পদ্মভূষণ

পদ্মভূষণ (হিন্দী: पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।

পদ্মভূষণ
পদ্মভূষণ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ৰাষ্ট্ৰীয়
প্ৰতিষ্ঠা ১৯৫৪
প্ৰথমবাৰ প্ৰদান ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০২৩
মুঠ প্ৰদানৰ সংখ্যা ১২৮৭
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
পদ্মবিভূষণপদ্মভূষণপদ্মশ্ৰী
পদ্মভূষণ

ইতিহাস

পদ্মভূষণ সন্মানটো ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰবৰ্তন কৰা হৈছিল। দেশৰ হকে থকা যিকোনো ক্ষেত্ৰতে ভাল তথা বিৰল কামেৰে ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা ব্যক্তিলৈ এই পুৰস্কাৰ আগবঢ়োৱা হয়। ২০১০ চনৰ জানুৱাৰী মাহলৈকে ১১১১ জন ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।

পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিসকল

  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৫৪-১৯৫৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৬০–১৯৬৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৭০–১৯৭৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৮০–১৯৮৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৯০–১৯৯৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০০০–২০০৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০১০–২০১৯)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

পদ্মভূষণ ইতিহাসপদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিসকলপদ্মভূষণ তথ্য সংগ্ৰহপদ্মভূষণ বাহ্যিক সংযোগপদ্মভূষণপদুমপদ্মবিভূষণহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহযুগ্ম সংখ্যাঅনাভেদী যৌনক্ৰিয়াঅসমৰ পুৰণি স্থাপত্যইংৰাজী ভাষাপৰিৱেশ তন্ত্ৰঅন্নপ্ৰাশনমানৰ অসম আক্ৰমণহেটুলুকাঅনন্ত কন্দলিভট্টদেৱচন্দ্ৰকুমাৰ আগৰৱালাপুঁজিবাদকামাখ্যা দেৱীসত্ৰীয়া নৃত্যনাগৰিকত্বঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাপায়ু সংগমদৰিদ্ৰতাখ্ৰীষ্টান ধৰ্মৰুবুল মাউতসাহিত্য সমালোচনাঅশোকৰ অনুশাসনদেউলআনন্দৰাম ঢেকিয়াল ফুকনকাতি বিহুনাৰী আৰু ধূম্ৰপানঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাধ্বনিতত্ত্বদীৰ্ঘেশ্বৰী দেৱালয়গণিতশিৱসাগৰৰ শিৱদৌলএৰিষ্ট'টলবুলু ফিল্মবিয়া নামপাইক প্ৰথাত্ৰিভুজসুভাষ চন্দ্ৰ বসুব'হাগ বিহুপৰিমেয় সংখ্যাগঙ্গা নদীৱিকিমেনিয়ামৃগীৰোগঅন্তৰীপ (উপন্যাস)মৃত্যুজিকিৰবনলতা সেন (কবিতা)অসমত দেখা চৰাইবোৰলোকচিকিৎসাশ্ৰী সূৰ্য পাহাৰপ্ৰফুল্ল দত্ত গোস্বামীজাপিঅসমীয়া ব্যাকৰণমানুহঅসমীয়া যুক্তাক্ষৰবানপানীভাৰতৰ শাস্ত্ৰীয় নৃত্যচুডাংফাঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথৰূপালীমব্ৰাহ্ম সমাজসাত বিহুপদাৰ্থ বিজ্ঞানহুঁচৰিচাহেবপুৰাৰ বৰষুণভাৰতৰ স্বাধীনতা আন্দোলনমোহিনিয়াত্তমঅশ্বক্ৰান্ত মন্দিৰগুৱাহাটী পৌৰ নিগমচিলাৰায়সুৱঁৰিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবেটুপাতৰমজানমাটিৰ হিচাপ🡆 More