নগৰ মৰাণ

মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।

মৰাণ
Moran Town
—  নগৰ  —
মৰাণ is located in Assam
নগৰ মৰাণ
মৰাণ
ভাৰতঅসমত মৰাণৰ অৱস্থান
ভৌগোলিক স্থানাংক: 27°11′N 94°56′E / 27.18°N 94.93°E / 27.18; 94.93 94°56′E / 27.18°N 94.93°E / 27.18; 94.93
দেশ নগৰ মৰাণ ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
উচ্চতা ৯৭ মিটাৰ (৩১৮.২৪ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৬,৭৮৪ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)

ভৌগোলিক অৱস্থান

মৰাণৰ ভৌগোলিক অৱস্থান হ'ল- 27°11′N 94°56′E / 27.18°N 94.93°E / 27.18; 94.93 সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৯৭ মিটাৰ (318 ফুট)। ইয়াৰ পশ্চিমে ডুলিয়াজান নগৰ,পূৱে টেঙাখাট আৰু টিংখং, উত্তৰে মোহনবাৰী আৰু শলগুৰি, দক্ষিণে মৰাণহাট আৰু সোণাৰি। জিলাৰ প্ৰধান কাৰ্যালয় ডিব্ৰুগড়, ইয়াৰ পৰা ৪০ kilometre (25 মাইল) আঁতৰত অৱস্থিত।

জনসাংখ্যিকীয়

ভাৰতীয় লোকপিয়ল-২০০১ মতে, মৰাণৰ জনসংখ্য মাত্ৰ ৬,৭৮৪ জন। তাৰে, ৫৩% পুৰুষ আৰু বাকী ৪৭% মহিলা। এই নগৰখনৰ ১০% জনসংখ্যাৰ ৬ বছৰ বয়সতকৈ সৰু।

ৰাজনৈতিক

মৰাণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বিধানসভা সমষ্টি হ'ল মৰাণ বিধানসভা সমষ্টি

তথ্য সংগ্ৰহ

Tags:

নগৰ মৰাণ ভৌগোলিক অৱস্থাননগৰ মৰাণ জনসাংখ্যিকীয়নগৰ মৰাণ ৰাজনৈতিকনগৰ মৰাণ তথ্য সংগ্ৰহনগৰ মৰাণঅসমআহোম ৰাজত্বডিব্ৰুগড় জিলাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

🔥 Trending searches on Wiki অসমীয়া:

পৰিৱেশ অধ্যয়নবগীবিল দলংশিৱসাগৰ পুখুৰীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহধ্ৰুৱবাদপোহৰচীনঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতআধুনিকতাবাদঅভিজ্ঞানম শকুন্তলমমাজুলীৰাইমনা ৰাষ্ট্ৰীয় উদ্যানমামণি ৰয়ছম গোস্বামীকেন্দ্ৰীয় শাসিত অঞ্চলসাধুমোধেশ্বৰী মাতাদৰ্শনবিহু যোজনা আৰু বিহু নামঅসমীয়া জাতিজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অন্তৰীপ (উপন্যাস)সনজীদা খাতুনপুতলা নাচমুহাম্মাদবেটুপাতসময়চক্ৰধ্বজ সিংহ (নাটক)নীলপৱন বৰুৱাঅসমৰ ইতিহাসসামাজিক উপভাষাখেলমা জনগোষ্ঠীমাৰিয়া মণ্টেছৰীসপ্তকাণ্ড ৰামায়ণদক্ষিণপাট সত্ৰঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাডিমাছা জনগোষ্ঠীনেপালকমতা ৰাজ্যউটব্ৰিটিছ ভাৰতৰ মুদ্ৰাভাষা-বিজ্ঞান (গ্ৰন্থ)আল্লাহঅসমৰ পৰম্পৰাগত সাজ- পাৰবনলতা সেন (কবিতা)অসম সাহিত্য সভাখ্ৰীষ্টান ধৰ্মগুৱাহাটীতেজপুৰভাৰতীয় শিল্পকলালাক্সেমবাৰ্গগঙ্গা নদীশকুন্তলাচিৰ চেনেহী মোৰ ভাষা জননীবসন্ত ঋতুচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়এলক'হল২৭ মাৰ্চআবেগশকুন্তলা (চলচ্চিত্ৰ)খাজুৰাহোপ্ৰদূষণসাঁচিগছঅসমবাজেটফণী শৰ্মাঅনন্ত কন্দলিকলবিজ্ঞানভগ্নাংশবুৰঞ্জীমনকৰবিশ্ব থিয়েটাৰ দিৱস🡆 More