৯ নৱেম্বৰ: তাৰিখ

৯ নৱেম্বৰ (ইংৰাজী: 9 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৩তম (অধিবৰ্ষত ৩১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

ঘটনাৱলী

  • আজি ন্যায় সেৱা দিৱস।
  • ১৯১৭ চনৰ আজিৰ দিনটোতে জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হয়।
  • ১৯৫৩ কম্বোডিয়াৰ ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ।
  • ২০০০ চনৰ আজিৰ দিনটোত "উত্তৰাখণ্ড" ৰাজ্য গঠন কৰা হয়।
  • ২০২২ চনৰ আজিৰ দিনটোতে শ্ৰীযুত ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ভাৰতবৰ্ষৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে ।

জন্ম

  • ১৮৭৭ - মহম্মদ ইকবাল, উৰ্দু কবি।
  • ১৯৩৪ - কাৰ্ল চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
  • ১৯৩৯ - অজয় ঘটক, ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞান বিষয়ক পাঠ্যপুথিৰ ৰচক।
  • ১৯৫৭ - উদয় উমেশ ললিত, ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।


মৃত্যু

  • ১৮৮৩ - মাইলছ ব্ৰনছন , প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
  • ১৯৬২ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
  • ২০০৩ - পুষ্পলতা দাস , এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
  • ২০০৫ - কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।

দিৱস

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

৯ নৱেম্বৰ ঘটনাৱলী৯ নৱেম্বৰ জন্ম৯ নৱেম্বৰ মৃত্যু৯ নৱেম্বৰ দিৱস৯ নৱেম্বৰ তথ্যসূত্ৰ৯ নৱেম্বৰ বাহ্যিক সংযোগ৯ নৱেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতত মহিলা শিক্ষাকবিতাপ্ৰাক-ইতিহাসমানচিত্ৰলোকসভাপাচনঅযোধ্যা (পৌৰাণিক নগৰ)ব'হাগ বিহুঘৰপাচন তন্ত্ৰলখিমপুৰ জিলাবিশ্ব পৰিৱেশ দিৱসইয়াণ্ডাবু সন্ধিএৰিষ্ট'টলতিনিচুকীয়া জিলাকোণঅসমৰ কুঁহিলা শিল্পত্ৰিপিটকআওৰাচৰক সংহিতাঅসমত দেখা পোৱা মাছৰ তালিকাউদ্ভিদকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলপালি ভাষাজোনবিল মেলাআধা লেখা দস্তাবেজকলাখাৰপদ্মধৰ চলিহাভাৰতীয় ভাষাকাৰ্বি ভাষানিমাতী কইনাধৰিত্ৰী দিৱসকিতাপসাপসত্ৰৰামধেনুঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাচৰাইঅৰ্কিডসংযুক্ত মুক্তি বাহিনী, অসমফুলগুৰি ধেৱাভাষাবিজ্ঞানসপ্তকাণ্ড ৰামায়ণকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানএ পি জে আব্দুল কালামমৃণাল কলিতাদৈনিক বাতৰিঅসমৰ পৰম্পৰাগত সাজ- পাৰৰাভা জনগোষ্ঠীশক্তিউৎসৱদক্ষিণপাট সত্ৰভাৰতীয় মহাকাশ গৱেষণা সংস্থাশকুন্তলালক্ষ্মীনাথ বেজবৰুৱাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবীৰেন্দ্ৰনাথ দত্তভবেন্দ্ৰ নাথ শইকীয়াগোৱালপাৰা জিলাজোৰোণসালোক সংশ্লেষণজৱাহৰলাল নেহৰুভাৰতীয় জাতীয় কংগ্ৰেছৰাজ্যসভাকামৰূপী লোকগীতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমৰ বনৌষধিব্যৱস্থাপনাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ৭ ফেব্ৰুৱাৰী২০২৩ জি-২০ নতুন দিল্লী সন্মিলনকৃষ্ণহিন্দু ধৰ্ম🡆 More