বৃহৎ হেড্ৰ'ন সংঘৰ্ষক

বৃহৎ হেড্ৰ'ন সংঘৰ্ষক (ইংৰাজী: The Large Hadron Collider; চমুকৈ LHC) হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী 'কণা সংঘৰ্ষক' (Particle Collider)। ১৯৯৮ৰ পৰা ২০০৮ চনৰ মাজভাগত প্ৰায় ১০,০০০ বিজ্ঞানী আৰু ১০০খন দেশৰ অভিযন্তা লগতে বহুকেইখন বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰৰ সহযোগিতাত নিউক্লীয় গৱেষণাৰ ইউৰোপিয়ান সংঘই (চাৰ্ণ) বৃহৎ হেড্ৰ'ন সংঘৰ্ষক নিৰ্মাণ কৰি উলিয়ায়। ২৭ কিলোমিটাৰ পৰিধিযুক্ত আৰু ১৭৫ মিটাৰ গভীৰ এই সংঘৰ্ষকটো ছুইজাৰলেণ্ডৰ জেনেভাৰ ওচৰৰ ফ্ৰাঞ্চ-ছুইজাৰলেণ্ড সীমান্তৰ তলত অৱস্থিত। ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৩ চনৰ আগলৈ প্ৰতিবীমত ৩.৫-৪ টেৰাইলেক্ট্ৰনভল্টৰ (TeV) (মুঠ ৭-৮ TeV) শক্তি ব্যৱহাৰ কৰি ইয়াৰ প্ৰথমটো গৱেষণা আৰম্ভ কৰা হৈছিল। তাৰ পাছত দুবছৰৰ বাবে সংঘৰ্ষকটোৰ উন্নয়ন কৰা হৈছিল। দ্বিতীয় গৱেষণা আৰম্ভ কৰিবলৈ ২০১৫ চনৰ আগছোৱাত সংঘৰ্ষকটো পুনৰ চলোৱা হয় আৰু এইবাৰ প্ৰতিবীমত ৬.৫ TeV (মুঠ ১৩ TeV) ব্যৱহাৰ কৰা হয়।

বৃহৎ হেড্ৰ'ন সংঘৰ্ষক
LHCৰ এটা অংশ
বৃহৎ হেড্ৰ'ন সংঘৰ্ষক
Large Hadron Collider
(LHC)
বৃহৎ হেড্ৰ'ন সংঘৰ্ষক
LHC পৰীক্ষাসমূহ
ATLAS A Toroidal LHC Apparatus
CMS Compact Muon Solenoid
LHCb LHC-beauty
ALICE A Large Ion Collider Experiment
TOTEM Total Cross Section, Elastic Scattering and Diffraction Dissociation
LHCf LHC-forward
MoEDAL Monopole and Exotics Detector At the LHC
LHC preaccelerators
p and Pb Linear accelerators for protons (Linac 2) and Lead (Linac 3)
(not marked) Proton Synchrotron Booster
PS Proton Synchrotron
SPS Super Proton Synchrotron
CERN accelerator complex
বৃহৎ হেড্ৰ'ন সংঘৰ্ষক
List of current particle
accelerators at CERN
Linac2 Accelerates protons
Linac3 Accelerates ions
Linac4 Accelerates negative hydrogen ions
AD Decelerates antiprotons
LHC Collide protons or lead ions
LEIR Accelerates lead ions
PS Accelerates particles
PSB Accelerates protons
SPS Accelerates protons and lead ions
Hadron colliders
Intersecting Storage Rings CERN, 1971–1984
Proton-Antiproton Collider (SPS) CERN, 1981–1991
ISABELLE BNL, cancelled in 1983
Tevatron Fermilab, 1987–2011
Relativistic Heavy Ion Collider BNL, 2000–present
Superconducting Super Collider Cancelled in 1993
Large Hadron Collider CERN, 2009–present
Future Circular Collider Proposed

বৃহৎ হেড্ৰ'ন সংঘৰ্ষকৰ লক্ষ্য হ'ল কণা পদাৰ্থ বিজ্ঞানৰ বিভিন্ন তত্বসমূহৰ পূৰ্ব-সূচনাসমূহ পদাৰ্থ বিজ্ঞানীসকলক পৰীক্ষা কৰিবলৈ দিয়া। ইয়াৰোপৰি হিগ্‌ছ ব'ছ'নৰ ধৰ্মসমূহৰ জোখমাখ আৰু ছুপাৰছিমেট্ৰিক তত্বসমূহৰ দ্বাৰা পূৰ্ব-সূচনা কৰা নতুন কণাসমূহৰ সন্ধান এই সংঘৰ্ষকৰ লক্ষ্য।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাতগৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাত্ৰিভুজ২৪ এপ্ৰিলগোলকীয় উষ্ণতা বৃদ্ধিভঠেলিৰঘুনাথ চৌধাৰীচ'মাংকানআগ্নেয়গিৰিএচিদ বৰষুণসাম্যবাদমোহনদাস কৰমচান্দ গান্ধীঅসমীয়া ভাষাৰ শব্দসম্ভাৰআওৰাকাতি বিহুআহোম জনগোষ্ঠীচিলাৰায়ভাৰতৰ স্বাধীনতা আন্দোলনৰজনীকান্ত বৰদলৈপাঠ পৰিকল্পনাব্যষ্টিবাদী অৰ্থনীতিব্লগকাৰেঙৰ লিগিৰীআফগানিস্তানকৰ্কট ক্ৰান্তিযোগেশ দাসঅসমৰ কুঁহিলা শিল্পঋতুজলসিঞ্চনশিক্ষাআউনীআটী সত্ৰমিৰি জীয়ৰীঅসমৰ নদীসমূহৰ তালিকামাজুলীডাকৰ বচনঅসীমত যাৰ হেৰাল সীমাচলচ্চিত্ৰলোক-সংগীতঅৰুণাচল প্ৰদেশব’হাগনিৰ্মলপ্ৰভা বৰদলৈজুবিন গাৰ্গকুলধৰ শইকীয়ামিচিং জনগোষ্ঠীৰ সাজপাৰচি++অসম গণ পৰিষদনয়ন নীলিমকামাখ্যা মন্দিৰভূৱন মোহন বৰুৱামামণি ৰয়ছম গোস্বামীবাণিজ্যএইচ.আই.ভি/এইড্‌ছমেলেৰিয়াসালোক সংশ্লেষণমানৱ শৰীৰসংস্কৃত ভাষাখোলনুৰ জাহানৰামধেনু (আলোচনী)সিন্ধু সভ্যতাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহাজোপ্ৰদূষণবাণীকান্ত কাকতিআন্তৰ্জাতিক মানৱ অধিকাৰ আইনহেম বৰুৱাসাঁথৰবেলিমাৰ (নাটক)বাথৌ পূজাঅসম আৰক্ষীশিৱহেম বৰুৱা (ত্যাগবীৰ)🡆 More