চজিনা

চজিনা (Moringa oleifera Lam ) প্ৰায় ২৫/৩০ ফুট ওখ চনকা ডালৰ এজোপা গছ ৷ ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ ৷ শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফল (ছেঁই)বোৰ বৰ পুষ্টিকৰ ব্যঞ্জন আৰু সুস্বাদু। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়।

Moringa oleifera / চজিনা
চজিনা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Brassicales
পৰিয়াল: Moringaceae
গণ: Moringa
প্ৰজাতি: M. oleifera
বৈজ্ঞানিক নাম
Moringa oleifera

ঔষধি গুণ

  1. চজিনাৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰি । তদুপৰি পানীলগা জ্বৰ, কাহ, যকৃত ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
  2. চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সম পৰিমানৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
  3. কোনো আঘাতৰ ফলত শৰীৰৰ কোনো ঠাই ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
  4. উশাহ-নিশাহৰ অসুখ যেনে- ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা সু-পথ্য।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মৃণাল কলিতাবেলি ফুলভাৰতৰ জাতীয় পতাকাবেক্টেৰিয়াফাকে জনগোষ্ঠীএৰিষ্ট'টললোকাচাৰশিক্ষাৰ অধিকাৰগোলকীয় উষ্ণতা বৃদ্ধিবড়ো ভাষাঅংগনবাদীমুদ্ৰাকলিমামৌলিক সংখ্যামহিম বৰাকপৌ ফুলমৰুভূমিনৱকান্ত বৰুৱাহেম সৰস্বতীসতীবাঁহী (আলোচনী)অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাযৌন সংগমঅসমৰ ৰেচম শিল্পগণতন্ত্ৰজয় দৌলঅসমীয়া খাদ্যাভ্যাসগুমৰাগযকৃৎঅসম সাহিত্য সভামেখেলা চাদৰলক্ষ্মীধৰ শৰ্মাচলচ্চিত্ৰচীনমহাসাগৰসন্ধিঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপ্ৰথম বিশ্বযুদ্ধভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাৰাধাগোবিন্দ বৰুৱাঅসমীয়া ব্যাকৰণশ্ৰী সূৰ্য পাহাৰপুথিভঁৰালমূলা গাভৰুসিন্ধী ভাষাগুৰু আসনযতীন বৰাউমানন্দমাধৱ কন্দলিঅসম আন্দোলনমহাদেশকাঞ্চন (উপন্যাস)মাতৃভাষাদুৰ্গা পূজাকাৰ্বি ভাষাদূৰদৰ্শন (চেনেল)কৃষ্ণচূড়াবসন্ত ঋতুবুলু ফিল্মসিন্ধু সভ্যতাবিচূৰ্ণীভৱনগুণমালাভগ্নাংশ (গণিত)বাগ্‌ধ্বনিঅৰুণ শৰ্মাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅলিম্পিকত্ৰিভুজপ্ৰাচীন গ্ৰীচঅখণ্ড সংখ্যাসমোচ্চাৰিত শব্দমাটিৰ হিচাপব্ৰজাৱলী ভাষা🡆 More