অসম চাহ উৎসৱ

অসম চাহ উৎসৱ বা চাহ উৎসৱ (ইংৰাজী: Assam Tea Festival) হৈছে অসমৰ বিভিন্ন ঠাইত বছৰি আয়োজন কৰা এক অনুষ্ঠান। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত প্ৰতি বছৰে এই উৎসৱৰ আয়োজন কৰা হয়। যোৰহাটত সৰ্বাধিক আড়ম্বৰপূৰ্ণভাৱে চাহ উৎসৱ অনুষ্ঠিত কৰা হয়। সেয়ে ইয়াক যোৰহাট চাহ মহোৎসৱ হিচাপেও জনা যায়। গুৱাহাটীত এই উৎসৱৰ স্থান হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ

অসম চাহ উৎসৱ
তাৰিখ নৱেম্বৰৰপৰা জানুৱাৰী
অন্তৰ বাৰ্ষিক
ঠাই অসম

ইতিহাস

অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰাজ্যখনত চাহৰ তাৎপৰ্যক উদযাপন কৰাৰ লগতে অসমলৈ অধিকসংখ্যক পৰ্যটকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চাহ উৎসৱৰ আৰম্ভণি কৰে।

আনুষ্ঠানিকতা

চাহ উৎসৱ উপলক্ষে পৰ্যটকসকলৰ বাবে চাহৰ ঐতিহ্যবাহী ঠাইসমূহ ভ্ৰমণৰ আয়োজন কৰা হয়। পৰম্পৰাগত খাদ্য আৰু সামগ্ৰীৰ মেলা উপভোগ কৰাৰ লগতে সৰ্বসাধাৰণে জিমখানা ক্লাবত আয়োজিত গ'ল্ফ খেলাতো ভাগ ল'ব পাৰে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মৌৰ্য সাম্ৰাজ্যপাচনজৈৱিক কৃষিদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানকামাখ্যা মন্দিৰসৰ্বেপল্লী ৰাধাকৃষ্ণণব্যষ্টিবাদী অৰ্থনীতিভাৰতৰ জাতীয় পতাকাইয়াত এখন অৰণ্য আছিলভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যধুবুৰী (লোকসভা সমষ্টি)অনুৰাধা শৰ্মা পূজাৰীভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগঅৰুণোদইঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমৰ জাতীয় গীতসংবিধান দিৱস (ভাৰত)জীৱপোৱামক্কাপাইক প্ৰথাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গুৱাহাটীশ্ৰীনিবাস ৰামানুজনৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰঘুনাথ চৌধাৰীৰেখাস্বৰাজমৌলিক সংখ্যাউপভাষাবিহু নৃত্যস্বামী বিবেকানন্দভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিথমাছ আলভা এডিচনতথ্যগোলাঘাট জিলাতিৱা জনগোষ্ঠীঘিলাধাৰী ঘাটৰ সন্ধিলুই পেষ্ট'ৰমৌখিক পৰম্পৰাহুঁচৰিকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকানিৰ্মলপ্ৰভা বৰদলৈদিল্লীভাৰতীয় জনতা পাৰ্টিভাৰতৰ সংৰক্ষণ ব্যৱস্থাবাৰেচহৰীয়া ভাওনা মহোৎসৱকাৰ্বি ভাষাঅসমৰ বাঁহ-বেতৰ শিল্পমণিৰাম দেৱান (চলচ্চিত্ৰ)গদ্যসংগীতভোলানাথ দাসভাৰতৰ ৰাষ্ট্ৰপতিআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডপাৰিজাত হৰণ নাটগাঁও পঞ্চায়তপুৰাণহিউমাছকৃষ্ণলখিমপুৰ (লোকসভা সমষ্টি)মণিৰাম দেৱানআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ পুৰণি স্থাপত্যশিক্ষকপৰিমেয় সংখ্যাবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণচিপাহী বিদ্ৰোহ ১৮৫৭অসীমত যাৰ হেৰাল সীমাযোৰহাট জিলাৰ ইতিহাস🡆 More