নাটো: আন্তঃচৰকাৰী সামৰিক মিত্ৰতা

4°25′19.24″E / 50.8761556°N 4.4220111°E / 50.8761556; 4.4220111

নাটো (ইংৰাজী: North Atlantic Treaty Organisation, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়। ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়। ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে। [উদ্ধৃতিৰ প্ৰয়োজন]

North Atlantic Treaty Organization
নাটো: আন্তঃচৰকাৰী সামৰিক মিত্ৰতা
Flag
নাটো: আন্তঃচৰকাৰী সামৰিক মিত্ৰতা
Member states shown in dark green
চমু  নাম NATO, OTAN
প্ৰতিষ্ঠা ৪ এপ্ৰিল ১৯৪৯ (৭৫ বছৰ আগত) (1949-04-04)
ধৰণ Military alliance
প্ৰধান  কাৰ্যালয় Brussels, Belgium
সদস্যপদ
30 states
আনুষ্ঠানিক  ভাষা
Secretary General Jens Stoltenberg
Chair of the NATO Military Committee Lt. Admiral Rob Bauer, Royal Netherlands Navy
Supreme Allied Commander Europe General Christopher G. Cavoli, United States Army
Supreme Allied Commander Transformation Général Philippe Lavigne, French Air and Space Force
ৱেবছাইট www.nato.int ৱিকিডে'টাত সম্পাদনা কৰক

নাটোৰ সদস্য দেশসমূহ

বেলজিয়াম, বুলগেৰিয়া, কানাডা, চেক গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে, পোলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লোভেনিয়া, স্পেইন, তুৰ্কী, গ্ৰেট, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ[উদ্ধৃতিৰ প্ৰয়োজন]

এই দেশসমূহৰ মাজত সন্ধি চুক্তি অনুযায়ী ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰে নাটো চুক্তিৰ অন্তৰ্ভুক্ত দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাই হৈছে নাটোৰ মূল উদ্দেশ্য। সকলো সদস্যই সেনা আৰু অস্ত্ৰৰ যোগান ধৰাত বৰঙণি যোগাই আহিছে যিয়ে একেলগে নাটোৰ সামৰিক গঠন সুদৃঢ় কৰি তুলিছে। এই সেনাবাহিনী আৰু সম্পদ জাতীয় আদেশ আৰু নিয়ন্ত্ৰণৰ অধীনত থাকে আৰু প্ৰয়োজন অনুযায়ী (ৰাজনৈতিক জটিলতা বা বিবাদ, শান্তিৰক্ষা)নাটোক এই সেনাবাহিনীৰ আৱশ্যক হয়। নাটোৰ কাৰ্য্যালয়ৰ ভাষা দুটা হৈছে ইংৰাজী আৰু ফৰাচী। ইয়াৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰুছেলছত। [উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

    সংগ্ৰহিত বা-বাতৰি
  • নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তব্য আল জাজিৰা ইংলিছ
  • নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তব্য Dawn (বাতৰি কাকত)
  • নাটো সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা গাৰ্জেনত
  • নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা নিউয়ৰ্ক টাইমছৰ সৌজন্যত
  • নাটো সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৌজন্যত
    ঐতিহাঁহিক চলচ্চিত্ৰপঞ্জী


Tags:

ভৌগলিক স্থানাংক পদ্ধতি

🔥 Trending searches on Wiki অসমীয়া:

সাপভাৰতত মহিলা শিক্ষাশচীন তেণ্ডুলকাৰৰাসোৎসৱভগৱানখনিকৰ (নাট)ঢোলজাপিকলিমাপাকস্থলীনৱগ্ৰহ মন্দিৰ, গুৱাহাটীঅসমত দেখা চৰাইবোৰচামগুৰি সত্ৰস্বামী বিবেকানন্দসাধুকথাভূমি প্ৰদূষণতাজমহলমুদ্ৰাঅসমৰ সত্ৰসমূহৰ তালিকাবায়ু প্ৰদূষণকেশৱ মহন্তঅসমৰ তেল শোধনাগাৰসতী সাধনীজলবায়ুপঞ্চভুজবিহুৰ খাদ্যজাতি লাউপাৰিপাৰ্শ্বিক সংঘাতসমাজবাদসাত বিহুযুগ্ম সংখ্যাৰাণী লক্ষ্মীবাইঅৰ্জুন ভঞ্জনকোষ (জীৱবিজ্ঞান)বিহুৰ বাদ্যযন্ত্ৰবিল গেট্‌ছসাঁথৰনাটকচন্দ্ৰকুমাৰ আগৰৱালাসৌৰভ কুমাৰ চলিহাম'হৰ শিঙৰ পেঁপাচাচনি মেৰবিলশাক-পাচলিগোৱালপৰীয়া লোকগীতহেমচন্দ্ৰ বৰুৱাভৌতিক সংস্কৃতিসাম্যবাদকামৰূপ ৰাজ্যকবিৰত্ন সৰস্বতীপলাশীৰ যুদ্ধবৰপেটাথাই ভাষাঅসমীয়া লিপিৰ বুৰঞ্জীদিহানামমৃত্যুঞ্জয়মৃত্যুঢ়হাবুংযতীন্দ্ৰ নাথ দুৱৰাঅন্নপ্ৰাশনবড়োলেণ্ডসমোচ্চাৰিত শব্দদ্বিতীয় বিশ্বযুদ্ধৰাভা জনগোষ্ঠীপৰম্পৰাকেতেকী ফুলসৰ্বেপল্লী ৰাধাকৃষ্ণণঅসম বিধানসভাঅৰুণাচল প্ৰদেশগণেশদিখৌ নদীছোৱাইন ফ্লুলোকভাষামহাকাব্য🡆 More