আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড

আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড (ইংৰাজী: Ernest Rutherford; ৩০ আগষ্ট ১৮৭১ – ১৯ অক্টোবৰ ১৯৩৭) নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা এজন প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ। আণৱিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা মহত্ত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ বিখ্যাত। এনচাইক্লোপিডিয়া ব্ৰিটানিকাই তেওঁক মাইকেল ফেৰাডেৰ পিছতেই সৰ্বশ্ৰেষ্ঠ গৱেষক হিচাপে উল্লেখ কৰিছে।

আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড
জন্ম ৩০ আগষ্ট, ১৮৭১
ব্ৰাইটৱাটাৰ, টাচমান জিলা, নিউজিলেণ্ড
মৃত্যু ১৯ অক্টোবৰ, ১৯৩৭ (৬৬ বছৰ)
কেমব্ৰিজ, ইংলেণ্ড
বাসস্থান New Zealand, United Kingdom
নাগৰিকত্ব New Zealand, United Kingdom
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান
কৰ্মস্থান মেকগিল বিশ্ববিদ্যাকয়
মানচেষ্টাৰ বিশ্ববিদ্যাকয়
শিক্ষানুষ্ঠান University of Canterbury
কেমব্ৰিজ বিশ্ববিদ্যালয়
জনা যায় Father of nuclear physics
Rutherford model
Rutherford scattering
Rutherford backscattering spectroscopy
Discovery of proton
Rutherford (unit)
Coining the term 'artificial disintegration'
প্ৰভাৱান্বিত কৰিছে Henry Moseley
Hans Geiger
Albert Beaumont Wood
উল্লেখনীয় বঁটা Rumford Medal (1905)
Nobel Prize in Chemistry (1908) Elliott Cresson Medal (1910) Matteucci Medal (1913)
Copley Medal (1922)
Franklin Medal (1924)
স্বাক্ষৰ
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড

প্ৰথম পৰ্যায়ত তেওঁ তেজষ্ক্ৰিয় পদাৰ্থসমূহৰ অৰ্ধ-জীৱন (half-life) কালৰ বিষয়ে আৱিষ্কাৰ কৰিছিল, যিয়ে তেজষ্ক্ৰিয় মৌলবোৰ বিকিৰণৰ দ্বাৰা এটাৰ পৰা কম ভৰৰ আন এটা মৌললৈ পৰিৱৰ্তিত হোৱাটো প্ৰমাণ কৰিলে। আৰু লগতে তেওঁ আলফা আৰু বিটা ৰশ্মি বিকিৰণকো পৃথক কৰি নামকৰণো কৰিছিল। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এই গৱেষণাৰ বাবে ১৯০৮ চনত তেওঁক ৰসায়নৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ৱেষ্ট ইণ্ডিজলখিমপুৰ জিলাফৰাচী বিপ্লৱবড়ো ভাষাবনলতা সেন (কবিতা)ঋতুঅসমৰ জনগোষ্ঠীমাটিৰাজনীতিঅশোক স্তম্ভভাৰতীয় সংবিধানবেদান্তশিৱসাগৰধুবুৰী জিলাছক্ৰেটিছপ্ৰাকৃতিক সম্পদকলীয়াভোমোৰা সেতুপীতাম্বৰ কবিজাহ্নু বৰুৱাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাডিমাছা জনগোষ্ঠীৰাষ্ট্ৰসংঘভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানচিত্ৰ-ভাগৱততিৱা জনগোষ্ঠীবৰষুণৰুদ্ৰ কন্দলীঅসমৰ বনৌষধিচীনৰ মহাপ্ৰাচীৰজাতীয়তাবাদচুতীয়া ৰাজ্যশৰাইঘাটৰ যুদ্ধমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগহিমালয়অসমীয়া ভাষা আন্দোলনচুটিগল্পঅনন্ত কন্দলিঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫অসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতৰ নিৰ্বাচন আয়োগবন্দে মাতৰম্‌বাল্য বিবাহ নিষেধ আইন, ২০০৬চ্যু-কা-ফাবৈচাগুহেমচন্দ্ৰ গোস্বামীৰঘুনাথ দাস মহন্তৰাণী গাইডিনলিউমহা মৃত্যুঞ্জয় মন্দিৰঅসমীয়া সাহিত্যস্বদেশী আন্দোলনবুৰঞ্জীউপভাষানৰনাৰায়ণ সেতুপাঠ পৰিকল্পনাবঙালী ভাষাপাল ৰাজবংশলং ৱাক টু ফ্ৰীডমসোণোৱাল কছাৰীপৰিৱেশবাদফুলমামণি ৰয়ছম গোস্বামীশ্ৰী শ্ৰী বটদ্ৰৱা থাননেলছন মেণ্ডেলাদাণ্ডী যাত্ৰাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বাথৌ পূজাঅসহযোগ আন্দোলনভাৰতীয় নাগৰিকত্ব আইনব্ৰিটিছ ভাৰতৰ মুদ্ৰাভট্টদেৱৰ গদ্যশৈলীফণী শৰ্মাএম ভেঙ্কায়াহ নাইডুপিয়লি ফুকন🡆 More