৪ নৱেম্বৰ: তাৰিখ

৪ নৱেম্বৰ (ইংৰাজী: 4 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৮তম (অধিবৰ্ষত ৩০৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

ঘটনাৱলী

  • ১৯৫৪ - দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯২ - বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।
  • ২০০৪ - মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানালৈ সেই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।
  • ২০০৮ - হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি , প্ৰখ্যাত সংগীত সাধক ভীমসেন যোশীলৈ ভাৰতৰ সব্বোৰ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।

জন্ম

মৃত্যু

  • ১৯৭০ - শম্ভু মহাৰাজ, ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত।
  • ২০০২ - বীৰেণ বৰকটকী, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০২২ - অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকীৰ মৃত্যু হয়। ১৯৩৫ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা ভোলা কটকী, ১৯৮১ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰা "অৰ্নিবাণ" বোলছবিৰ মুখ্য চৰিত্ৰ "ৰজনী মাষ্টৰ" চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে।

দিৱস

  • পতাকা দিৱস (পানামা)।

বাহ্যিক সংযোগ


Tags:

৪ নৱেম্বৰ ঘটনাৱলী৪ নৱেম্বৰ জন্ম৪ নৱেম্বৰ মৃত্যু৪ নৱেম্বৰ দিৱস৪ নৱেম্বৰ বাহ্যিক সংযোগ৪ নৱেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

সংবিধান দিৱস (ভাৰত)ভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামৃত্যুঞ্জয়মৈদাম২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনযকৃৎপৰ্যটনভাৰত-ইউৰোপীয় ভাষা পৰিয়ালভাৰত-আৰ্য ভাষা পৰিয়ালওৰাং ৰাষ্ট্ৰীয় উদ্যানউইলিয়াম শ্বেইকছপীয়েৰযোগ দৰ্শনবিচূৰ্ণীভৱনআহোম-মোগলৰ সংঘৰ্ষদৰ্শনসত্ৰযোগেশ দাসআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅৰ্জুন ভঞ্জনবায়ু প্ৰদূষণমানুহমোগল সাম্ৰাজ্যবহনক্ষম উন্নয়নৰ লক্ষ্যমাটিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমনালিছাদুৰ্গাকাৰ্বি ভাষাভেঁকুৰপাঠ পৰিকল্পনাকামৰূপ ৰাজ্যমামণি ৰয়ছম গোস্বামীশ্ৰীমন্ত শংকৰদেৱশব্দ প্ৰদূষণবিহু নৃত্যভৌতিক সংস্কৃতিসুতুলীআৰ্দ্ৰতাআনন্দ চন্দ্ৰ আগৰৱালাবিষুৱ ৰেখাসৌৰজগতলক্ষ্মীনাথ বেজবৰুৱাক্ৰা দাদি জিলাবৰপেটা (লোকসভা সমষ্টি)অসমৰ গামোচাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫সাহিত্যৰ সমাজতত্ত্বঅযোধ্যা (পৌৰাণিক নগৰ)গণৰাজ্য দিৱস (ভাৰত)মিকী মাউছভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানৱগ্ৰহ মন্দিৰ, গুৱাহাটীহীৰেন্দ্ৰ নাথ দত্ত২০২১ৰ অসম বিধানসভা নিৰ্বাচনইন্দিৰা মিৰিএ পি জে আব্দুল কালামসংমিশ্ৰিত মীন-পালনম’বাইল ফোনহৃদযন্ত্ৰসতীমাইলছ ব্ৰনছনতথ্য জনাৰ অধিকাৰ আইন, ২০০৫চৰকাৰভট্টদেৱমিত্ৰদেৱ মহন্তনীলমণি ফুকন (জ্যেষ্ঠ)অসমীয়া প্ৰতিদিনপাৰিজাত হৰণ নাটৰামমোহন ৰায়বুঢ়া চাপৰি অভয়াৰণ্যনিচুকনি গীত🡆 More