ৰাইজৰ চ'ৰা

পাঁচটা শিতানত বিভক্ত এই শিতানৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়া সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। তলৰ তালিকাত এই শিতানবোৰৰ বিষয়ে চমু বৰ্ণনা দিয়া হৈছে। পঢ়ুৱৈ বা সংকলকৰ এনে কোনো বিষয়ত কিবা ক'ব লগা থাকিলে উপযুক্ত শিতান সম্পৰ্কীয় পৃষ্ঠাত লিখিব পাৰে। সকলো শিতান একেলগে চাবলৈ এই সংযোগলৈ গৈ চাব পাৰে।

অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম। ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "ভিলেজ পাম্প" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল আদি বিভিন্ন নামেৰে উল্লেখ কৰে।

অনুগ্ৰহ কৰি এই পৃষ্ঠাখনত একো নিলিখে যেন
(This page is not for discussions.)
চমুপথবোৰ:
WP:VP
WP:PUMP
WP:VILLAGE
WP:VILLAGEPUMP
ৰাইজৰ চ'ৰাৰ ভাগ/শিতানসমূহ
ৰাইজৰ চ'ৰা
ৱিকিপিডিয়াৰ নীতি
| লক্ষ্য ৰাখক | সন্ধান
ৱিকিপিডিয়াৰ নীতি সম্পৰ্কীয় বিষয়সমূহ (যেনে নতুন নীতিৰ প্ৰস্তাৱ, প্ৰচলিত নীতিৰ সালসলনি আদি) আলোচনাৰ কাৰণে।
ৰাইজৰ চ'ৰা
ৱিকিমিস্ত্ৰীৰ দোকান
| লক্ষ্য ৰাখক | সন্ধান

কাৰিকৰী আলোচনাৰ কাৰণে। ৱিকি ছফ্ট্‌ৱেৰৰ সমস্যা সম্পৰ্কে Phabricator-ত লিখিব।

প্ৰস্তাৱসমূহ
প্ৰস্তাৱসমূহ
| লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়াৰ নীতিৰ লগত জড়িত নোহোৱা বিষয়ৰ নতুন প্ৰস্তাৱৰ আলোচনাৰ বাবে। অনুগ্ৰহ কৰি ইংৰাজী ৱিকিপিডিয়াৰ perennial proposals আৰু persistent proposals এবাৰ চকু ফুৰাই লওক।

ৰাইজৰ চ'ৰাৰাইজৰ চ'ৰা
উদ্ভাৱনশালা
| লক্ষ্য ৰাখক | সন্ধান

নতুন ধাৰণা মুকলি কৰাৰ আগতে সদস্যসকলৰ লগত আলোচনা কৰিবলৈ আৰু কোনো সমস্যাৰ সমাধানৰ বাবে।

ৰাইজৰ চ'ৰা
বিবিধ

| লক্ষ্য ৰাখক | সন্ধান

অন্য শিতানত খাপ নোখোৱা বিষয়ৰ আলোচনাৰ বাবে।

উদ্দেশ্য কোন স্থান/পৃষ্ঠালৈ যাব
...ৰাইজৰ চ'ৰাৰ সকলো শিতান একেলগে চাবলৈ ৰাইজৰ চ'ৰা (সকলো)
...ৰাইজৰ চ'ৰাৰ পুৰণি সংৰক্ষিত আলোচনা চাবলৈ সন্ধান
...ৱিকিপিডিয়া সম্পৰ্কীয় সাহায্য সাহায্য কেন্দ্ৰ
...ৱিকিপিডিয়াৰ পথ নিৰ্দেশনা বিভাগসমূহৰ সূচী
...নিৰ্দিষ্ট তথ্য (যেনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি?) প্ৰসংগ মেজ
...কোনো প্ৰবন্ধৰ বিষয়ে গঠনমূলক আলোচনাৰ বাবে সতীৰ্থৰ মতামত
... সম্পাদনা সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে সহায় বিচাৰি বা কোনো সদস্যৰ ব্যৱহাৰ সম্পৰ্কীয় অভিযোগৰ কাৰণে ; মতামত আহ্বান
...কোনো প্ৰবন্ধ সম্পৰ্কে মতামত দিবলৈ সংশ্লিষ্ট আলোচনা পৃষ্ঠা
...ৱিকিমিডিয়াৰ অন্যান্য প্ৰকল্প Wiki Meta-wiki
...কোনো তথ্য জানিবলৈ বা উদ্ধৃতি দিবলৈ ৱিকিপিডিয়াৰ উদ্ধৃতি দিবলৈ
...ৱিকিপিডিয়াৰ তথ্য ব্যবহাৰ কৰা ৱেবচাইটৰ সম্পৰ্কে খবৰ দিবলৈ/জানিবলৈ ৱিকিপিডিয়াৰ পৰা উদ্ভুত ৱেবচাইট
...প্ৰশ্ন সুধিবলৈ/মতামত দিবলৈ প্ৰশ্ন
...মিডিয়াৱিকিৰ বাৰ্তাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মিডিয়াৱিকি বাৰ্তাসমূহ
...অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক পদৰ বাবে আবেদন কৰিবলৈ প্ৰশাসক পদৰ আবেদনসমূহ
ৰাইজৰ চ'ৰা
আশা কৰা হয় যে গাঁৱৰ দমকলৰ কাষত ৰাইজ গোট খাই অঞ্চলটোৰ উন্নয়নৰ কথা পতাৰ দৰে ৰাইজৰ চ'ৰাতো সদস্যসকলে ৱিকিপিডিয়াৰ উন্নতিৰ কথা আলোচনা আৰু পৰিকল্পনা কৰিব।

