লিংগ অনুপাত অনুসৰি দেশৰ তালিকা

জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।

লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
লিংগ অনুপাত অনুসৰি দেশসমূহৰ মানচিত্ৰ
  পুৰুষতকৈ মহিলা বেছি থকা দেশ
  পুৰুষ আৰু মহিলা সমানে থকা দেশ
  মহিলাতকৈ পুৰুষ বেছি থকা দেশ
  তথ্য নাই
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
মুঠ জনসংখ্যা অনুসৰি দশসমূহৰ লিংগ অনুপাত।
নীলা= বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ গড় লিংগ অনুপাত= ১.০১)
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ লিংগ অনুপাত।
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ গড় লিংগ অনুপাত=১.০৬)
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ লিংগ অনুপাত।
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ গড় লিংগ অনুপাত=০.৭৯)

লিংগ অনুপাত

তালিকাখনৰ কিছুমান তথ্য The World Factbook (২০১২)ৰপৰা সংগ্ৰহ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰCIA নামৰ সংস্থাটোৱে এই পুৰুষ-মহিলাৰ লিংগ অনুপাতৰ তথ্যখিনি যুগুত কৰিছে। The World Factbook-ৰ তথ্যসমূহ আৰু নিজ নিজ দেশসমূহৰ লোকপিয়লৰ তথ্যসমূহৰ মাজত পাৰ্থক্য থাকিব পাৰে। উদাহৰণস্বৰূপে ২০০১ চনত The World Factbook-ৰ তথ্য অনুসৰি ছুইজাৰলেণ্ডৰ শিশুৰ জন্মৰ লিংগ অনুপাত আছিল ১.০৫, কিন্তু ছুইজাৰলেণ্ডৰ চৰকাৰী পৰিসংখ্যা মতে এই অনুপাত আছিল ১.০৭। ছুইডেন, নৰৱে, আয়াৰলেণ্ড, ভাৰত আৰু জাপানৰ লিংগ অনুপাতৰ ক্ষেত্ৰতো এনে বিসংগতি দেখা গৈছিল।

অনুপাত ১-তকৈ বেছি হ'লে মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক, আৰু অনুপাত ১-তকৈ কম হ'লে পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক। অনুপাত ১ হ'লে পুৰুষ আৰু মহিলাৰ সংখ্যা সমান।

দেশ/অঞ্চল জন্ম (CIA-ৰ তথ্য) ১৫ বছৰৰ অনূৰ্ধ্ব ১৫-৬৪ ৬৫ বছৰৰ উৰ্দ্ধ সৰ্বমুঠ জন্ম (WDB-ৰ তথ্য)
 বিশ্ব ১.০৭ ১.০৬ ১.০২ ০.৭৮ ১.০১ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আফগানিস্তান ১.০৫ ১.০৫ ১.০৫ ০.৯২ ১.০৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আলবেনিয়া ১.১১৮ ১.১ ১.০৫ ০.৮৭ ১.০৪ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আলজেৰিয়া ১.০৫ ১.০৪ ১.০২ ০.৮৬ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আমেৰিকান চমোৱা ১.০৬ ১.০৪ ১.০৩ ০.৮৮ ১.০২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আন্দৰা ১.০৬৬ ১.০৬ ১.০৯ ০.৯৯ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আংগলা ১.০৫ ১.০২ ১.০৩ ০.৭৯ ১.০২ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আংগুইলা ১.০৩১ ১.০৫ ০.৯ ০.৯৩ ০.৯৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  এণ্টিগুৱা আৰু বাৰ্বুডা ১.০৫ ১.০৩ ০.৮৭ ০.৭৬ ০.৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আৰ্জেণ্টিনা ১.০৫২ ১.০৫ ০.৭ ০.৯৭ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আৰ্মেনিয়া ১.১২৪ ১.১৫ ০.৮৮ ০.৬২ ০.৮৯ ১.১৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আৰুবা ১.০২১ ১.০১ ০.৯২ ০.৬৬ ০.৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  অষ্ট্ৰেলিয়া ১.০৫৫ ১.০৫ ১.০৩ ০.৮৪ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  অষ্ট্ৰিয়া ১.০৫১ ১.০৫ ১.০১ ০.৭১ ০.৯৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আজেৰবাইজান ১.১১৬ ১.১৩ ০.৯৭ ০.৫৮ ০.৯৭ ১.১৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাহামাছ ১.০৩ ১.০৩ ০.৯৭ ০.৬২ ০.৯৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাহৰেইন ১.০২৮ ১.০২ ১.৩৩ ১.১৩ ১.২৪ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাংলাদেশ ১.০৪ ১.০১ ০.