ভাৰত মহাসাগৰ: মহাসাগৰ

ভাৰত মহাসাগৰ (ইংৰাজী: Indian Ocean) হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। পৃথিৱীৰ মুঠ জলভাগৰ ২০ শতাংশ এই মহাসাগৰে অধিকাৰ কৰি আছে। এই মহাসাগৰৰ উত্তৰে আছে ভাৰতীয় উপমহাদেশ; পশ্চিমে পূব আফ্ৰিকা; পূবে ইন্দোচীন, সুন্দা দ্বীপপুঞ্জ আৰু অষ্ট্ৰেলিয়া; আৰু দক্ষিণে আছে দক্ষিণ মহাসাগৰ (বা সংজ্ঞাভেদে এণ্টাৰ্কটিকা)। ভাৰত মহাসাগৰ হৈছে একমাত্ৰ মহাসাগৰ, যাৰ নামকৰণ কোনো দেশৰ (এইক্ষেত্ৰত ভাৰত) নামানুসাৰে হৈছে।

ভাৰত মহাসাগৰ: মহাসাগৰ
ভাৰত মহাসাগৰ

ভাৰত মহাসাগৰ বিশ্ব মহাসাগৰৰ সৈতে আন্তঃসম্পৰ্কযুক্ত। ভাৰত মহাসাগৰৰ ঘনত্ব ২৯,২১,৩১,০০০ ঘন কিলোমিটাৰ (৭,০০,৮৬,০০০ ঘন মাইল)। মহাসাগৰখনৰ মহাদেশীয় প্ৰান্তসীমাত বহুতো সৰু সৰু দ্বীপ অৱস্থিত। এনে প্ৰধান দ্বীপৰাষ্ট্ৰসমূহ হৈছে মাদাগাস্কাৰ (পৃথিৱীৰ চতুৰ্থ বৃহত্তম দ্বীপ), ৰিইউনিয়ন দ্বীপ, কোমোৰোজ, চেচেলেস, মালদ্বীপ, মৰিচাচ আৰু শ্ৰীলঙ্কাইণ্ডোনেছিয়া দ্বীপপুঞ্জ এই মহাসাগৰৰ পূৰ্ব সীমাত অৱস্থিত।

তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

en:Indian Oceanঅষ্ট্ৰেলিয়াইংৰাজী ভাষাএণ্টাৰ্কটিকাদক্ষিণ মহাসাগৰপৃথিৱীভাৰতভাৰতীয় উপমহাদেশমহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

জলবিদ্যুৎবগেজাৰী গীতপালি ভাষাচাৰ্লছ ডাৰউইনএহাত ডাবাবৰপেটাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লকপিৰাইটজিএছটিসাহিত্য অকাডেমি বঁটাঅসমীয়া সাহিত্যজামুগুৰিহাটঅসমীয়া যুক্তাক্ষৰআহোম ৰাজ্যমাধৱ কন্দলিচকৰি ফেঁটী বুৰঞ্জীৰুবুল মাউতসমাজতত্ত্ববিশ্ব মেলেৰিয়া দিৱসকথা-ভাগৱতখেৰাই২০২৪শূন্যদেৱকান্ত বৰুৱাসিংহভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাৰামধেনুশিৱসাগৰ জিলাশোণিত কুঁৱৰীহেমকোষপ্ৰাগজ্যোতিষপুৰআহোম ৰাজবংশসৰস্বতীকামৰূপী উপভাষাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅংগৰাগ মহন্ততাল (বাদ্যযন্ত্ৰ)গৌতম বুদ্ধমেকুৰীআৰ্যভট্টজুবিন গাৰ্গৰামধেনু (আলোচনী)দেউৰী জনগোষ্ঠীদিনপদাৰ্থ বিজ্ঞানঅসমীয়া উপন্যাসকলঅসমৰ তেল শোধনাগাৰনাৰী সবলীকৰণশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাবৰদৈচিলাহনুমান জয়ন্তীৰাম মন্দিৰ, অযোধ্যাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালশামুকপ্ৰদূষণহস্তীবিদ্যাৰ্ণৱপ্ৰেমচন্দসাক্ষৰতাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহকেন্দ্ৰীয় শাসিত অঞ্চলঅসমীয়া খবৰআন্তৰ্জাতিক শ্ৰমিক দিৱসঅসমীয়া ভাষা উন্নতি সাধিনী সভালভিতাহিমালয়কমলা মিৰিজ্যোতি সংগীতএডৱাৰ্ড জেনাৰবিহুফৰাচী বিপ্লৱঅসমগোৱালপাৰা জিলাধনশিৰি নদী🡆 More