বিশ্বকোষ

বিশ্বকোষ এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়। কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে। অভিধানৰ বিপৰীতে বিশ্বকোষত ভাষিক গুণাগুণ যেনে শব্দোদ্ভৱ, ব্যাকৰণগত ব্যৱহাৰ আদি নাথাকে, বৰং সাধাৰণ তথ্য সমৃদ্ধ জ্ঞান প্ৰদান কৰা হয়।

বিশ্বকোষ
এঞ্চাইক্ল'পিডিয়া ব্ৰিটেনিকা
বিশ্বকোষ
১৫৪১ৰ "ল্যুকুব্ৰেশ্যনেচ"ৰ বেটুপাত

বিশ্বকোষৰ ইতিহাস

প্ৰায় দুহাজাৰ বৰ্ষৰপৰা বিশ্বকোষ অস্তিত্বত আছে। পলিনি দ্য এল্ডাৰৰ প্ৰথম শতিকাৰ নেচুৰেলিচ হিষ্টৰিয়া এক প্ৰাচীন বিশ্বকোষ যি ৰ'ম সাম্ৰাজ্যত লিখা হৈছিল। এটিম'লজিয়ে মধ্যযুগৰ প্ৰথম বিশ্বকোষ বুলি গণ্য কৰা হয় যি ৰাইচ'দ'ৰ অৱ চেভাইলৰ সৃষ্টি।

অসমীয়া ভাষাৰ বিশ্বকোষ

অসম সাহিত্য সভাই অসমীয়া ভাষাত ১০টা খণ্ডৰ বিশ্বকোষ প্ৰস্তুত কৰি প্ৰকাশ কৰিছে আৰু শেহতীয়াভাৱে দুটা খণ্ডৰ পুনৰ প্ৰকাশ কৰিছে৷ অসম সাহিত্য সভাত হোমেন বৰগোহাঞি সভাপতি হৈ থাকোঁতে এই বিশ্বকোষৰ প্ৰকল্পৰ শুভাৰম্ভ হয়৷ অসমৰ ৰাইজৰ অৰ্থ সাহাৰ্যত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে৷

তথ্য সংগ্ৰহ আৰু উদ্ধৃতি

Tags:

অভিধান

🔥 Trending searches on Wiki অসমীয়া:

অযোধ্যা (পৌৰাণিক নগৰ)প্লেটোন'বেল বঁটাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঋণাত্মক অখণ্ড সংখ্যাহীৰেন গোহাঁইৰেখাহীৰেন্দ্ৰ নাথ দত্তহাড়ধতুৰাখনিকৰ (নাট)শ্ৰীমদ্ভগৱতগীতামহাদেশসাম্যবাদী সমাজচকলংবিশেষ শিক্ষাসৰ্বেপল্লী ৰাধাকৃষ্ণণবতৰঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকামিত্ৰদেৱ মহন্তওৰাং ৰাষ্ট্ৰীয় উদ্যান২৭ এপ্ৰিলঅংগনবাদীপাচন তন্ত্ৰকথা-ভাগৱতচাচনি মেৰবিলঘৰ শালিকাকাল সংহতিমিজোৰামচৰিত পুথিহেমচন্দ্ৰ বৰুৱাকাৰ্বি জনগোষ্ঠীতোলনি বিয়াশ্ৰী সূৰ্য পাহাৰমহা মৃত্যুঞ্জয় মন্দিৰশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়হাজং জনগোষ্ঠীমৃত্যুপ্ৰাকৃতিক দুৰ্যোগশক্তিসমাজবাদসাহিত্যৰ সমাজতত্ত্ববাৰেচহৰীয়া ভাওনা মহোৎসৱবৰগীতদৰ্শনজোনবিল মেলাভগদত্তভাৰতৰ প্ৰধানমন্ত্ৰীমাঘ বিহুমোৱামৰীয়া বিদ্ৰোহনাৰী সবলীকৰণমিৰি জীয়ৰীহেম সৰস্বতীকম্পিউটাৰনৱগ্ৰহ মন্দিৰ, গুৱাহাটীম’বাইল ফোনবিষ্ণুনৱ-বৈষ্ণৱ ধৰ্মপাকস্থলীঅপাৰেটিং চিষ্টেমঅসমীয়া গালি-গালাজবিষ্ণুৰাম মেধিপৃথিৱীগোলাঘাটমোহনদাস কৰমচান্দ গান্ধীমূৰাৰা, ৰঙিয়াইয়াত এখন অৰণ্য আছিলজলসিঞ্চনঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাগণিতভাৰতীয় সাহিত্য🡆 More