মহাকৰ্ষণ

মহাকৰ্ষণ (ইংৰাজী: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো ঘূৰি আহি মাটিত পৰাৰ কাৰণো এই মহাকৰ্ষণেই । মহাকৰ্ষণৰ ফলতেই বিশৃংখলিত (ইংৰাজী: dispersed) পদাৰ্থ সংগঠিত (ইংৰাজী: coalesce) হ'ব পাৰে আৰু সংগঠিত পদাৰ্থ অক্ষত (ইংৰাজী: intact) অৱস্থাত থাকিব পাৰে । এই প্ৰক্ৰিয়াৰ দ্বাৰাই পৃথিৱী আৰু সূৰ্যকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ পদাৰ্থ আৰু বস্তু বৰ্তি আছে । মহাকৰ্ষণৰ প্ৰভাৱতেই সূৰ্যৰ চৰিওফালে পৃথিৱীকে ধৰি অন্যান্য গ্ৰহসমুহে নিৰ্দিষ্ট কক্ষপথত প্ৰদক্ষিণ কৰি আছে, সেই একেই প্ৰক্ৰিয়াৰে চন্দ্ৰই পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰে। সাগৰত জোৱাৰৰ সৃষ্টি, প্ৰাকৃতিক তাপ পৰিচলন ( যাৰ জৰিয়তে ঘনত্ব নতি (বা নতিমাত্ৰা) (ইংৰাজী: density gradient) আৰু মধ্যাকৰ্ষণৰ প্ৰভাৱত তৰল প্ৰবাহিত হয়), উত্তাপনৰ জৰিয়তে সংগঠিত তৰা আৰু গ্ৰহৰ অৰ্ন্তভাগৰ উচ্চ উষ্ণতা, আৰু পৃথিৱীত সংঘটিত আন বহুতো পৰিঘটনাৰ মূলতে হৈছে মহাকৰ্ষণ ।

Hammer and Feather Drop - এপ'ল ১৫ ৰ মহাকাশচাৰী ডেভিদ স্কট চন্দ্ৰৰ পৃষ্ঠত গেলিলিঅ' গেলিলিৰ বিখ্যাত মধ্যাকৰ্ষণৰ পৰীক্ষা প্ৰত্যাপন কৰা অৱস্থাত। (১.৩৮ এম বি, অ' জি জি/থেওৰা বিন্যাসত)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বহুৱা নাচশিঙি মাছপৰ্যাবৃত্ত তালিকাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবাঁহযৌতুকভূপেন হাজৰিকা সেতুমাধৱদেৱপ্ৰাচীৰ পত্ৰিকাপাৰ্বতীৰাহুলোকসভাশব্দমানস ৰাষ্ট্ৰীয় উদ্যানমুছলমানকোচ হাজোআইজাক নিউটনপ্ৰতিমা (কাব্য গ্ৰন্থ)দ্ৰৌপদী মূৰ্মুপদ্মনাথ গোহাঞি বৰুৱাউপেন্দ্ৰনাথ ব্ৰহ্মডিম্পু বৰুৱাতামোলহিউৱেন-চাংশিৱনাথ বৰ্মনবিশ্বব্ৰহ্মাণ্ডন'বেল বঁটাপ্ৰকাশ (আলোচনী)বিহুযক্ষ্মাজোনবিল মেলাসিন্ধু নদীঅসমীয়া যুক্তাক্ষৰনীৰাজনা মহন্ত বেজবৰাচি (প্ৰগ্ৰামিং লেংগুৱেজ)চৰিত পুথিআজান পীৰৰ দৰগাহৱিকিপিডিয়াফুলৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅংগৰাগ মহন্তনাৰীবাদগৰুঅসমৰ মন্ত্ৰ-সাহিত্যবাণাসুৰকামৰূপ ৰাজ্যঅণুবীক্ষণ যন্ত্ৰআঙঠি পিন্ধোৱাসৰ্বশিক্ষা অভিযানবৰ-মানিমুনিলোকসভাৰ অধ্যক্ষপোৱামক্কাভূগোলগাঁও পঞ্চায়তউইলিয়াম শ্বেইকছপীয়েৰবানপানীবৰাইল পৰ্বতমায়ংঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাজ্ঞানপীঠ বঁটাহনুমানসংখ্যাদূৰবীক্ষণ যন্ত্ৰঅসমীয়া সাহিত্যপানী বগলীভৌতিক সংস্কৃতিভাৰতীয় দৰ্শনৰঘুনাথ চৌধাৰীকুন্তীদন্দুৱা দ্ৰোহখামটি জনগোষ্ঠী২ মে'অসমীয়া জলপান🡆 More