আলেকজেণ্ডাৰ: সামৰিক সেনাপতি আৰু মেচিডনৰ ৰজা

আলেকজেণ্ডাৰ বা মহান আলেকজেণ্ডাৰ (ইংৰাজী: Alexander the Great) (খ্ৰীষ্টপূৰ্ব ৩৫৬–৩২৩) ইতিহাসৰ আটাইতকৈ বিখ্যাত বীৰসকলৰ ভিতৰত অন্যতম। প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনৰ ৰজা। পিতাকৰ নাম ফিলিপ। খ্ৰীঃপূঃ ৩৩৫ চনত ফিলিপৰ মৃত্যুৰ পিছত আলেকজেণ্ডাৰ মেচিডনৰ সিংহাসনত আৰোহণ কৰে। দাৰ্শনিক এৰিষ্টটল আছিল তেওঁৰ গৃহ শিক্ষক। ২০ বছৰ বয়সতে সিংহাসনত আৰোহণ কৰি তেওঁ বিশ্ব-বিজয় অভিযানত বাহিৰ হয়। আলেকজেণ্ডাৰ বিশ্ব বিজয় অভিযানত ওলাই আহি ইজিপ্ত জয় কৰাৰ পিছত খ্ৰীঃপূঃ ৩৩২ চনত তাত নিজৰ নামেৰে এখন নতুন নগৰ আলেকজেড্ৰিয়া স্থাপন কৰে। এই নগৰখন প্ৰাচীন গ্ৰীক আৰু ইহুদী সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ হৈ উঠে। পাৰস্য আৰু আফগানিস্তান জয় কৰাৰ পিছত তেওঁ ভাৰতত প্ৰবেশ কৰি পঞ্জাব জয় কৰে। তেওঁৰ লক্ষ্য আছিল গাঙ্গেয় উপত্যকা। কিন্তু তেওঁৰ সৈন্যসকলে বিদ্ৰোহ কৰাত তেওঁ ভাৰত বিজয়ৰ অভিযান অসমাপ্ত ৰাখি স্বদেশলৈ ঘূৰি যাবলৈ বাধ্য হয়। স্বদেশ গৈ পোৱাৰ আগতে তেওঁৰ আধাবাটতে মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

মহাভাৰতসৌৰজগতবিত্তীয় ব্যৱস্থাজোনবিৰি (অলংকাৰ)এচিদ বৰষুণহাগা গেন্দেৰাহাড়মুখমৈথুনপৰিৱেশ তন্ত্ৰব্ৰজাৱলী ভাষাবিশেষ্য পদঅসমৰ জিলাসমূহসাপকাতি বিহুগাৰো জনগোষ্ঠীভাৰত-ইউৰোপীয় ভাষা পৰিয়ালপ্ৰকৃতিসাহিত্য অকাডেমি বঁটামামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅসমৰ শাক-পাচলিৰ তালিকাভগ্নাংশ (গণিত)অসমীয়া ভাষা উন্নতি সাধিনী সভাপ্ৰাগজ্যোতিষপুৰমুঠিখাৰুৰত্নকান্ত বৰকাকতীকলীয়াভোমোৰা সেতুঅসমৰ বাঁহ-বেতৰ শিল্পপ্ৰাকৃতিক পৰিৱেশসংস্কৃতিকাগজবকুলউৎসৱঅশোকাষ্টমীমিচিং নৃত্য আৰু গীত মাতমিচিং ভাষাউজনি অসমৰাজিয়া চুলতানাবীণাপাণি নাট্য সমাজবৃক্ষফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাপলাশীৰ যুদ্ধদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপুৰুষোত্তম দাসঅষ্টাংগিক আৰ্য মাৰ্গউদভানুমতীচাট (বাঁ‌হৰ সঁ‌জুলি)নেতাই ধুবুনী ঘাটশালস্তম্ভ ৰাজবংশযোৰানামভাৰতৰ ইতিহাসতেজপুৰ (লোকসভা সমষ্টি)পথৰুঘাটৰ ৰণচিপাহী বিদ্ৰোহ ১৮৫৭অসমীয়া উপন্যাসঅসমৰ বনৌষধিফাকে জনগোষ্ঠীমৌলানা আব্দুল হামিদ খান ভাসানীলাভলীনা বৰগোহাঁইবতাহনেপালী জনগোষ্ঠীডিব্ৰুগড় (লোকসভা সমষ্টি)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানপ্ৰাচীৰ পত্ৰিকাবঙালী ভাষাৰংঘৰমৈদামডাকৰ বচনঅনিৰুদ্ধঢোলবিৰিদিল্লীৰঙিয়া (বিধানসভা সমষ্টি)মহেশ্বৰ নেওগ🡆 More