৮৯ ০.৯৩ ০.৯৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাৰ্বাড'ছ ১.০১৩ ০.৯৭ ০.৬৪ ০.৯৪ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বেলাৰুছ ১.০৬২ ১.০৬ ০.৯৪ ০.৪৭ ০.৮৭ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বেলজিয়াম ১.০৪৫ ১.০৪ ১.০২ ০.৭১ ০.৯৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বেলাইজ ১.০৫ ১.০৪ ১.০২ ০.৯১ ১.০৩ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বেনিন ১.০৫ ১.০৪ ০.৯৯ ০.৬৯ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাৰ্মুদা ১.০১৫ ১.০১ ০.৯৭ ০.৭১ ০.৯৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ভূটান ১.০৫ ১.০৪ ১.১৩ ১.১২ ১.১ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বলিভিয়া ১.০৫ ১.০৪ ০.৯৬ ০.৭৯ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বচনিয়া আৰু হাৰজেগ’ভিনা ১.০৭৪ ১.০৭ ১.০২ ০.৬৯ ০.৯৭ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বৎচোৱানা ১.০৩ ১.০৪ ১.০২ ০.৬৮ ১.০১ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ব্ৰাজিল ১.০৫ ১.০৪ ০.৯৮ ০.৭৩ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ ১.০৫ ১.০৩ ১.০৫ ১.০৭ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ব্ৰুণেই ১.০৪৭ ১.০৬ ০.৯৯ ০.৯৪ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বুলগেৰিয়া ১.০৬ ১.০৫ ০.৯৭ ০.৬৮ ০.৯২ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাৰ্কিনা ফাছো ১.০৩ ১.০১ ০.৬৪ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বাৰ্মা ১.০৬ ১.০৪ ০.৯৯ ০.৭৭ ০.৯৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বুৰুণ্ডী ১.০৩ ১.০১ ০.৯৭ ০.৬৭ ০.৯৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কম্বোডিয়া ১.০৪৫ ১.০২ ০.৯৫ ০.৬ ০.৯৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কেমেৰুন ১.০৩ ১.০২ ১.০১ ০.৮৫ ১.০১ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কানাডা ১.০৫৬ ১.০৫ ১.০২ ০.৭৮ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কেপ ভাৰ্ডে ১.০৩ ১.০১ ০.৯৪ ০.৬১ ০.৯৪ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কেমেন দ্বীপপুঞ্জ ১.০১৬ ১.০১ ০.৯৫ ০.৮৯ ০.৯৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক ১.০৩ ১.০১ ০.৯৮ ০.৬৭ ০.৯৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চাদ ১.০৪ ১.০৩ ০.৮৫ ০.৭৩ ০.৯২ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চিলি ১.০৫ ১.০৫ ০.৭২ ০.৯৮ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চীন ১.১৩৩ ১.১৭ ১.০৬ ০.৯৩ ১.০৬ ১.১৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কলম্বিয়া ১.০৬ ১.০৫ ০.৯৭ ০.৭৪ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কম'ৰছ ১.০৩ ১.০১ ০.৯৮ ০.৮৩ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কংগো গণৰাজ্য ১.০৩ ১.০১ ০.৯৯ ০.৬৯ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কংগো ১.০৩ ১.০১ ০.৯৯ ০.৭ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কুক দ্বীপসমূহ ১.০৪৮ ১.১৩ ১.০৭ ০.৯৬ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কষ্টা ৰিকা ১.০৫ ১.০৫ ১.০১ ০.৮৬ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আইভৰি ক’ষ্ট ১.০৩ ১.০২ ১.০৪ ০.৯৯ ১.০৩ ১.০২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ক্ৰয়েছিয়া ১.০৫৫ ১.০৬ ০.৯৯ ০.৬৪ ০.৯৩ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কিউবা ১.০৬ ১.০৬ ০.৮৩ ০.৯৯ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চাইপ্ৰাছ ১.০৫ ১.০৬ ১.০৮ ০.৭৭ ১.০৪ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চেক গণৰাজ্য ১.