পৰ্যটন

বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্য্যই হৈছে পৰ্য্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্য্যটন ক্ষেত্ৰ গঢ়ি উঠিছে।

পৰ্যটন

বিশ্ব পৰ্যটন দিৱস

১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য। ১৯৭০ চনৰ ২৭চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল। ১৯৯৭চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু (থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে। বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয়।

ভাৰতবৰ্ষৰ বিভিন্ন পৰ্য্যটন স্থান

অসমৰ বিভিন্ন পৰ্য্যটন স্থান

মঠ মন্দিৰ

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

পৰ্যটন বিশ্ব দিৱসপৰ্যটন ভাৰতবৰ্ষৰ বিভিন্ন পৰ্য্যটন স্থানপৰ্যটন অসমৰ বিভিন্ন পৰ্য্যটন স্থানপৰ্যটন তথ্যসূত্ৰপৰ্যটন বাহ্যিক সংযোগপৰ্যটন

🔥 Trending searches on Wiki অসমীয়া:

গুৱাহাটী (লোকসভা সমষ্টি)হাতীমণিপুৰ সংঘৰ্ষ ২০২৩বুঢ়ী আইৰ সাধুভাৰত ত্যাগ আন্দোলননৱ-বৈষ্ণৱ ধৰ্মসেউজ গৃহ প্ৰভাৱশুৱালকুছিকামাখ্যা মন্দিৰকামৰূপ জিলাসাহিত্য সমালোচনাতথ্যইষ্ট ইণ্ডিয়া কোম্পানীত্ৰিভুজবৰ্ণালী কলিতাঅপাৰেটিং চিষ্টেমৰামকালিয়দমন নাটশিক্ষামাধৱদেৱখিলঞ্জীয়া লোকআল্লাহপাঠ্যক্ৰমআৰৱ সাগৰবাবৰভাৰত-চীন যুদ্ধখ্ৰীষ্টান ধৰ্মঅসমৰ জনগোষ্ঠীৱিকিৰঘুনাথ চৌধাৰীভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅনুবাদঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকানিগনিস্বাভাৱিক সংখ্যাবাথৌ পূজাচৰাইলোক-নৃত্যজ্যোতিপ্ৰসাদ আগৰৱালাসাক্ষৰতাসংস্কৃত সাহিত্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাব্ৰজাৱলী ভাষাকোণজলসিঞ্চনপায়ু সংগমভীমৰাও ৰামজী আম্বেদকাৰপথৰুঘাটৰ ৰণচন্দ্ৰনবীনচন্দ্ৰ বৰদলৈবসন্ত ঋতুভাৰত ৰত্নবৰগীতমানস ৰাষ্ট্ৰীয় উদ্যানয়ভাৰতৰ স্বাধীনতা আন্দোলনভূমিকম্পমনোবিজ্ঞাননাৰীতাল (বাদ্যযন্ত্ৰ)টকা (বাদ্য)লোকাচাৰঅশ্বত্থামাধৰিত্ৰী দিৱসঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবহুমূত্ৰ ৰোগহিন্দু পদ্ধতিত সময়ৰ এককবাগ্‌ধ্বনিঅসমৰ জিলাসমূহঅসমীয়া লোকসাহিত্যকেতেকীভূপেন্দ্ৰ সংগীতছনেট🡆 More