কোচ হাজো

কোচ হাজো (১৫৮১ - ১৬১৬) কোচ ৰাজবংশৰ ৰজা ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আছিল। এই ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ভাৰেলী নদী পৰ্যন্ত বিস্তৃত আছিল। কমতা ৰাজ্যৰ বিভাজনৰ পিছত এই ৰাজ্য গঠন কৰা হৈছিল। কমতা ৰাজ্য মধ্যযুগত কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল। সোণকোষ নদীয়ে নৱগঠিত দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল। বৰ্তমান সময়ত সোণকোষ নদী অসম আৰু পশ্চিম বংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা। কমতা ৰাজৰ পশ্চিম অংশ কোচ বিহাৰ আৰু পূব অংশ কোচ হাজো ৰাজ্য হিচাপে দুই অংশত বিভাজিত হৈছিল। হাজো নাম কোচ ৰাজবংশৰ এগৰাকী প্ৰাচীন প্ৰতাপী ৰজা হাজোৰ নামেৰে ৰখা হৈছিল। তেওঁ বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলা আৰু অসমৰ কিছু অংশত শাসন কৰিছিল বুলি জনা যায়।

তথ্য উৎস

Tags:

অসমকমতা ৰাজ্যকামেং নদীকোচ বিহাৰকোচ ৰাজবংশনৰনাৰায়ণপশ্চিম বংগবাংলাদেশব্ৰহ্মপুত্ৰ নদসোণকোষ নদী

🔥 Trending searches on Wiki অসমীয়া:

লোকাচাৰচ'তবাবৰী মছজিদজাপানত ইছলাম ধৰ্মআৰ্টিমিচবগেজাৰী গীতআহোম জনগোষ্ঠীএশিঙীয়া গঁড়ক্ৰমবিকাশঅন্নপ্ৰাশনমোৱামৰীয়া বিদ্ৰোহইউৰোপিয়ান ইউনিয়নদৰিদ্ৰতামহিম বৰাঅসীমত যাৰ হেৰাল সীমাস্বাস্থ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰদীপা মামামণি ৰয়ছম গোস্বামীৰ উপন্যাসলুৰিন জ্যোতি গগৈচুটিগল্পগণিতগণৰাজ্য দিৱস (ভাৰত)সন্ধ্যাৰাগ (চলচ্চিত্ৰ)আমৰলি টোপঅসমৰ মুখা শিল্পঅসমীয়া বৰ্ণমালাকাৰেঙৰ লিগিৰীয়সাহিত্যমণিৰাম দেৱানঅসম চুক্তিশিল্প বিপ্লৱবড়ো জনগোষ্ঠীগৌৰীপুৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবিশ্বকোষমানৱ উন্নয়ন সূচকভাৰতৰ উচ্চতম ন্যায়ালয়বুৰঞ্জী সাহিত্যঅসমৰ চাহ জনগোষ্ঠীবানপানীহেম বৰুৱাএমাজন (কোম্পানী)পিঠাজল প্ৰদূষণএ পি জে আব্দুল কালামঅসমৰ বৰষুণশিৱবিশেষ্য পদউপভাষাকুচিয়া মাছলোকসভাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহব্ৰিটিছ ৰাজশ্ৰী সূৰ্য পাহাৰডিমাছা জনগোষ্ঠীসত্যনাথ বৰাপথৰুঘাটৰ ৰণজৈৱ বৈচিত্ৰ্যগোলকীকৰণঅসমৰ লোকবাদ্যশিৱসাগৰৰ শিৱদৌলউষ্ণতামিঠু বৰুৱাৰাজনৈতিক দলমাছপুনা চুক্তিইংৰাজী ভাষানামদাঙৰ শিলৰ সাঁকোকনকলতা বৰুৱামইনা পাৰিজাতবিজ্ঞাপন🡆 More