০৫৯ ১.০৬ ১.০১ ০.৬৬ ০.৯৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ডেনমাৰ্ক ১.০৫৫ ১.০৫ ১.০১ ০.৭৮ ০.৯৮ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  দীজিবৌটি ১.০৩ ০.৮ ০.৮১ ০.৮৬ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ডমিনিকা ১.০৫ ১.০৪ ১.০৫ ০.৭৬ ১.০২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ডমিনিকান গণৰাজ্য ১.০৪ ১.০৪ ১.০৪ ০.৮৬ ১.০৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইকুৱেডৰ ১.০৫ ১.০৪ ০.৯৭ ০.৯৩ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইজিপ্ত ১.০৫ ১.০৫ ১.০৩ ০.৮৩ ১.০৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  এল চালভাড’ৰ ১.০৫ ১.০৫ ০.৮৯ ০.৮১ ০.৯৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  বিষুৱীয় গিনি ১.০৩ ১.০৩ ০.৯৭ ০.৭৮ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  এৰিট্ৰিয়া ১.০৩ ১.০১ ০.৯৬ ০.৮২ ০.৯৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  এষ্ট’নিয়া ১.০৬৩ ১.০৬ ০.৯১ ০.৪৯ ০.৮৪ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইথিঅ'পিয়া ১.০৩ ০.৯৬ ০.৭৫ ০.৯৭ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইউৰোপিয়ান ইউনিয়ন ১.০৬ ১.০৫ ০.৭৩ ০.৯৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ফাৰো দ্বীপপুঞ্জ ১.০৭১ ১.০৭ ১.১৫ ০.৯ ১.০৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ফিজি ১.০৫ ১.০৪ ০.৮১ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ফিনলেণ্ড ১.০৪ ১.০৪ ১.০২ ০.৬৯ ০.৯৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ফ্ৰান্স ১.০৫১ ১.০৫ ০.৭২ ০.৯৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ফ্ৰান পলিনেছিয়া ১.০৫ ১.০৪ ১.০৭ ১.০২ ১.০৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গেবন ১.০৩ ১.০১ ০.৭২ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গাম্বিয়া ১.০৩ ১.০১ ০.৯৮ ০.৯৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গাজা ষ্ট্ৰীপ ১.০৬ ১.০৬ ১.০৫ ০.৬৮ ১.০৪ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জৰ্জিয়া ১.১১৩ ১.১৫ ০.৯৩ ০.৬৬ ০.৯১ ১.১১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জাৰ্মানী ১.০৫৫ ১.০৫ ১.০৪ ০.৭২ ০.৯৭ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ঘানা ১.০৩ ১.০২ ০.৮৪ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গিব্ৰালটাৰ ১.০৭ ১.০৬ ১.০২ ০.৯৩ ১.০১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গ্ৰীচ ১.০৬৪ ১.০৬ ০.৭৮ ০.৯৬ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গ্ৰীনলেণ্ড ১.০৫১ ১.০৩ ১.১৫ ১.০৫ ১.১২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গ্ৰেনেডা ১.০৯৮ ১.০৫ ১.০৪ ০.৮২ ১.০২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গুৱাম ১.০৬ ১.০৭ ১.০৪ ০.৮৫ ১.০৩ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গুৱেটমালা ১.০৫ ১.০৪ ০.৯৪ ০.৮৬ ০.৯৭ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গুৱেৰনছে ১.০৫ ১.০৩ ০.৯৮ ০.৭৭ ০.৯৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গুইনিয়া ১.০৩ ১.০২ ০.৭৮ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গুইনিয়া-বিচ্চাও ১.০৩ ০.৯৩ ০.৬৬ ০.৯৫ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  গুৱানা ১.০৫ ১.০৪ ০.৭১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  হাইটি ১.০১১ ১.০২ ০.৯৯ ০.৬২ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  হন্দুৰাছ ১.০৫ ১.০৪ ১.০১ ০.৮১ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  হংকং ১.০৭৫ ১.০৯ ০.৯৪ ০.৮৮ ০.