চন্দ্ৰ: পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ

চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে। সবাটোকৈ জনপ্ৰিয় অনুমান হ'ল যে ই পৃথিৱী আৰু মংগল গ্ৰহৰ সমান ডাঙৰ গ্ৰহ থেইয়াৰ সংঘৰ্ষৰ বাবে সৃষ্ট ডেব্ৰিৰপৰা সৃষ্ট। চন্দ্ৰৰ এফালহে পৃথিৱীৰ দিশে। কাৰণ তুল্যকালিক ঘূৰ্ণন। পৃথিৱীৰ দ্ৰষ্টাৰ বাবে ই আকাশৰ দ্বিতীয় উজ্জৱলতম বস্তু। যদিও চন্দ্ৰ প্ৰকৃততে অন্ধকাৰময়, চন্দ্ৰক জ্যোতিৰ্ময় যেন দেখা পোৱা যায় কাৰণ ইয়াৰ পোহৰ প্ৰতিফলন কৰাৰ ক্ষমতা আস্ফাল্টতকৈ অলপ অধিক।

চন্দ্ৰ ☾
Full moon in the darkness of the night sky. It is patterned with a mix of light-tone regions and darker, irregular blotches, and scattered with varying sizes of impact craters, circles surrounded by out-thrown rays of bright ejecta.
পৃথিৱীৰ উত্তৰাৰ্ধৰপৰা দৃশ্যমান পূৰ্ণচন্দ্ৰ
বিৱৰণ
বিশেষণ
কক্ষপথৰ বৈশিষ্ট্য
অনুসূৰ 362600 km
(356400370400 km)
অপসূৰ 405400 km
(404000406700 km)
অৰ্ধ-মুখ্য অক্ষ
()
কক্ষীয় পৰ্যায়কাল

(27 d 7 h 43.19 min 11.5 s)
পৰ্যায়কাল

(29 d 12 h 44 min 2.9 s)
গড় কক্ষীয় দ্ৰুতি
নতি 5.145° to the ecliptic
উদ্বিন্দুৰ দ্ৰাঘিমা
regressing by one revolution in 18.6 years
অনুসূৰ উৎপত্তি
progressing by one revolution in 8.85 years
যাৰ উপগ্ৰহ পৃথিৱী
ভৌতিক বৈশিষ্ট্যসমূহ
গড় ব্যাসাৰ্ধ   (0.273 Earths)
বিষুৱীয় ব্যাসাৰ্ধ   (0.273 Earths)
মেৰু ব্যাসাৰ্ধ   (0.273 Earths)
সমৰূপতা
পৰিধি   (equatorial)
পৃষ্ঠৰ ক্ষেত্ৰফল   (0.074 Earths)
আয়তন   (0.020 Earths)
ভৰ 7.342×1022 kg  ( Earths)
গড় ঘনত্ব
× Earth
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ   (0.1654 g)
পলায়ন বেগ
নাক্ষত্ৰিক ঘূৰ্ণনকাল   (synchronous)
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ 4.627 m/s
অক্ষীয় ঢাল
  • 1.5424° to ecliptic
  • 6.687° to orbit plane
প্ৰতিফলন অনুপাত 0.136
পৃষ্ঠৰ তাপমাত্ৰা ন্যূনতম মধ্যমীয়া সৰ্বোচ্চ
Equator 100 K 220 K 390 K
85°N  150 K 230 K
আপাত মান
  • −2.5 to −12.9
  • −12.74  (mean full moon)
কৌণিক ব্যাস 29.3 to 34.1 arcminutes
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ
  • 10−7 Pa (1 picobar)  (day)
  • 10−10 Pa (1 femtobar)   (night)
আয়তন অনুসৰি সংযুতি

আকাশত চন্দ্ৰৰ প্ৰাধান্যই চন্দ্ৰক কলাত্মক, ধাৰ্মিক, পঞ্জিকা সম্বন্ধীয় আৰু ভাষিক দিশত অত্যধিক প্ৰভাৱ পেলাইছে। চন্দ্ৰৰ মধ্যাকৰ্ষণে বাবে সাগৰত জোৱাৰ আদিৰ সৃষ্টি কৰে। জোনৰ পৃথিৱীৰপৰা দূৰত্ব প্ৰায় পৃথিৱীৰ ব্যাসৰ ৩০ গুণ। পৃথিৱীৰপৰা চন্দ্ৰৰ আকাৰ প্ৰায় সূৰ্যৰ সমান যেন দেখা পায়, সেয়ে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সম্ভৱ।

Tags:

উপগ্ৰহপৃথিৱীসৌৰজগত

🔥 Trending searches on Wiki অসমীয়া:

ব্যাকৰণলোকবিশ্বাসগোৱালপাৰাৰামধেনুস্বৰাজমানচিত্ৰহনুমানকৃষ্ণকান্ত সন্দিকৈঅশোক চক্ৰভবেন্দ্ৰ নাথ শইকীয়াস্বাস্থ্যযতি-চিনগোলকীয় উষ্ণতা বৃদ্ধিলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীছক্ৰেটিছশ্ৰী শ্ৰী বটদ্ৰৱা থান২৬ এপ্ৰিলশ্ৰীনিবাস ৰামানুজনবড়ো চুক্তি ২০২০জ্যোতিপ্ৰসাদ আগৰৱালাশৰৎচন্দ্ৰ চট্টোপাধ্যায়আয়ুৰ্বেদকমলাবাৰী সত্ৰভাৰতৰ উপৰাষ্ট্ৰপতিচিলাৰায়ঘৰ শালিকাদীপলিনা ডেকাজাতনামআনন্দৰাম বৰুৱাহৰি-হৰ যুদ্ধসদৌ অসম ছাত্ৰ সন্থাশকুন্তলাহনুমান জয়ন্তীৰামায়ণপ্লেটোপূৰ্ণ স্বৰাজভাৰতীয় জনতা পাৰ্টিসংখ্যাবুৰঞ্জী সাহিত্যলক্ষ্মীনন্দন বৰাগৌতম বুদ্ধতামোলয়অসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমৰ নদীসমূহৰ তালিকাঅণুবীক্ষণ যন্ত্ৰমিৰি জীয়ৰীচলচ্চিত্ৰকাৰ্বি আংলং জিলাবৰগীতদুৰ্যোগডিমাছা জনগোষ্ঠীছুনামিভাৰতীয় ৰেলঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাশব্দগাঁও পঞ্চায়তবিহুৰ সাজ-পোচাক আৰু অলংকাৰদশাৱতাৰঅসম লোকসেৱা আয়োগশকুন্তলা (চলচ্চিত্ৰ)ৰাষ্ট্ৰসংঘ দিৱসযুগ্ম সংখ্যাঅসমীয়া ভাষা আন্দোলনআহোম ৰাজবংশমাছবিহুঅসমৰ জনগোষ্ঠীবাণীকান্ত কাকতিবাথৌ পূজামাৰ্কাছ ৰাছফৰ্ডউপন্যাসমোৱামৰীয়া বিদ্ৰোহজ্ঞানপীঠ বঁটাতেজপুৰৰামমোহন ৰায়অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহ🡆 More