ৰোগ

ৰোগ হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে। ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি বুলি কোৱা হয়। ৰোগ সাধাৰণতে বাহ্যিক কাৰকৰ বাবে হয়, বা কিছুমান ৰোগৰ কাৰণ আভ্যন্তৰিণো হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত ৰোগ শব্দটো প্ৰায়ে, ভূক্তভোগী অথবা তেওঁৰ সম্পৰ্কত থকা জনৰ বিষ, বিকাৰ, দূঃচিন্তা, সামাজিক সমস্যা, বা মৃত্যু আদিৰ দৰে ব্যাপক অৰ্থত ব্যৱহৃত হয়। এই বহল অৰ্থত, কেতিয়াবা আঘাত, বিসংগতি, অক্ষমতা, লক্ষণ, সংক্ৰমণ, গঠন আৰু কাৰ্যৰ বিশেষ ভিন্নতা, অস্বাভাৱিক আচৰণ আদিকো সাঙুৰা হয়। অন্য ক্ষেত্ৰ আৰু উদ্দেশ্যত ৰোগবোৰক বিশেষ শ্ৰেণীবুলি গণ্য কৰা হয়। ৰোগে মানুহক শাৰীৰিক তথা মানসিক ভাৱে প্ৰভাৱ পেলোৱাৰ উপৰিও আবেগিকভাৱেও প্ৰভাৱিত কৰে, ৰোগে ব্যক্তিৰ সত্তা আৰু ব্যক্তিত্বত প্ৰভাৱ পেলায়। .

ৰোগ (ইংৰাজী: Disease) হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে।[1] ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি বুলি কোৱা হয়। ৰোগ সাধাৰণতে বাহ্যিক কাৰকৰ বাবে হয়, বা কিছুমান ৰোগৰ কাৰণ আভ্যন্তৰিণো হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত ৰোগ শব্দটো প্ৰায়ে, ভূক্তভোগী অথবা তেওঁৰ সম্পৰ্কত থকা জনৰ বিষ, বিকাৰ, দূঃচিন্তা, সামাজিক সমস্যা, বা মৃত্যু আদিৰ দৰে ব্যাপক অৰ্থত ব্যৱহৃত হয়। এই বহল অৰ্থত, কেতিয়াবা আঘাত, বিসংগতি, অক্ষমতা, লক্ষণ, সংক্ৰমণ, গঠন আৰু কাৰ্যৰ বিশেষ ভিন্নতা, অস্বাভাৱিক আচৰণ আদিকো সাঙুৰা হয়। অন্য ক্ষেত্ৰ আৰু উদ্দেশ্যত ৰোগবোৰক বিশেষ শ্ৰেণীবুলি গণ্য কৰা হয়। ৰোগে মানুহক শাৰীৰিক তথা মানসিক ভাৱে প্ৰভাৱ পেলোৱাৰ উপৰিও আবেগিকভাৱেও প্ৰভাৱিত কৰে, ৰোগে ব্যক্তিৰ সত্তা আৰু ব্যক্তিত্বত প্ৰভাৱ পেলায়।

যক্ষ্মা ৰোগ সৃষ্টিকৰা মাইক'বেক্টেৰিয়াম টিউবাৰকুল'ছিছ নামৰ এবিধ বেক্টেৰিয়াৰ অণুবীক্ষণিক চিত্ৰ

ৰোগৰ বাবে হোৱা মৃত্যুক প্ৰাকৃতিক কাৰণত হোৱা বুলি কোৱা হয়।

কাৰণ

কাৰকৰ ফালৰ পৰা চাব গলে ৰোগ প্ৰধানকৈ চাৰি প্ৰকাৰৰ হয়:

বীজাণুজনিত ৰোগ

লগতে চাওক

তথ্য সংগ্ৰহ

This article uses material from the Wikipedia অসমীয়া article ৰোগ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply. (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
#Wikipedia® is a registered trademark of the Wikimedia Foundation, Inc. Wiki (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wikimedia Foundation.

🔥 Trending searches on Wiki অসমীয়া:

ৰাজস্থানবেটুপাতঋতুস্ৰাৱজয়পুৰঘুমৰ নৃত্যঋতুস্ৰাৱ স্বাস্থ্য দিৱসভাৰতলক্ষ্মীনাথ বেজবৰুৱাশ্ৰীমন্ত শংকৰদেৱকীৰ্তন-ঘোষাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবায়ু প্ৰদূষণঅসমমাধৱদেৱহোলোঙাপাৰ গিবন অভয়াৰণ্যলাচিত বৰফুকনকালবেলিয়াবিষ্ণুপ্ৰসাদ ৰাভাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰবৈকাল হ্ৰদকেৰাচিন লেম্পঘৰচিৰিকাঅসমৰ জিলাসমূহচন্দ্ৰকুমাৰ আগৰৱালাজুলিয়াছ চিজাৰ২৭ মে'বাল্য বিবাহগুৰুতৰ অৱসাদজনিত ব্যাধিজ্যোতিপ্ৰসাদ আগৰৱালা২৬ মে'ভোলানাথ বৰুৱাইংৰাজী ভাষাশৰাইঘাটৰ যুদ্ধফকৰা যোজনাবৰগীতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহআনন্দৰাম বৰুৱাসিংহভবেন্দ্ৰ নাথ শইকীয়াবড়ো জনগোষ্ঠীপ্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাহোমেন বৰগোহাঞিমামণি ৰয়ছম গোস্বামীউৎপাদন (অৰ্থনীতি)ব্ৰহ্মপুত্ৰ নদপুতলা নাচপ্ৰাকৃতিক সম্পদৰাজস্থানী ভাষাআই ইউ চি এন ৰঙা তালিকাশব্দ প্ৰদূষণঅসমীয়া উপন্যাসঅসমৰ জনগোষ্ঠীচুটিগল্পবিহুঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসংস্কৃতিঅসমীয়া ভাষাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া লোক-সংস্কৃতিজতুৱা ঠাঁচমোহনদাস কৰমচান্দ গান্ধীনাটকচৰাইঅসমীয়া লিপিৰ বুৰঞ্জীপৰিৱেশ তন্ত্ৰৰংঘৰকাঠপুতলিলোকবিশ্বাসমৰুভূমিজোনাকী (আলোচনী)ঋতুৰমন্যাসবাদমহিমা চৌধুৰীমিচিং জনগোষ্ঠী🡆 More