কেক্‌টাছ

কেকটাছ উদ্ভিদজগতৰ কেৰিওফিললছ (Caryophyllales) বৰ্গৰ অন্তৰ্গত কেকটাছীআই (Cactaceae) পৰিয়ালৰ এবিধ উদ্ভিদ। কেকটাছ শব্দটি গ্ৰীক ভাষাৰ কেকটোছ (κάκτος, kaktos) শব্দটোৰ পৰা উদ্ভৱ হৈছে। গ্ৰীক দাৰ্শনিক (Theophrastus) থিওফ্ৰেছ্টাছে এবিধ কাঁইটিয়া উদ্ভিদৰ বৰ্ণনা কৰিবলৈ প্ৰথমে এই শব্দটি ব্যৱহাৰ কৰিছিল। কেকটাছ বহু ধৰণৰ আকৰ্ষনীয় ৰূপত পোৱা যায়। বহুটো কাৰণত ই আন উদ্ভিদৰ পৰা পৃথক৷ কেকটাছৰ অন্যতম বৈশিষ্ট্য হ'ল ইয়াৰ পানী সঞ্চয় কৰি ৰখাৰ কৌশল৷ কিছুমান কেকটাছক জেওৰা হিচাপে ব্যৱহাৰ কৰা হয়৷ অসমত সিজু নামৰ দেখাত কেকটাছৰ দৰে অন্য এবিধ গছ পোৱা যায়। দেখিবলৈ একেধৰনৰ হোৱা স্বত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজুৰ বৈজ্ঞানিক নাম হৈছে ইউফোৰবীয়া এন্তিকুওৰাম (Euphorbia antiquorum)। অৰ্থাৎ, সিজু ইউফোৰবীয়া জাতিৰ অন্তৰ্গত।

Cactus
জীৱাশ্ম কাল: ৩৫−০ নিযুত বছৰ
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
Late Paleogene - Recent
কেক্‌টাছ
Echinopsis mamillosa
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
Subfamilies
  • Cactoideae
  • Maihuenioideae
  • Opuntioideae
  • Pereskioideae

গছজোপা

বিভিন্ন আকাৰ-আকৃতিয়ে গছজোপাৰ সোণত-সুৱগা চৰায় ৷ সূৰ্যৰ প্ৰত্যক্ষ পোহৰ ইয়াৰ বাবে অনিষ্টকাৰী যদিও ৰাতিপুৱাৰ পোহৰ কেকটাছৰ বাবে লাগতিয়াল৷ কম পানী পৰা ঠাইত,বিশেষকৈ বৰষুণৰ পৰা আঁতৰত, ইয়াক ৰাখিব লাগে৷ ৰূপান্তৰিত পাত আৰু কাঁইটৰদ্বাৰা গছজোপাই ইয়াৰ পানী সংৰক্ষক কোষবোৰক প্ৰখৰ ৰ'দৰপৰা ৰক্ষা কৰে৷ কিছুমান উদ্ভিদৰ পাতবোৰৰ আকাৰ সংখ্যাত কমি গৈ নলী বা গোলাকাৰ হৈ পৰি বাষ্পীভৱনৰ মাত্ৰা কমায়৷ ইয়াৰ শিপাবোৰ যথেষ্ট দীঘল হয়৷ সাধাৰণতে ৰসাল আৰু মঙহাল কাণ্ডত থকা পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হৈ আত্মৰক্ষাৰ অংগ হিচাপে কাম কৰে৷

ফুল

ফুলবোৰ ৰঙা,বেঙুনীয়া,হালধীয়া,গুলপীয়া আদি বিভিন্ন ৰঙৰ হোৱা দেখা যায়৷

খাদ্য হিচাপে

কেকটাছৰ বহুতো গোত্ৰক মানুহে খাদ্য হিচাপেও ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে সাগৰফেনাক (Prickly pear) আমেৰিকাত বসবাস কৰা স্পেনিছ ভাষী লোকে স্কাৰ্ভি বেমাৰ নিৰাময়ৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ ইয়াৰে বহু প্ৰজাতিৰ গুটিবোৰ গুৰা কৰি সেই গুৰি কে'ক তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷

কেক্‌টাছ 
সাগৰফেনাৰ ফল।

কেকটাছৰ বিভিন্ন প্ৰকাৰ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কেক্‌টাছ গছজোপাকেক্‌টাছ ফুলকেক্‌টাছ খাদ্য হিচাপেকেক্‌টাছ কেকটাছৰ বিভিন্ন প্ৰকাৰকেক্‌টাছ তথ্য সংগ্ৰহকেক্‌টাছ বাহ্যিক সংযোগকেক্‌টাছউদ্ভিদসিজু

🔥 Trending searches on Wiki অসমীয়া:

শিৱসাগৰউদয় শংকৰচান্দ সদাগৰকৰ্কট ক্ৰান্তিঅসমৰ জিলাসমূহব্ৰহ্মগুপ্তঅসমীয়া খাদ্যাভ্যাসকুলিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাব-দ্বীপবহনক্ষম ভূমি ব্যৱস্থাপনাপদাৰ্থৰ অৱস্থালোকসভাঅসমৰ শাক-পাচলিৰ তালিকাগোৱালপাৰামৰুদ্যানমোৰো এটা সপোন আছেবুৰঞ্জী সাহিত্যপ্ৰাচীন গ্ৰীচপ্ৰাক-ইতিহাসবুৰঞ্জীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)মৰাণ জনগোষ্ঠীচক্ৰধ্বজ সিংহ (নাটক)বিপন্ন প্ৰজাতিসালোক সংশ্লেষণজাভাগড়গাঁওব্যষ্টিবাদী অৰ্থনীতিইণ্টাৰনেটমিঠু বৰুৱাঅভিযাত্ৰীছোৱাইন ফ্লুনগাঁও জিলামহাদেশচ্যু-লিক-ফাহেমকোষঅসমৰ সত্ৰসমূহৰ তালিকাৰাধাগোবিন্দ বৰুৱাহেম সৰস্বতীঅসমৰ জনগোষ্ঠীঅসমৰ চাহ জনগোষ্ঠীকালিকা পুৰাণকুলধৰ শইকীয়াখনিকৰ (নাট)ৰজনীগন্ধাসোণোৱাল কছাৰীলীলা গগৈঅসমৰ তেল শোধনাগাৰভাৰতীয় শিল্পকলাসংবিধান দিৱস (ভাৰত)চামগুৰি সত্ৰসাম্যবাদবিহুৰ বাদ্যযন্ত্ৰবুঢ়ী আইৰ সাধুনামঘোষাকছাৰী ৰাজ্যনিচুকনি গীতঅসমৰ ৰাজ্যপালসকলৰ তালিকাপ্ৰাকৃতিক সম্পদপাৰিপাৰ্শ্বিক সংঘাতপালি ভাষাবেলিমাৰ (নাটক)পাঠ পৰিকল্পনাকৰ্কট ৰোগমহেশ্বৰ নেওগনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰাষ্ট্ৰসংঘ দিৱসভাৰত-চীন যুদ্ধঅসমৰ গামোচাঋতুবিত্তীয় বজাৰচিপাহী বিদ্ৰোহ ১৮৫৭নামেৰি ৰাষ্ট্ৰীয় উদ্যানযতীন বৰাৰামৰামধেনু🡆 More