ভীমসেন জোশী: ভাৰতীয় অভিনেতা

পণ্ডিত ভীমসেন যোশী (ইংৰাজী: Bhimsen Joshi; জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১) এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰিও তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।

ভীমসেন যোশী
ভীমসেন জোশী: ভাৰতীয় অভিনেতা
প্ৰাথমিক তথ্য
জন্মৰ নাম ভীমসেন গুৰুৰাজ যোশী
জন্ম ৪ ফেব্ৰুৱাৰী, ১৯২২
ৰণ, কৰ্ণাটক, ভাৰত
মৃত্যু ২৪ জানুৱাৰী, ২০১১ (৮৮ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত
পেচা হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, ভজন (কন্নড়, মাৰাঠী আৰু হিন্দী)
কাৰ্যকাল ১৯৪১-২০০০

ভাৰতৰ সংগীত জগতত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭২ চনত পদ্মশ্ৰী, ১৯৭৫ চনত সংগীত নাটক অকাডেমি আৰু ১৯৮৫ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ১৯৯৮ তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে। ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। তেওঁ হিন্দী, কন্নড়, মাৰাঠীৰ দৰে একাধিক ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় দৰ্শনআহোম ৰাজ্যসমাৰ্থক শব্দকৃষ্ণ ভূঞাগুকেশ ডিমোহনদাস কৰমচান্দ গান্ধীবিশেষ্য পদভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপীযুষ হাজৰিকাসালোক সংশ্লেষণগোলকীয় উষ্ণতা বৃদ্ধিবিশ্ব গ্ৰন্থ দিৱসজোৰোণশ্ৰীমন্ত শংকৰদেৱমৰাণ জনগোষ্ঠীকৃষ্ণচূড়াহাজোসমাজবাদৰুদ্ৰেশ্বৰ দেৱালয়কোণঅৰুণোদইমণিপুৰ সংঘৰ্ষ ২০২৩লভিতাবিষুৱ ৰেখাআইজাক নিউটনহেমচন্দ্ৰ বৰুৱালক্ষ্মীনাথ বেজবৰুৱাবিবাহআত্মসহায়ক গোটদধীচিশচীন তেণ্ডুলকাৰপীতাম্বৰ কবিভেঁকুৰঘৰচিৰিকাপুৰুষপুৰন্দৰ সিংহসিন্ধু সভ্যতাউপনিষদবৰহমথুৰিমোৰো এটা সপোন আছেউপভাষাআনন্দ চন্দ্ৰ আগৰৱালালখিমপুৰ জিলামাতৃভাষাতিৱা জনগোষ্ঠীএণ্ড্ৰইডজুবিন গাৰ্গলক্ষ্মীনন্দন বৰামই আৰু নেফাসাহিত্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাদিহানামনাৰীবাদলক্ষ্মীধৰ শৰ্মাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহচকলংমঙ্গল গ্ৰহইউনিক’ডবিষ্ণুৰাম মেধিঅসম আন্দোলনমেজিৱিকিপিডিয়াভাৰতীয় জাতীয় কংগ্ৰেছজয়মতী কুঁৱৰীউমানন্দগোৱালপৰীয়া লোকগীতসৌৰজগতমহিলাৰ বিৰুদ্ধে হিংসাসূৰ্যকুমাৰ ভূঞাপ্ৰাচীন ভাৰতীয় সভ্যতাসংস্কৃত ভাষাঅসমৰ মন্ত্ৰ-সাহিত্যসমবাহু ত্ৰিভুজআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰগৌতম বুদ্ধ🡆 More