সাহিত্য

লিখন-শিল্পক এক কথাত সাহিত্য (ইংৰাজী: literature) বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য

সাহিত্য
প্ৰধান ক্ষেত্ৰ

উপন্যাস · কবিতা · নাটকচুটি গল্প · চুটি উপন্যাস

গোত্ৰ

মহাকাব্য · গীতি-কাব্য · নাটকপ্ৰেমধৰ্মী · বিদ্ৰুপাত্মকবিয়োগাত্মক · হাস্যৰসাত্মকহাস্য-বিয়োগাত্মক

মাধ্যম

অভিনয় (নাট্যমঞ্চ বা থিয়েটাৰ) · গ্ৰন্থ

কৌশল

গদ্য · পদ্য

ইতিহাস আৰু তালিকা

সাহিত্যৰ ক্ৰম বিকাশসাহিত্য বিষয়ক সূচীকৰণসাহিত্যৰ ইতিহাস · আধুনিক সাহিত্যৰ ইতিহাসগ্ৰন্থৰ তালিকা · লিখকসকলৰ তালিকাসাহিত্য পুৰস্কাৰ · কাব্যিক পুৰস্কাৰ

আলোচনা

সাহিত্য সমালোচনা · সাহিত্য তত্ত্ব · সাহিত্য-সাময়িকী

‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰোত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাকৃতিক পৰিৱেশগুৱাহাটীসতী সাধনীঅসমীয়া লোক-সংস্কৃতিমৈদামসত্যনাথ বৰানামঘৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯সপ্তকাণ্ড ৰামায়ণগোলকীয় উষ্ণতা বৃদ্ধিঅসমীয়া ভাষাৰ শব্দসম্ভাৰকুমাৰ ভাস্কৰ বৰ্মাডিমাছা জনগোষ্ঠীব্ৰহ্মপুত্ৰ নদশুৱালকুছিভানুমতীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ৰক্তদলজাপানকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া উপন্যাসবাগ্‌ধ্বনিপ্ৰাচীন ভাৰতীয় সভ্যতাপাতকোষ (জীৱবিজ্ঞান)জ্যোতিপ্ৰসাদ আগৰৱালাচি এছ এছহাতীবড়ো জনগোষ্ঠীশাল গছএহাত ডাবাসেউজ গৃহ প্ৰভাৱবেটুপাতবহুভাষাবাদঅসমীয়া লিপিৰ বুৰঞ্জীফেইচবুকস্বৰাজমাজুলীগৰীয়সীপদাৰ্থৰ অৱস্থাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাতাল (বাদ্যযন্ত্ৰ)এডাম স্মিথঅসমৰ ধান খেতিৰ সঁজুলিসমূহসাহিত্য সমালোচনাআমভাৰতীয় দৰ্শননাগালেণ্ডৰ সংস্কৃতিঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমৰ চলচ্চিত্ৰঁ (চন্দ্ৰবিন্দু)পঞ্চায়তী ৰাজসমাৰ্থক শব্দউপনিষদচামগুৰি সত্ৰশৰৎ ঋতুভাৰতীয় শিল্পকলাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকা২৪ এপ্ৰিলঢ়আৰ্যভট্ট২৬ এপ্ৰিলপৰিৱেশ তন্ত্ৰওৰাং ৰাষ্ট্ৰীয় উদ্যানবন্দে মাতৰম্‌আবেগঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাওনাগোপীনাথ বৰদলৈকপৌ ফুলৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)চন্দ্ৰকুমাৰ আগৰৱালাসৌৰজগতইংৰাজী ভাষাদীৰ্ঘেশ্বৰী দেৱালয়🡆 More