ইমেইল: ইলেক্ট্ৰনিক মাধ্যমেৰে প্ৰেৰণ কৰা মেইল

ইলেক্‌ট্ৰনিক মেইল, চমুকৈ ইমেইল বা ই-মেইল (প্ৰায় ১৯৯৩ চনৰ পৰা) এজন ব্যক্তিৰ পৰা আন এজন বা কেইবাজনলৈ ডিজিটেল বাৰ্তা প্ৰেৰণ কৰিব পৰা এক পদ্ধতি। ইণ্টাৰনেট বা আন কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে ইমেইলে কাম কৰে। ইমেইলৰ প্ৰথম ব্যৱহাৰ ১৯৬০ৰ দশকত সীমিতৰূপত আৰম্ভ হয়। সেইসময়ত ব্যৱহাৰকাৰীয়ে কেৱল একে কম্পিউটাৰ ব্যৱহাৰ কৰা লোকলৈহে ইমেইল প্ৰেৰণ কৰিব পাৰিছিল। আনকি কিছু ইমেইল চিষ্টেমত প্ৰেৰক আৰু প্ৰাপক দুয়োজনে একে সময়তে অনলাইন থাকিলেহে ইমেইল প্ৰেৰণ কৰিব পৰা হৈছিল। ৰেই টম্‌লিনছনক ইমেইলৰ উদ্ভাৱক ৰূপে কৃত্বিত্ব দিয়া হয়। তেওঁ ১৯৭১ চনত বেলেগ বেলেগ কম্পিউটাৰ ব্যৱহাৰ কৰা লোকৰ মাজত ইমেইল আদান-প্ৰদান কৰিব পৰা আৰপানেট (ARPANET) নামৰ পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল। তেখেতেই ব্যৱহাৰকাৰীৰ নাম আৰু মেছিনৰ নামৰ মাজত "@" চিনটো ব্যৱহাৰ কৰিছিল। ১৯৭০ দশকৰ মাজভাগলৈ এই পদ্ধতিটোৰে বিকাশ হৈ বৰ্তমানৰ ইমেইলৰ ৰূপ পায়।

ইমেইল: ইলেক্ট্ৰনিক মাধ্যমেৰে প্ৰেৰণ কৰা মেইল
ইমেইল ঠিকনাত ব্যৱহাৰ কৰা "এট চিহ্ন"

তথ্যউৎস

অতিৰিক্ত পঠন

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

চিৰ চেনেহী মোৰ ভাষা জননীনলিনীবালা দেৱীনিৰোদ চৌধুৰীস্বামী বিবেকানন্দসাত বিহুমহাসাগৰযোগাসনপলাশীৰ যুদ্ধদেৱকান্ত বৰুৱাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানআয়তক্ষেত্ৰজ্যোতি সংগীতশ্ৰীমদ্ভগৱতগীতাবাংলাদেশসমাজতত্ত্বহিমন্ত বিশ্ব শৰ্মাতথ্যমৌলিক সংখ্যাৰঘুনাথ চৌধাৰীমাৰ্চমৌখিক পৰম্পৰামই আৰু নেফানেপালী জনগোষ্ঠীশৰাইঘাটৰ যুদ্ধ২০২৪সূৰ্যইয়াত এখন অৰণ্য আছিলঅসমৰ জিলাসমূহসেউজ গৃহ প্ৰভাৱবেটুপাতপথৰুঘাটৰ ৰণগৌতম বুদ্ধমাহবিশ্ব বাণিজ্য সংস্থাছট পূজাঅখণ্ড সংখ্যামানৱ উন্নয়ন সূচকবিহুগীতমেজিধৰিত্ৰী দিৱসসাধুকথাসতীদাহ প্ৰথাযতি-চিনসম্পাদনাগান্ধীবাদঅসমৰ সত্ৰসমূহৰ তালিকাৰক্তদলজয় দৌলযোগ দৰ্শন২৭ এপ্ৰিলপূৰবী বৰমুদৈআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকা২৫ এপ্ৰিলশৰৎ ঋতুকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলজাপিখাৰখোৱাইউনিক’ডভগদত্তলিংগ (জৈৱিক)কনকলতা বৰুৱাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতচোৰধৰাঅসমৰ সমস্যাপৰিয়ালএলবাৰ্ট আইনষ্টাইনৰাভা ভাষাধেমাজি জিলাঅৰ্জুন ভঞ্জনসৰস্বতীঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰ🡆 More