চহৰ: বৃহৎ আৰু স্থায়ী মানৱ বসতি

চহৰ (ইংৰাজী: City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে।

চহৰ: উৎপত্তি, ভূগোল, তথ্য সংগ্ৰহ
১৯০৮ চনৰ এথেন্সৰ বন্দৰ পায়ৰিয়াছৰ মানচিত্ৰ
চহৰ: উৎপত্তি, ভূগোল, তথ্য সংগ্ৰহ
আদৰ্শ চহৰ; ৱালথাৰ চিত্ৰ যাদুঘৰৰ পৰা সংগৃহীত

সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি। চহৰৰ উন্নতিয়ে মানুহ আৰু ব্যৱসায়ৰ প্ৰসাৰ ঘটাত সহায় কৰে। চহৰ প্ৰায়েই গাঁওৰ দ্বাৰা পৰিবেষ্টিত থাকে। ইয়াত চাকৰিৰ সুযোগ-সুবিধাও বেছি থাকে। ক্ৰমান্নয়ে চহৰৰ আশে পাশে থকা এলেকাবোৰো চহৰৰ আওতালৈ আহে।

উৎপত্তি

চহৰ কেনেকৈ উৎপত্তি হল সেই বিষয়ে কোনো নিৰ্ধাৰিত প্ৰমাণ নাই। অনেক তত্ত্ববিদে ধাৰণা কৰে, কিছু মৌলিক প্ৰয়োজন পূৰণৰ তাগিদাতেই চহৰ জন্মলাভ কৰে।

ধাৰণা কৰা হয়, কৃষি বিপ্লৱ চহৰ সৃষ্টিৰ মূল। এই বিপ্লৱে কৃষিৰ উদ্ভাৱন কৰায়। ইয়াৰফলত মানুহ খাদ্য উৎপাদনৰ তাগিদাত স্থায়ীভাবে একস্থানত বসবাস আৰম্ভ কৰে। এই ঘন জনবসতিৰ ফলত ধীৰে ধীৰে চহৰ গঢ়ি উঠে। পল বাইৰোচৰ চহৰ আৰু অৰ্থনৈতিক উন্নতি নামৰ কিতাপৰ মতে, কৃষিৰ ফলতেই মানুহ একেলগে বসবাস কৰাৰ প্ৰয়োজন অনুভৱ কৰে আৰু এই মৌলিক প্ৰয়োজনৰ বাবেই মানুহে চহৰ গঢ়ি তোলে।

গ্ৰামীণ তত্ত্ববিদ জেন জেকবচৰ মতে, চহৰৰ উৎপত্তিয়ে কৃষিৰ আবিষ্কাৰক তৰান্বিত কৰে, অৱশ্যে তেওঁৰ এই যুক্তি অকাট্য বুলি মানি লোৱা নহয়।

ভূগোল

চহৰ: উৎপত্তি, ভূগোল, তথ্য সংগ্ৰহ 
হাৰলেমৰ মানচিত্ৰ। ১৫৫০ চনত জেৰুজালেমৰ এক চহৰৰ পৰা অনুপ্ৰাণিত। এই চহৰ দেৱাল আৰু প্ৰতিৰক্ষামূলক খালৰ দ্বাৰা ঘেৰা।

বিভিন্ন দেশত বিভিন্নভাবে চহৰক সজোৱা হয়। অধিকাংশ ক্ষেত্ৰতেই গ্ৰিড পদ্ধতিত চহৰ তৈয়াৰ কৰা হয়। হাজাৰ বছৰ আগে চীনত এই পদ্ধতি অনুসৰণ কৰা হৈছিল। আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ পৰিকল্পনাবিদ ডিনোক্ৰেটছ অব ৰোডছ এই পৰিকল্পনা মতে নিৰ্মাণ কৰা হৈছিল।

তথ্য সংগ্ৰহ

বহিঃসংযোগ

Tags:

চহৰ উৎপত্তিচহৰ ভূগোলচহৰ তথ্য সংগ্ৰহচহৰ বহিঃসংযোগচহৰইংৰাজী ভাষাইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদভাৰতত মহিলা শিক্ষাহৃদযন্ত্ৰহাবুং২৩ এপ্ৰিলঅংকীয়া নাটমানৱ শৰীৰঅসমৰ জনগোষ্ঠীহুঁচৰিলক্ষ্যধৰ চৌধুৰীমাৰ্ক্সবাদভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামনালিছাঅন্নপ্ৰাশনপ্লেটোকৃষ্ণকান্ত সন্দিকৈসাঁচিপাতঅসমৰ সত্ৰসমূহৰ তালিকামুদ্ৰাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাআৱাহন (আলোচনী)কামৰূপী উপভাষাবাণীকান্ত কাকতিকথা কবিতাতৎসমঅৰণ্যকলিতা জনগোষ্ঠীভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাভাওনাবব্ৰুবাহনৰ যুদ্ধকৰ্কট ক্ৰান্তিভটিমাচৈয়দ আব্দুল মালিকঅসমৰ ৰেচম শিল্পসংস্কৃতিচৰ্যাপদবকুল ফুলৰ দৰে (গ্ৰন্থ)কপৌ ফুলভৃগু কুমাৰ ফুকনয়গুগলনীলমণি ফুকন (কনিষ্ঠ)মহাদেশভাৰতৰ সংবিধানতিনিচুকীয়া জিলাহেম সৰস্বতীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভক্তি ৰত্নাৱলীওজাপালিজাতি লাউবানপানীবাথৌ পূজাআন্তৰ্জাতিক শ্ৰমিক দিৱসনীলমণি ফুকন (জ্যেষ্ঠ)মে ডাম মে ফিভাৰতৰ প্ৰধানমন্ত্ৰীমহাভাৰতসাত বিহুশিৱসাগৰৰ শিৱদৌল২৪ এপ্ৰিলবগেজাৰী গীতভগ্নাংশ (গণিত)২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনপ্ৰাচীন গ্ৰীচতলাতল ঘৰঅসমৰ সমস্যাদুৰ্গাঅসমীয়া ব্যাকৰণগণতন্ত্ৰঅসমত দেখা পোৱা সাপবোৰশুৱালকুছিসতীৰাধাগোবিন্দ বৰুৱাসত্যনাথ বৰাঅসমৰ পোক - পৰুৱাশক্তিমহেশ্বৰ নেওগশিক্ষক দিৱসচান্দ সদাগৰ🡆 More