২৩ মে': তাৰিখ

২৩ মে' (ইংৰাজী: 23 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৩তম (অধিবৰ্ষত ১৪৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২২টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৭৮৫ - আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
  • ১৯৫১ - মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
  • ১৯৮৪ - ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালএভাৰেষ্টত আৰোহণ।
  • ১৯৯৬ - পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।

জন্ম

  • ১৭০৩ - কেৰ'লাছ লিনিয়াছ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
  • ১৮৪৮ - অটো লিলিয়েনথাল, জাৰ্মান পাইলট। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
  • ১৮৫১ - ধীৰেশ্বৰাচাৰ্য, ভাৰতীয় সংস্কৃত পণ্ডিত। তেখেতক 'কামৰূপৰ কালিদাস' বুলি আখ্যা দিয়া হয়। বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত তেওঁৰ জন্ম।
  • ১৮৯১ - পাৰ লাগেৰভিষ্ট, ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯১৯ - গায়ত্ৰী দেৱী, কোঁচবিহাৰৰ ৰাজকুমাৰী।
  • ১৯৭০ - সুনীতা ভূঞা, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু

  • ১৭০১ - উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
  • ১৮৫৭ - আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
  • ১৯০৬ - হেনৰিক ইবছেন, নৰৱেৰ নাট্যকাৰ আৰু নাট পৰিচালক।
  • ২০১৫ - জন ফ'ৰ্বছ্‌ নাশ্ব, আমেৰিকান গণিতজ্ঞ।
  • ২০১৭ - ৰ'জাৰ মুৰ, বৃত্ৰিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
  • ২০১৯ - কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।

দিৱস



Tags:

২৩ মে' ঘটনাৱলী২৩ মে' জন্ম২৩ মে' মৃত্যু২৩ মে' দিৱস২৩ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকাৰেঙৰ লিগিৰীবানপানীসাপতেজপুৰবিশ্ব বেংকভাৰতীয় দৰ্শনভাৰতৰ শিক্ষাসাধুকথাগোলাঘাট জিলাভাৰতীয় জাতীয় কংগ্ৰেছপতঞ্জলিৰ যোগসূত্ৰযৌগিক সংখ্যাচৰ্যাপদবেদভাৰত-চীন যুদ্ধকেশৱ মহন্তসিংহকামাখ্যা মন্দিৰসাঁথৰকোকৰাঝাৰ (লোকসভা সমষ্টি)যোৰহাট জিলাউৎসৱমহেঞ্জোদাৰোজীৱনীমুগা (ৰেচম)স্বৰাজজাতীয়তাবাদগোৱালপৰীয়া লোকগীতমৌৰ্য সাম্ৰাজ্যকপৌ ফুলপৃথুশক্তিবায়ু প্ৰদূষণমোৱামৰীয়া বিদ্ৰোহবিশ্বনাথ চাৰিআলিপথৰুঘাটৰ ৰণঅসমৰ লোকবাদ্যচৰাইকমলাবাৰী সত্ৰশব্দ প্ৰদূষণহুমায়ুনৰ সমাধিক্ষেত্ৰদেউৰী জনগোষ্ঠীজ্যোতিপ্ৰসাদ আগৰৱালাসূৰ্যঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাসাহিত্যগোলকীয় উষ্ণতা বৃদ্ধিৰাষ্ট্ৰসংঘৰাইমনা ৰাষ্ট্ৰীয় উদ্যানমণিৰাম দেৱানভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাজীৱনৰ বাটতনাটকখাদ্য সুৰক্ষাআমেৰিকা যুক্তৰাষ্ট্ৰমাধৱ কন্দলিসংবিধান দিৱস (ভাৰত)ভাইৰাছসিন্ধু সভ্যতানুৰ জাহাননৱকান্ত বৰুৱাগণতন্ত্ৰপাণিনিৰজনীকান্ত বৰদলৈৰাভা ভাষাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবাগ্‌ধ্বনিইণ্ডোনেছিয়াঅসম গণ পৰিষদঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা🡆 More