সপুষ্পক উদ্ভিদ

সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ভিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ। এই উদ্ভিদ সমূহত ফুল ফুল আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে। এই উদ্ভিদসমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। এই উদ্ভিদ সমূহত পূৰঠ পাত, ফুল, শিপা, ফল দেখা যায়।

সপুষ্পক উদ্ভিদ
জীৱাশ্ম কাল: Early Cretaceous — Recent
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
সপুষ্পক উদ্ভিদ
সপুষ্পক উদ্ভিদৰ বিবিধতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiospermae
Lindley
সমাৰ্থক

ফুল ফুলা উদ্ভিদ

বৰ্গীকৰণ

সপুষ্পক উদ্ভিদৰ বৰ্গীকৰণ সময়ে সময়ে বৰ্গীকৰণ জীৱ বৈজ্ঞানিক সমূহৰ দ্বাৰা হৈ আহিছে। তেওঁলোকে মূলতঃ ইয়াক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী বিভাজন কৰিছে।

  • একবীজপত্ৰী সপুষ্পক উদ্ভিদ  : ইয়াৰ বীজ সমূহৰ ভিতৰত এটা দল থাকে। সেয়েহে ইয়াক একবীজপত্ৰী বোলা হয়। উদাহৰণ: ঘেঁহু, ধান, জোৱাৰ, যৱ, কল, পিয়াজ, বাঁহ, নহৰু, খেজুৰ ইত্যাদি।
  • দ্বিবীজপত্ৰী সপুষ্পক উদ্ভিদ : ইয়াৰ বীজ সমূহৰ ভিতৰত দুটা দল থাকে। সেয়েহে ইয়াক দ্বিবীজপত্ৰী বোলা হয়। এই প্ৰকাৰৰ উদ্ভিদ কেইবাহাজাৰটা প্ৰজাতি উপলব্ধ আছে।

প্ৰজনন

সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে ফুল নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়। সপুষ্পক উদ্ভিদফুল গঠন, আকৃতি, গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।

উপকাৰিতা

সমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। সমূহ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰে কিছুমান ফলমূল, শাক পাচলি আদি উৎপাদন কৰে। কিছু উদ্ভিদ ঔষধি গুণ যুক্ত, আৰু কিছুৱে সূতা উৎপাদন কৰে। আৰু কিছু উদ্ভিদে কাঠ আদি উৎপাদন কৰি অৰ্থনৈতিক ভাৱে সহায় কৰে।

উৎস প্ৰসংগ

বাহ্যিক সংযোগ

  • সপুষ্পক উদ্ভিদ  ৱিকিমিডিয়া কমন্সত Magnoliophyta সম্পৰ্কীয় মিডিয়া ফাইল।
  • সপুষ্পক উদ্ভিদ  ৱিকিপ্ৰজাতিত Magnoliophyta সম্পৰ্কীয় তথ্য
  • সপুষ্পক উদ্ভিদ  ৱিকিগ্ৰন্থত Magnoliophyta

Tags:

সপুষ্পক উদ্ভিদ বৰ্গীকৰণসপুষ্পক উদ্ভিদ প্ৰজননসপুষ্পক উদ্ভিদ উপকাৰিতাসপুষ্পক উদ্ভিদ উৎস প্ৰসংগসপুষ্পক উদ্ভিদ বাহ্যিক সংযোগসপুষ্পক উদ্ভিদউদ্ভিদফুল

🔥 Trending searches on Wiki অসমীয়া:

পোৱামক্কাব্ৰহ্মপুত্ৰ নদবুৰঞ্জী সাহিত্যবুলু ফিল্মশিৱপ্ৰাচীন গ্ৰীচবৰ-মানিমুনিবড়োলেণ্ডভাৰতত বাল্য বিবাহভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যআমেৰিকা যুক্তৰাষ্ট্ৰঅসমভাৰত ৰত্নখ্ৰীষ্টান ধৰ্মমাঘনোৱা দ’লযোগিনী তন্ত্ৰমাজুলীৰ মৃৎ শিল্পঅসমীয়া গালি-গালাজমুছলমানৰাজনৈতিক দলজয়মতী কুঁৱৰীআব্দুছ ছাত্তাৰৰাষ্ট্ৰীয় বিজ্ঞান দিৱসমাধৱ কন্দলিঅতুলানন্দ গোস্বামীকুলধৰ শইকীয়াৰামচীনকৃষ্ণগদ্যদেৱালীভাৰতৰ ৰাষ্ট্ৰপতিনাটকইংৰাজী ভাষাহাজোঅসমৰ সাহিত্যিকসকলৰ তালিকাডিম্পু বৰুৱাযোগেশ দাসঢ়অসমীয়া সাহিত্যধ্ৰুৱবাদমাদাৰ টেৰেছাবিশ্ব বাণিজ্য সংস্থামৌলিক সংখ্যাযোগাসনহাবুংঅসীমত যাৰ হেৰাল সীমালাচিত বৰফুকনপ্ৰাকৃতিক পৰিৱেশৰজনীকান্ত বৰদলৈবাঢ়ৈটোকাহয়গ্ৰীৱ মাধৱ মন্দিৰসেউজ গৃহ প্ৰভাৱকোষ (জীৱবিজ্ঞান)কুশান নৃত্যসূৰ্যকুমাৰ ভূঞাবৰাক নদীপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপানীহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যমাজুলীনাৰ্জীৰংঘৰনৰকাসুৰদূৰবীক্ষণ যন্ত্ৰবল্লভভাই পেটেলকৃষ্ণচূড়াদুৰ্গা পূজাহোলোংবেউলাজীৱবৈজ্ঞানিক বৰ্গীকৰণবিষ্ণুপ্ৰসাদ ৰাভাধূমকেতুনগেন শইকীয়াকুলিগাঁও পঞ্চায়ত🡆 More