উত্তৰ আমেৰিকা: মহাদেশ

উত্তৰ আমেৰিকা (ইংৰাজী: North America; স্পেনীছ: América del Norte বা Norteamérica; ফৰাচী: Amérique du Nord; ওলন্দাজ: Noord-Amerika; পাপিয়ামেন্টো: Nort Amerika; গ্ৰীণলেণ্ডিক: Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলাণ্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বুলা হয়।

উত্তৰ আমেৰিকা
উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ
মাটিকালি 24,709,000 km2
(9,540,000 sq mi)
জনসংখ্যা 528,720,588 (2008, চতুৰ্থ)
জনঘনত্ব 22.9/km2 (59.3/sq mi)
বাসিন্দা উত্তৰ আমেৰিকান, আমেৰিকান
দেশসমূহ 23 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 25 (তালিকা)
ভাষাসমূহ ইংৰাজী, স্পেনিছ, ফৰাচী, গ্ৰীণলেণ্ডিক আৰু বহুতো
সময় অঞ্চলসমূহ UTC-10 ৰ পৰা UTC±0 লৈ
বৃহত্তম নগৰসমূহ
তালিকা

ৰাষ্ট্ৰসমূহ

  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  নিকাৰাগুৱা
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  পানামা
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেণ্ট কিটচ আৰু নেভিচ
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেণ্ট লুচিয়া
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডাইন দ্বীপপুঞ্জ
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  ত্ৰিনিদাদ আৰু টোবাগো
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  আমেৰিকা যুক্তৰাষ্ট্ৰ

অঞ্চলসমূহ

এই অংশত সাৰ্বভৌমত্ব নথকা, কিন্তু ওপৰত উল্লিখিত ৰাষ্ট্ৰসমূহৰ অংশ নোহোৱা অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

পৰাধীন অঞ্চল

  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  অংগুইলা (যুক্তৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  আৰুবা (নেডাৰলেণ্ড সাম্ৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  বাজো নুইভ বেঙ্ক (যুক্তৰাষ্ট্ৰ)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  বাৰ্মুদা (যুক্তৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  কেমন দ্বীপপুঞ্জ (যুক্তৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  ক্লিপাৰটন দ্বীপপুঞ্জ (ফ্ৰান্স)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  কুৰচাবো (নেডাৰলেণ্ড সাম্ৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  গ্ৰীনলেণ্ড (ডেনমাৰ্ক)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  মণ্টচেৰ্ৰাট (যুক্তৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  নাবাসা দ্বীপ (যুক্তৰাষ্ট্ৰ)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  পুয়েৰ্তো ৰিকো (যুক্তৰাষ্ট্ৰ)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেণ্ট বাৰ্থেলমী (ফ্ৰান্স)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেণ্ট মাৰ্টিন (ফ্ৰান্স)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেণ্ট প্যেৰ আৰু মিকালোঁ (ফ্ৰান্স)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেৰানিল্লা বেঙ্ক (যুক্তৰাষ্ট্ৰ)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চিণ্ট মৰ্টেন (নেডাৰলেণ্ড সাম্ৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  টাৰ্কচ আৰু কেইকোচ দ্বীপপুঞ্জ (যুক্তৰাজ্য)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  আমেৰিকান ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাষ্ট্ৰ)

আন অঞ্চল

  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  বৌনাৰ (নেডাৰলেণ্ড)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  গুয়াদলুপ (ফ্ৰান্স)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  মাৰ্টিনিক (ফ্ৰান্স)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেবা (নেডাৰলেণ্ড)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চেন এণ্ড্ৰেছ আৰু প্ৰভিদেঞ্চিয়া (কলম্বিয়া)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  চিণ্ট ইউষ্টাটিয়াচ (নেডাৰলেণ্ড)
  • উত্তৰ আমেৰিকা: ৰাষ্ট্ৰসমূহ, অঞ্চলসমূহ, চহৰসমূহ  ফেডেৰেল ডিপেণ্ডেচিচ অফ ভেনিজুৱেলা (ভেনিজুৱেলা)

