছৰ বাৰৰ ঘাঁবোৰ আগৰ বাৰতকৈ কম ভয়াবহ হয় আৰু সোনকালে শুকায়। এই সংক্ৰমণ শৰীৰত অনিৰ্দিষ্ট কাললৈ থাকিব পাৰে। অৱশ্যে এবছৰৰ ভিতৰত এই ঘাঁৰ পৰিমাণ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। ইয়াৰ আন উপসৰ্গ বোৰ হ’ল- ফ্লুৰ দৰে জ্বৰ, গ্ৰন্থি উখহি উঠা।

চিকিৎসা

হাৰপিছ নিৰাময় কৰিবপৰা চিকিৎসা নাই। কিন্তু প্ৰতিৰোধৰ ঔষধ খাই থাকি ঘাঁবোৰ প্ৰতিৰোধ কৰা আৰু কম দিন থকাৰ চিকিৎসা কৰিব পৰা যায়। সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

প্ৰতিৰোধ

যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।

তথ্য সংগ্ৰহ

  • আইএনডিজি দল।

বাহ্যিক সংযোগ

Tags:

হাৰ্পিছ ছিম্‌প্লেক্স সংক্ৰমণহাৰ্পিছ ছিম্‌প্লেক্স লক্ষণ আৰু উপসৰ্গহাৰ্পিছ ছিম্‌প্লেক্স চিকিৎসাহাৰ্পিছ ছিম্‌প্লেক্স প্ৰতিৰোধহাৰ্পিছ ছিম্‌প্লেক্স তথ্য সংগ্ৰহহাৰ্পিছ ছিম্‌প্লেক্স বাহ্যিক সংযোগহাৰ্পিছ ছিম্‌প্লেক্স

🔥 Trending searches on Wiki অসমীয়া:

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসালোক সংশ্লেষণস্বাভাৱিক সংখ্যাশব্দ প্ৰদূষণজল প্ৰদূষণমানৱ উন্নয়ন সূচকবিশ্ব বাণিজ্য সংস্থাভূমি প্ৰদূষণলিংগ (জৈৱিক)হোমেন বৰগোহাঞিভাৰতীয় জনতা পাৰ্টিনগাঁও জিলাভাৰতীয় শিল্পকলাৰাণী লক্ষ্মীবাইঠেঙ্গাল কছাৰী জনগোষ্ঠীজলবায়ুভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অন্নপ্ৰাশনবলোৰামচুটিগল্পহিন্দু ধৰ্মআলোচনীঅসমৰ ধান খেতিৰ সঁজুলিসমূহবাথৌ পূজাপুৰুষোত্তম দাসসূৰ্যব-দ্বীপপৰিৱেশ অধ্যয়নমহাদেশঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমানুহৰ কংকালঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপাইথাগোৰাছৰ উপপাদ্যভাৰত-আৰ্য ভাষা পৰিয়ালচন্দ্ৰকুমাৰ আগৰৱালাকোচ ৰাজবংশীপাকস্থলীবাৰ ভূঞাপ্ৰাকৃতিক সম্পদ২৪ এপ্ৰিলপৰিৱেশ বিজ্ঞানউদ্ভিদইউনিক’ডভাৰতৰ নিৰ্বাচন আয়োগসাগৰ দেখিছা (কবিতা সংকলন)সমোচ্চাৰিত শব্দবাঁহী (আলোচনী)মোগল সাম্ৰাজ্যভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাশীতল যুদ্ধচকলংভাৰতৰ সংৰক্ষণ ব্যৱস্থাজন গণ মনঅসমৰ পোক - পৰুৱাভট্টদেৱৰুদ্ৰ কন্দলীআলাবৈৰ ৰণবিজ্ঞাপনআত্মসহায়ক গোটবেলি ফুলঅসমীয়া ভাষা উন্নতি সাধিনী সভাশালস্তম্ভ ৰাজবংশশকুন্তলাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাজয় দৌলযৌন নিৰ্যাতনমাৰ্ক্সবাদপঞ্চভুজৰাজনীতিমাধৱদেৱঅসমৰ শাক-পাচলিৰ তালিকাক্ৰিকেট২৫ এপ্ৰিলমোৰ জীৱন সোঁৱৰণগড়গাঁও🡆 More