২৪ নৱেম্বৰ: তাৰিখ

২৪ নৱেম্বৰ (ইংৰাজী: 24 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৮তম (অধিবৰ্ষত ৩২৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

ঘটনাৱলী

  • ১৮৫৯ - বিজ্ঞান সাহিত্যৰ বিখ্যাত গ্ৰন্থ চাৰ্লছ ডাৰউইনপ্ৰজাতিৰ উৎপত্তি(On the origin of Species) প্ৰকাশ পায়।

জন্ম

  • ১৬২২ - লাচিত বৰফুকন, আহোম সেনাপতি।
  • ১৮৬৭ - ৰজনীকান্ত বৰদলৈ, ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতৃ-পুৰুষ।
  • ১৮৭১ - পদ্মনাথ গোহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।
  • ১৮৮৮ - ডেল কাৰ্নেগী, আমেৰিকান লেখক আৰু প্ৰবক্তা।
  • ১৯৬১ - অৰুন্ধতী ৰয় প্ৰসিদ্ধ লেখিকা। তেওঁৰ সম্পূৰ্ণ নাম সুজন্না অৰুন্ধতী ৰয়অৰুন্ধতী ৰয় তেওঁৰ উপন্যাস "দ্য গড অব্ স্মল থিংছ (১৯৯৭)"ৰ বাবে সৰ্বাধিক পৰিচিত, যি ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰিছিল আৰু এগৰাকী অনা-প্ৰবাসী ভাৰতীয় লেখকৰ দ্বাৰা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল। তেওঁ এগৰাকী মানৱ অধিকাৰ আৰু পৰিবেশ কৰ্মী হোৱাৰ লগতে এগৰাকী ৰাজনৈতিক কৰ্মীও।
  • ১৯৭৬ - অংগৰাগ মহন্ত, অসমীয়া কণ্ঠশিল্পী।
  • ১৯৮৪ - নীনা গুপ্তা, ভাৰতীয় গণিতজ্ঞ।
  • ১৯৯০ - প্ৰিঞ্চ নাৰুলা, ভাৰতীয় মডেল আৰু অভিনেতা।
  • ২০০১ - অচিন্ত্য শিউলি, ভাৰতীয় ভাৰোত্তোলনকাৰী।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

Tags:

২৪ নৱেম্বৰ ঘটনাৱলী২৪ নৱেম্বৰ জন্ম২৪ নৱেম্বৰ মৃত্যু২৪ নৱেম্বৰ দিৱস২৪ নৱেম্বৰ বাহ্যিক সংযোগ২৪ নৱেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

কলিতা জনগোষ্ঠীগুৰু আসনভাৰতীয় জাতীয় কংগ্ৰেছগদ্যআৰবী ভাষাদ্বিতীয় বিশ্বযুদ্ধআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিউৎসৱদেওপাহাৰঅমিয় কুমাৰ ভূঞাতৎসমঅসমীয়া পুৰণি সাহিত্য২৬ এপ্ৰিলমূৰাৰা, ৰঙিয়াআন্তৰ্জাতিক মানৱ অধিকাৰ আইনহিমালয়গ্ৰহবিত্তীয় ব্যৱস্থাভাৰতত মহিলাৰ স্বাস্থ্যঅসমৰ মহকুমাসমূহৰ তালিকাভট্টদেৱঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবৰপেটা সত্ৰআনন্দ চন্দ্ৰ আগৰৱালাঅতুল চন্দ্ৰ হাজৰিকাপাইথেগাৰাছঅপৰিমেয় সংখ্যাআজান পীৰকথা কবিতাঅন্তৰীপ (উপন্যাস)অণুজীৱযক্ষ্মাবাজেটচন্দ্ৰকুমাৰ আগৰৱালাখাদ্য সুৰক্ষাচিত্ৰা মণ্ডলঅসমৰ চলচ্চিত্ৰবিহু নৃত্যলোক-সংগীতদুৰ্যোগআহোম ৰাজ্যঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাৰংঘৰজৈৱিক কৃষিশ্ৰীমদ্ভগৱতগীতাসম্পাদনাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীজল প্ৰদূষণনলিনীবালা দেৱীলিখন পদ্ধতিমোহনদাস কৰমচান্দ গান্ধীযোৰহাটমৌখিক ইতিহাসঅসমীয়া ভাষা আন্দোলনমাঘ বিহুভাষাবিজ্ঞানশেলাইলক্ষ্মীধৰ শৰ্মাকাতি বিহুনীলমণি ফুকন (জ্যেষ্ঠ)সংখ্যাৰজনীকান্ত বৰদলৈবিহুশৰৎ ঋতুমানৱ শৰীৰমনোমতীকাৰ্বি ভাষাকৃষ্ণচূড়া🡆 More