বুট

বুট (বৈজ্ঞানিক নাম :Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ। বুটৰ বিভিন্ন প্ৰকাৰবোৰক ইংৰাজীত চিক পী (chickpea বা chick pea), গ্ৰাম (gram) বা বেংগল গ্ৰাম (Bengal gram), গাৰবেনজ' (garbanzo) বা গাৰবেনজ' বীন (garbanzo bean), বা ইজিপ্তিয়ান পী (Egyptian pea) আদি নামেৰে জনা যায়। ই প্ৰ'টিনেৰে সমৃদ্ধ। মধ্য প্ৰাচ্য, পশ্চিম এছিয়া আৰু ভাৰতীয় উপমহাদেশত ইয়াৰ খেতি কৰা হয়।

বুট
বুট
বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট।
Sprouted chickpea
গজালি মেলা বুট
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Faboideae
গণ: Cicer
প্ৰজাতি: C. arietinum
বৈজ্ঞানিক নাম
Cicer arietinum
L.
সমাৰ্থক
  • Cicer album hort.
  • Cicer arientinium L. [Spelling variant]
  • Cicer arientinum L. [Spelling variant]
  • Cicer edessanum Bornm.
  • Cicer grossum Salisb.
  • Cicer nigrum hort.
  • Cicer physodes Rchb.
  • Cicer rotundum Alef.
  • Cicer sativum Schkuhr
  • Cicer sintenisii Bornm.
  • Ononis crotalarioides M.E.Jones

বুটৰ গছ ২০ − ৫০ চেমিৰ পৰা ১ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে। বুটৰ কাণ্ডৰ দুয়োফালে পাখিযুক্ত পাত আছে। এটা বীজপত্ৰ দুইৰ পৰা তিনিটা মাহজাতীয় শস্য থাকে। ইহঁতৰ ফুলবোৰ বগা, বা কেতিয়াবা ৰঙা নীলা। গ্ৰীষ্মমণ্ডলীয় বা উপ-ক্ৰান্তীয় জলবায়ু আৰু বছৰি ৪০০ মিমি বা অধিক বৰষুণ বুট গছৰ স্বাভাৱিক উৎপাদনৰ বাবে অত্যাৱশ্যকীয়।

বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট। বুটবোৰ পৰিপক্ব নহওতেই আহৰণ কৰিলে সেউজীয়া হয় আৰু পিছত তাম বৰণৰ, দাগযুক্ত, গাঢ় মুগাৰ পৰা ক'লা বৰণৰ হয়। বিশ্বৰ মুঠ বুট উৎপাদনৰ ৭৫% হৈছে সৰু দেশী প্ৰকাৰৰ আৰু বিশ্বৰ মুঠ উৎপাদনৰ ৭০% বুটৰ উৎপাদন হয় ভাৰতত।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যৰ অৰুণোদয় যুগভাৰত-চীন যুদ্ধদিহানামউৎসৱএহাত ডাবাএকচেটীয়া বজাৰগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাকৰ'নাভাইৰাছ ৰোগ ২০১৯মিৰি জীয়ৰীভূমি প্ৰদূষণচুতীয়া ৰাজ্যবড়ো ভাষাজল প্ৰদূষণঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআমেৰিকা যুক্তৰাষ্ট্ৰকছাৰী ৰাজ্যপ্ৰকৃতিঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাআজান পীৰভবেন্দ্ৰ নাথ শইকীয়াম’বাইল ফোনমাতৃভাষাভেঁকুৰকেতেকী ফুলভূমিকম্পঠেঙ্গাল কছাৰী জনগোষ্ঠীবিষুৱ ৰেখাৰাণী লক্ষ্মীবাইৰাম বিজয়মোগল সাম্ৰাজ্যগোৱালপাৰাভাৰত ৰত্নপঞ্চায়তী ৰাজসাম্যবাদনিৰুপমা বৰগোহাঞিজাতি লাউমৃণাল কলিতামণিৰাম দেৱানসাঁথৰশীতল যুদ্ধডিব্ৰুগড় জিলাবুৰঞ্জীসংমিশ্ৰিত মীন-পালনহাবুংৰুবুল মাউতজোনাকী (আলোচনী)মানৱ ভূগোলবৃত্তএককোষী জীৱহিন্দু ধৰ্মনীলমণি ফুকন (কনিষ্ঠ)গণিতসত্যাগ্ৰহভট্টদেৱনলিনীবালা দেৱীৰামধেনুভাৰত-আৰ্য ভাষা পৰিয়ালবচন (ব্যাকৰণ)জিএছটিনদীগুৱাহাটীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদালীলা গগৈজণ্ডিছঅব্যয় পদভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসংখ্যাঋতুআত্মজীৱনীঅসমৰ বনৌষধিবিষ্ণুপ্ৰসাদ ৰাভা🡆 More