হুইটনী হাষ্টন

হুইটনী এলিজাবেথ হাষ্টন (আগষ্ট ৯, ১৯৭৩ – ফেব্ৰুৱাৰী ১১, ২০১২) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল আছিল। ২০০৯ চনত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে তেখেত বিশ্বৰ সবাতোকৈ বেছি পুৰস্কাৰ পোৱা নাৰী। ২০১০ চন পৰ্য্যন্ত তেখেতৰ জীৱনযোৰা ৪১৫ সংখ্যক পুৰস্কাৰসমূহৰ ভিতৰত ২টা এমী এৱাৰ্ড, ৬টা গ্ৰেমী এৱাৰ্ড, ৩০টা বিলব'ৰ্ড মিউজিক এৱাৰ্ড ‌আৰু ২২টা আমেৰিকান মিউজিক এৱাৰ্ড মুখ্য। ইয়াৰ উপৰিউ হাষ্টন বিশ্বৰ অভিলেখসংখ্যক পৰিমাণে বিক্ৰী হোৱা বিভিন্ন শ্ৰাব্য-দৃশ্য মাধ্যমৰ প্ৰকাশকাৰী সংগীতজ্ঞ। তেখেতৰ পৰিয়ালৰে প্ৰসিদ্ধ ছ'উল গায়ক সংগীতজ্ঞসকলৰ, বিশেষকৈ মাক চিছি হাষ্টন, সম্বন্ধীয় ডায়'ন ৱাৰৱিক আৰু ডী ডী ৱাৰৱিকি, আৰু গডমাডাৰ এৰিথা ফ্ৰেঙ্কলিনৰ পৰা অনুপ্ৰাণিত হৈ হাষ্টনে ১১ বছৰ বয়সৰপৰাই তেখেতৰ নিউ জাৰ্চী গীৰ্জাৰ জুনিয়'ৰ গচ্‌পেলত choir গাই সংগীত জীৱনৰ পাতনি মেলে। পাছত মাকৰ লগত নিউয়ৰ্কৰ চহৰ এলেকাৰ নৈশ ক্লাবত গান গাই থাকোঁতে তেখেত এৰিষ্টা ৰেকৰ্ডৰ লেবেল-হেড ক্লাইভ ডেভিচৰ চকুত পৰে। হাষ্টনে সাতখন ষ্টুডিঅ' এলবাম আৰু তিনিখন চাউণ্ডট্ৰেক এলবাম মুকলি কৰে; আটাইখিনিয়ে ডায়মণ্ড, মালটি প্লেটিনাম, প্লেটিনাম বা গ'ল্ড চাৰ্টিফিকেচ্যন জুবিলী পালন কৰে।

হুইটনী হাষ্টন
হুইটনী হাষ্টন
২০০৯ চনৰ ১ চেপ্তেম্বৰত চেণ্ট্ৰেল পাৰ্কত "গুড মৰ্ণিং আমেৰিকা" অনুষ্ঠানত গীত পৰিবেশন কৰা দৃশ্য
প্ৰাথমিক তথ্য
জন্মৰ নাম হুইটনী এলিজাবেথ হাষ্টন Whitney Elizabeth Houston
জন্ম ৯ আগষ্ট, ১৯৬৩
নেৱাৰ্ক, নিউ জাৰ্ছী, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১১ ফেব্ৰুৱাৰী, ২০১২ (৪৮ বছৰ)
বেভাৰ্লী হিল্‌ছ, কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
সংগীতৰ প্ৰকাৰ পপ্‌, ছ'উল, আৰ এণ্ড বি, ডান্স, গচ্‌পেল
পেচা গায়িকা, অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ পৰিচালক, ৰেক'ৰ্ড প্ৰযোজক, গীতিকাৰ
বাদ্যযন্ত্ৰ ভকেল্‌, পিয়ানো
কাৰ্যকাল ১৯৭৭-২০১২
ৰেকৰ্ড লেবেল এৰিষ্টা, আৰ চি এ'
সহযোগী  চিচী হাষ্টন, ডায়'ন ৱাৰৱিক, এৰিথা ফ্ৰেঙ্কলিন, জাৰমেইন জেক‌চন, মাৰিয়া কাৰে, এন্‌ৰিক ইগ্‌লেচিয়াছ, ববী ব্ৰাউন
ৱেবছাইট আধিকাৰিক ৱেবছাইট

২০১২ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেলিফ'ৰ্ণিয়াৰ বীভাৰ্লি হিলৰ বীভাৰ্লি হিল্টন হোটেলত কোনো অজ্ঞাত কাৰণবশতঃ হাষ্টনৰ মৃত্যু হয়।

তথ্যসূত্ৰ

অধিক পঢ়ক

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ভূমিকম্পমৌখিক সাহিত্যলাচিত বৰফুকনৰাছিয়াসাঁথৰজল প্ৰদূষণসপুষ্পক উদ্ভিদৰুক্মিণী হৰণ নাটদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰজৱাহৰলাল নেহৰুজাতনামআৰ্যভট্টমৌলিক সংখ্যাৰাহুমাদাৰ টেৰেছাগঙ্গা নদীজোনবিল মেলাউপেন্দ্ৰনাথ ব্ৰহ্মমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমধুপুৰ সত্ৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাশৰাইঘাট দলংৰুছ-ইউক্ৰেনীয় যুদ্ধবড়ো চুক্তি ২০২০হেমাঙ্গ বিশ্বাসভঠেলিকাতি বিহুবাঢ়ৈটোকাবিহুমঘাই ওজাগুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তকনকলতা বৰুৱাদৰ্শনভৈৰৱী মন্দিৰএহাত ডাবাঅসমীয়া বান্দৰন'বেল বঁটাৰুবুল মাউতশব্দবৰাইল পৰ্বতপৰ্যটনবৰহমথুৰিমহাভাৰতনাটোস্বদেশী আন্দোলনইউটিউববাৰেচহৰীয়া ভাওনা মহোৎসৱঅসমীয়া ভাষা উন্নতি সাধিনী সভাভাৰতৰ উপৰাষ্ট্ৰপতিআমেৰিকা যুক্তৰাষ্ট্ৰতগৰঅসমৰ পৰম্পৰাগত সাজ-পাৰনিউটনৰ গতিৰ সূত্ৰলিংগবুৰঞ্জীবৰ-মানিমুনিসূৰ্যকুমাৰ ভূঞামাঘ বিহুডৌডৌ চৰাইঅসমৰ ৰেচম শিল্পইউক্লিডদেবেন্দ্ৰ নাথ আচাৰ্যনগাঁও জিলাপিঠাশামুকদূৰবীক্ষণ যন্ত্ৰযোগেশ দাসঅৰুণ শৰ্মামাৰিয়া মণ্টেছৰীকাৰ্ল মাৰ্ক্সৰংকেৰবট গছডাকৰ বচনমনোবিজ্ঞান🡆 More