৯৫ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  হাংগেৰী ১.০৫৭ ১.০৬ ০.৯৮ ০.৫৭ ০.৯১ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আইচলেণ্ড ১.০৪ ১.০৩ ১.০২ ০.৮৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ভাৰত ১.১২ ১.১৩ ১.০৭ ০.৯ ১.০৮ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইণ্ডোনেছিয়া ১.০৫ ১.০৩ ১.০১ ০.৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইৰান ১.০৫ ১.০৫ ১.০২ ০.৯২ ১.০২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইৰাক ১.০৫ ১.০৩ ১.০৩ ০.৯ ১.০২ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আয়াৰলেণ্ড ১.০৭ ১.০৭ ০.৮১ ০.৯৯ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আইল অৱ মেন ১.০৫ ১.০৫ ১.০১ ০.৭ ০.৯৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইজৰাইল ১.০৫ ১.০৫ ১.০৩ ০.৭৭ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইটালী ১.০৭ ১.০৬ ১.০৩ ০.৭২ ০.৯৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জামাইকা ১.০৫ ১.০৩ ০.৯৭ ০.৮১ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জাপান ১.০৬ ১.০৬ ১.০২ ০.৭৪ ০.৯৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জাৰ্ছে ১.০৮ ১.০৮ ০.৮ ০.৯৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জৰ্ডান ১.০৬ ১.০৪ ১.১৫ ০.৯৩ ১.১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কাজাখাস্তান ১.০৬ ১.০৪ ০.৯৫ ০.৫৪ ০.৯৩ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কেনিয়া ১.০২ ১.০১ ১.০১ ০.৮৪ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কিৰিবাছ ১.০৫ ১.০৩ ০.৯৮ ০.৭৪ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  উত্তৰ কোৰিয়া ১.০৬ ১.০৩ ০.৯৮ ০.৬৩ ০.৯৫ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  দক্ষিণ কোৰিয়া ১.০৭ ১.১ ১.০৪ ০.৬৭ ১.১০
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কুৱেইট ১.০৪ ১.০৪ ১.৭৮ ১.৬৬ ১.৫৪ ১.০৩
[[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান ১.০৫ ১.০৪ ০.৯৬ ০.৬৪ ০.৯৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লাউচ ১.০৫ ১.০১ ০.৯৮ ০.৭৬ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লাটভিয়া ১.০৫ ১.০৫ ০.৯৫ ০.৪৯ ০.৮৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লেবানন ১.০৫ ১.০৪ ০.৯৮ ০.৮২ ০.৯৭ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লেছথ’ ১.০৩ ১.০১ ০.৯৬ ০.৬৬ ০.৯৬ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লাইবেৰিয়া ১.০৩ ০.৯৮ ০.৯৪ ০.৯৯ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লিবিয়া ১.০৫ ১.০৪ ১.০৬ ০.৯৬ ১.০৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লাইচটেনষ্টাইন ১.০১ ০.৯৯ ০.৯৮ ০.৭৬ ০.৯৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লিথুৱানিয়া ১.০৬ ১.০৫ ০.৯৬ ০.৫৩ ০.৮৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  লাক্সেমবাৰ্গ ১.০৭ ১.০৬ ১.০২ ০.৭ ০.৯৭ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মাকাও ১.০৫ ১.১৪ ০.৮৮ ০.৮৮ ০.৯২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মেছেদনীয়া ১.০৮ ১.০৮ ১.০২ ০.৭৭ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মাদাগাস্কাৰ ১.০৩ ১.০১ ০.৯৯ ০.৮ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মালাৱী ১.০২ ১.০১ ০.৭৪ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মালয়েছিয়া ১.০৭ ১.০৬ ১.০১ ০.৭৯ ১.০১ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মালদ্বীপ ১.০৫ ১.০৪ ১.০৪ ১.০৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মালি ১.০৩ ১.০২ ০.৯৯ ০.