সংৰক্ষণৰ নীতি

সাত দিনতকৈ পুৰণি (সৰ্বশেষ মন্তব্যৰ তাৰিখৰ পৰা আৰম্ভ কৰি) আলোচনা সমূহ অন্য এখন সহযোগী পৃষ্ঠাৰ এটা বিভাগলৈ (বিভাগৰ নাম/সাঁচনী পেৰা n) তুলি নিয়া হ'ব পাৰে। ইয়াৰ পাচত প্ৰয়োজন অনুসাৰে যথোপযুক্ত "আলোচনা পৃষ্ঠা"লৈ লৈ যোৱা হ'ব পাৰে। এনে আলোচনাবোৰ চাব খুজিলে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰাৰ সাঁচতীয়া তথ্য চাব পাৰে।

অন্যান্য দ্ৰষ্টব্য

Tags:

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (সকলো)

🔥 Trending searches on Wiki অসমীয়া:

বুৰঞ্জী সাহিত্যএ পি জে আব্দুল কালামঋতুহাড়অসমৰ লোকবাদ্যগমধৰ কোঁৱৰসাধুকথাজলবায়ুব্ৰিটিছ ৰাজঅসমৰ জাতীয় গীতশিৱভৃগু কুমাৰ ফুকনঢ়ৰামযুগ্ম সংখ্যামদন কামদেৱ দেৱালয়গড়গাঁওখেৰাইচক্ৰধ্বজ সিংহ (নাটক)ভাৰতশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়মানস ৰাষ্ট্ৰীয় উদ্যানতৎসমকামাখ্যা মন্দিৰহাজং জনগোষ্ঠীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমৰ ৰেচম শিল্পবিচূৰ্ণীভৱনবিশ্ব বাণিজ্য সংস্থাছোৱাইন ফ্লুবৰাইল পৰ্বতখোলকলিতা জনগোষ্ঠীমিজোৰামঅসমৰ জিলাসমূহঅসমীয়া লোক কবিতাসমাজতত্ত্বনিৰ্মলপ্ৰভা বৰদলৈপাৰিজাত হৰণ নাটঅসমৰ সত্ৰসমূহৰ তালিকাতোলনি বিয়াঅশোকৰ অনুশাসনঅসমৰ চলচ্চিত্ৰভাৰতীয় শিল্পকলাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাচাহঅসমত দেখা পোৱা মাছৰ তালিকাহীৰেন্দ্ৰ নাথ দত্তশ্ৰীমন্ত শংকৰদেৱবাজেটশোণিত কুঁৱৰীপাচনসমোচ্চাৰিত শব্দহাঁচতিপ্ৰাচীন গ্ৰীচকাতি বিহুনামেৰি ৰাষ্ট্ৰীয় উদ্যানইয়াত এখন অৰণ্য আছিলবিয়া নামপাইথাগোৰাছৰ উপপাদ্যকৃষ্ণচূড়াভাস্কৰ (প্ৰথম)অসম সাহিত্য সভাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)নীলমণি ফুকন (জ্যেষ্ঠ)ব্ৰহ্মপুত্ৰ নদমহাদেশকাঞ্চন (উপন্যাস)হাজোবিষ্ণুৰাম মেধিসৌৰভ কুমাৰ চলিহাঅসমৰ গামোচামালিনী থানৰাজ্যসভা🡆 More