স্বাভাৱিক সংখ্যা

স্বাভাৱিক সংখ্যা (ইংৰাজী: Natural Number) মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তিয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা।

■ স্বাভাৱিক সংখ্যাৰ সংহতি (seats) অসীম। ইয়াক ইংৰাজী N আখৰেৰে প্ৰকাশ কৰা হয়।

■ স্বাভাৱিক সংখ্যাৰ সংহতি হ'ল- {১,২,৩,৪,৫,৬,৭,৮,৯,১০,...}

গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল ১

[বিঃদ্ৰ] স্বাভাৱিক সংখ্যাৰ সংহতিত শূন্যক অন্তভুৰ্ক্ত কৰাক লৈ মতভেদ আছে। কোনোবাই মাথোঁ ধনাত্মক পূৰ্ণসংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয়; {১,২,৩, ...}। আকৌ কোনোবাই অঋণাত্মক সংখ্যাৰ সংহতি {০,১,২,৩, ...} দি সংজ্ঞা প্ৰদান কৰে। প্ৰথম সংজ্ঞাটো প্ৰাচীনকালৰ পৰাই চলি আহিছে, দ্বিতীয়টো উনিশ শতকত জনপ্ৰিয় হয়। আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিত প্ৰথমটোক প্ৰাধান্য দিয়া হৈছে।

গণিত শিক্ষাৰ আৰম্ভণি হয় নিম্নোক্ত পূৰ্ণ সংখ্যাবোৰৰ পৰা:

১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ...

পৰৱৰ্তীকালত শূন্যৰ অন্তৰ্ভুক্তিৰ দ্বাৰা গণিতৰ জ্ঞান আৰু এধাপ ওপৰলৈ আগবাঢ়িল।

০, ১, ২, ৩, ৪, ৫, ৬, ৯,৮, ...

গণিত স্বাভাৱিক সংখ্যৰ দুটা অৰ্থ প্ৰচলিত হৈ আছে। স্বাভাবিক সংখ্যাৰ প্ৰথম গাণিতিক সংজ্ঞা দিছিল গটলব ফ্ৰেগে (ঊনবিংশ শতাব্দীতে) আৰু ইয়াৰ পিছৰজন আছিল বাৰ্ট্ৰাণ্ড ৰাচেল


তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষাগণনা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামিয়া খলিফাকলাপচন্দ্ৰ দ্বিজশালস্তম্ভ ৰাজবংশকথা কবিতাছ'ভিয়েট সংঘভাইৰাছৰাজিয়া চুলতানাকোচ ৰাজবংশহেমকোষবিশ্ব পৰিৱেশ দিৱসপ্ৰথম বিশ্বযুদ্ধঅম্বিকাগিৰি ৰায়চৌধুৰীদ্বিতীয় বিশ্বযুদ্ধৰুক্মিণী হৰণ নাটকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলপ্ৰশান্ত মহাসাগৰআহোম জনগোষ্ঠীৰাজনৈতিক দলচাহেবপুৰাৰ বৰষুণৰূপালীমঅসমৰ বনৌষধিম’বাইল ফোনগণৰাজ্য দিৱস (ভাৰত)ভূগোলআলেকজেণ্ডাৰ গ্ৰাহাম বে'লতেজীমলাশ্ৰীমন্ত শংকৰদেৱ বঁটাঅম্বুবাচীকৃষ্ণঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামামৰে ধৰা তৰোৱালগঙ্গা নদীৱেবছাইটমাজুলীগগনাএহাত ডাবাঅসীমত যাৰ হেৰাল সীমাহাড়গিলামাটিউদ্যোগকপাহসৌৰভ কুমাৰ চলিহাপৰিয়ালচৰিত পুথিমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমীয়া লোক-সংস্কৃতিভূমিকম্পমোগল সাম্ৰাজ্যসাগৰ দেখিছা (কবিতা সংকলন)শৰাইঘাটৰ যুদ্ধভাৰত-চীন যুদ্ধঅনুৰাধা শৰ্মা পূজাৰীৱিকিপিডিয়াসিন্ধু নদীপালি ভাষাসোণোৱাল কছাৰীবেলি ফুলসিংহজন গণ মনমমিতা বৈজুঋকবেদআহোম ভাষাঅসমৰ শাক-পাচলিৰ তালিকাকালিৰাম মেধিআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰপ্ৰাকৃতিক দুৰ্যোগজুনা গীত১৬ নৱেম্বৰপাচন তন্ত্ৰলিংগ (জৈৱিক)মৌৰ্য সাম্ৰাজ্যজোনবিৰি (অলংকাৰ)জোনাকী (আলোচনী)সংস্কৃতি🡆 More