চহৰসমূহ

জনসংখ্যা অনুসৰি উত্তৰ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. মেক্সিকো চহৰ (মেক্সিকো)
  2. নিউয়ৰ্ক (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  3. লচ এঞ্জেলচ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  4. চেণ্টো ডমিংগো (ডোমেনিকান প্ৰজাতন্ত্ৰ)
  5. চিকাগো (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  6. টৰোণ্টো (কানাডা)
  7. হাভানা (কিউবা)
  8. হিউষ্টন (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  9. মণ্টৰিয়েল (কানাডা)
  10. এক্টেপেক দি মৰেলোচ (মেক্সিকো)

তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

উত্তৰ আমেৰিকা ৰাষ্ট্ৰসমূহউত্তৰ আমেৰিকা অঞ্চলসমূহউত্তৰ আমেৰিকা চহৰসমূহউত্তৰ আমেৰিকা তথ্যসূত্ৰউত্তৰ আমেৰিকা বহিঃসংযোগউত্তৰ আমেৰিকাআটলাণ্টিক মহাসাগৰআফ্ৰিকাআমেৰিকা (মহাদেশ)ইংৰাজী ভাষাইউৰোপউত্তৰ মহাসাগৰএছিয়াওলন্দাজ ভাষাদক্ষিণ আমেৰিকাপৃথিৱীপ্ৰশান্ত মহাসাগৰমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

পাঠ পৰিকল্পনাশব্দ প্ৰদূষণসপ্তকাণ্ড ৰামায়ণদৰ্শনঅন্নপ্ৰাশনৰজনীগন্ধাসাঁচিপাতবৰপেটা সত্ৰত্ৰিভুজঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাডিমাছা জনগোষ্ঠীমনালিছাসৌৰজগতঅসমৰ মন্ত্ৰ-সাহিত্যৰাষ্ট্ৰসংঘওৰাং ৰাষ্ট্ৰীয় উদ্যানদাঁতৰাতি বিহুবিত্তীয় ব্যৱস্থামালিনী থানঅসমৰ মুখা শিল্পআহোম ৰাজ্যসাহিত্য সমালোচনাৰংঘৰগঙ্গা নদীঅনাভেদী যৌনক্ৰিয়াকানাই বৰশী বোৱা শিলালিপিবুঢ়ী আইৰ সাধুগণতন্ত্ৰশ্ৰী শ্ৰী বটদ্ৰৱা থানবিজ্ঞাপন২৫ এপ্ৰিলগুৱাহাটী বিশ্ববিদ্যালয়নৱগ্ৰহ মন্দিৰ, গুৱাহাটীশিক্ষাভাৰতীয় ৰিজাৰ্ভ বেংকসমাজতত্ত্বভাস্কৰ (প্ৰথম)ৰাণী লক্ষ্মীবাইবাল্য বিবাহপথৰুঘাটৰ ৰণসাগৰ দেখিছা (কবিতা সংকলন)ৱিকিপিডিয়াপ্ৰকৃতিভৃগু কুমাৰ ফুকনভাৰত-আৰ্য ভাষা পৰিয়ালভেঁকুৰপিয়লি ফুকনভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাপুথিভঁৰালউৎসৱদেউলঅৰ্থব্যৱস্থানামঘৰঅসমীয়া শিশু আলোচনীসমূহৰ তালিকানিমাতী কইনালক্ষ্মীধৰ শৰ্মামৌখিক ইতিহাসকীৰ্তন-ঘোষাআৱাহন (আলোচনী)মৈদামঅসমৰ মাছচন্দ্ৰকুমাৰ আগৰৱালাজাভামাঘ বিহুজ'মাট'বিল গেট্‌ছভিটামিনমনোবিজ্ঞানমিজোৰামঅসমীয়া যুক্তাক্ষৰঅসম চুক্তি🡆 More