তিল কপৌ: সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই

তিল কপৌ (ইংৰাজী: Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।

তিল কপৌ
(Spotted Dove)
তিল কপৌ: বিৱৰণ, বিতৰণ তথা বসতিস্থল, আচৰণ
টাছমেনিয়াত S. c. tigrina উপ-প্ৰজাতিৰ তিল কপৌ]])
সংৰক্ষণ স্থিতি
তিল কপৌ: বিৱৰণ, বিতৰণ তথা বসতিস্থল, আচৰণ
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Spilopelia
প্ৰজাতি: S. chinensis
বৈজ্ঞানিক নাম
Spilopelia chinensis
(Scopoli, 1768)
Subspecies
  • chinensis Scopoli, 1768
  • ceylonensis Reichenbach, 1862
  • hainana Hartert, 1910
  • suratensis JF Gmelin, 1789
  • tigrina Temminck, 1811
সমাৰ্থক
  • Streptopelia chinensis
  • Stigmatopelia chinensis

বিৱৰণ

তিল কপৌৰ দেহৰ মূৰ আৰু পেট অংশ মুগা-গুলপীয়া (rosy grey) হয়। ডেউকা দুখন মটিয়া। ডিঙিৰ ওপৰঅংশত ক’লা-বগাকৈ সৰু সৰু কিন্তু গাঢ় দাগ কিছুমান আছে।

বিতৰণ তথা বসতিস্থল

এছিয়াৰ প্ৰায় সকলো অংশতে তিল কপৌ বহুলভাৱে বিস্তৃত। ই সাধাৰণতে কাঠনি (woodland), কাইঁটীয়া হাবি (scrub), খেতি-পথাৰ (farmland) আদিত বসবাস কৰা দেখা পোৱা যায়। তিল কপৌৱে বেছিভাগ সময় মাটিত চৰি ফুৰে।

আচৰণ

তিল কপৌৱে জোৰ পাতি বা সৰু জাকত গুটি, সৰা ফল বা অন্যান্য উদ্ভিদৰ সন্ধানত মাটিত চৰে মাজেসময়ে অৱশ্যে ইহঁতে পোক-পতংগ আদিও খোৱাৰ তথ্য পোৱা গৈছে।

আলোকচিত্ৰ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

তিল কপৌ বিৱৰণতিল কপৌ বিতৰণ তথা বসতিস্থলতিল কপৌ আচৰণতিল কপৌ আলোকচিত্ৰতিল কপৌ তথ্য সংগ্ৰহতিল কপৌ বাহ্যিক সংযোগতিল কপৌইংৰাজী ভাষাএছিয়াভাৰত

🔥 Trending searches on Wiki অসমীয়া:

কুলিমাটি আখৰা১ মে'কামৰূপ ৰাজ্যৰামায়ণলাভলীনা বৰগোহাঁইনিমউপেন্দ্ৰনাথ ব্ৰহ্মবাসুদেৱ থানধেমাজিঅসমৰ চাহ জনগোষ্ঠীহেমাঙ্গ বিশ্বাসপ্ৰাচীৰ পত্ৰিকাৰাম বিজয়সৰ্বশিক্ষা অভিযানফুলগুৰি ধেৱাঅসমত দেখা পোৱা মাছৰ তালিকাউদপৰিসীমাপৰীক্ষামূলক মনোবিজ্ঞানম’বাইল ফোনমাজুলীৰ মৃৎ শিল্পবিহুগীতদীনবন্ধু (চলচ্চিত্ৰ)মিচিং নৃত্য আৰু গীত মাতমাৰ্ক্সবাদনগাঁও জিলাশব্দ (অভিধান)আহোম-মোগলৰ সংঘৰ্ষকেতেকীবাঁহমিচিং জনগোষ্ঠীৰ সাজপাৰসাঁচিপাতবৰাক নদীহস্তীবিদ্যাৰ্ণৱচিৰিং ফুকনসৌৰ শক্তিউৰ্দু ভাষাচি (প্ৰগ্ৰামিং লেংগুৱেজ)নাৰীবাদঅন্তৰীপ (উপন্যাস)২৯ এপ্ৰিলভাৰতীয় জনতা পাৰ্টিগোৱালপৰীয়া লোকগীতবৰ্মণ ৰাজবংশমহেন্দ্ৰ বৰাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালতেজপুৰখেৰাইনাগালেণ্ডমৈদামচক্ৰধ্বজ সিংহ (নাটক)আহোম ধৰ্মসাহিত্যঅসমীয়া সাহিত্যত মালিতামণিৰাম দেৱানওচেনিয়ানাৰীইউক্লিডউইলিয়াম শ্বেইকছপীয়েৰশিক্ষাৰ অধিকাৰকাৰ্বি ভাষাসাঁথৰমঙ্গল গ্ৰহভাৰতৰ ৰাষ্ট্ৰপতিসুতুলীঘৰঅসমীয়া লোক-সংস্কৃতিকৰবী ডেকা হাজৰিকাপাচন নলীগুণাভিৰাম বৰুৱাহিউৱেন-চাংযাদৱ পায়েং🡆 More