৬৪ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মালটা ১.০৬ ১.০৬ ১.০৩ ০.৭৬ ০.৯৯ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মাৰ্ছাল দ্বীপপুঞ্জ ১.০৫ ১.০৪ ১.০৫ ০.৯৪ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মৌৰিতানিয়া ১.০৩ ১.০১ ০.৮৯ ০.৭৪ ০.৯৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মৰিছাছ ১.০৫ ১.০৩ ০.৯৯ ০.৬৭ ০.৯৭ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ময়ত্তে ১.০৩ ১.০১ ১.১৬ ১.০৪ ১.০৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মেক্সিকো ১.০৫ ১.০৪ ০.৯৪ ০.৮২ ০.৯৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মাইক্ৰ’নেছিয়া যুক্তৰাজ্য ১.০৫ ১.০৩ ০.৯৯ ০.৭৪ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মলডভা ১.০৬ ১.০৬ ০.৯৪ ০.৫৮ ০.৯১ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মনাকো ১.০৬ ১.০৫ ০.৯৮ ০.৬৮ ০.৯১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মংগোলিয়া ১.০৫ ১.০৪ ০.৭৭ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মণ্টেনেগ্ৰ ১.০৭২ ০.৯৬ ১.০৮ ০.৬৮ ০.৯৯ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মণ্টচেৰাট ১.০৩ ১.০৮ ০.৯২ ১.৯৫ ১.০১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মৰক্কো ১.০৫ ১.০৪ ০.৭৫ ০.৯৯ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  মজাম্বিক ১.০২ ১.০১ ০.৯৬ ০.৭১ ০.৯৭ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নামিবিয়া ১.০৩ ১.০২ ১.০২ ০.৮১ ১.০১ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নাউৰু ১.০৫ ১.০৪ ০.৯৭ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নেপাল ১.০৪ ১.০৪ ০.৯২ ০.৮৯ ০.৯৬ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নেডাৰলেণ্ডচ ১.০৫ ১.০৫ ১.০২ ০.৭৬ ০.৯৮ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নেডাৰলেণ্ডচ এনটাইল্লেচ ১.০৫ ১.০৫ ০.৯৩ ০.৬৮ ০.৯৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নিউ কেলেডনিয়া ১.০৫ ১.০৪ ১.০১ ০.৮৬ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নিউজিলেণ্ড ১.০৫ ১.০৫ ০.৮৪ ০.৯৯ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নিকাৰাগুৱা ১.০৫ ১.০৪ ০.৭৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নাইজাৰ ১.০৩ ১.০২ ০.৯৯ ০.৮১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নাইজেৰিয়া ১.০৬ ১.০৫ ১.০৪ ০.৯৪ ১.০৪ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  দক্ষিণ মাৰিয়ানা দ্বীপপুঞ্জ ১.০৬ ১.১ ০.৬৭ ১.০৮ ০.৭৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  নৰৱে ১.০৫ ১.০৫ ১.০৩ ০.৭৫ ০.৯৮ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ওমান ১.০৫ ১.০৪ ১.৩৮ ১.৩২ ১.২২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পাকিস্তান ১.১০ ১.০৬ ১.০৫ ০.৮৮ ১.০৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পালাউ ১.০৬ ১.০৬ ১.২৬ ০.৪৫ ১.১৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পানামা ১.০৪ ১.০৪ ১.০২ ০.৮৭ ১.০২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পাপুৱা নিউগিনি ১.০৫ ১.০৩ ১.০৬ ০.৮৬ ১.০৪ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পাৰাগুৱে ১.০৫ ১.০৩ ১.০১ ০.৮৬ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পেৰু ১.০৫ ১.০৪ ১.০১ ০.৮৯ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ফিলিপাইন ১.০৫ ১.০৪ ০.৭৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পোলেণ্ড ১.০৬ ১.০৬ ০.৯৯ ০.৬২ ০.৯৪ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পৰ্তুগাল ১.০৭ ১.০৯ ০.৯৯ ০.৭ ০.৯৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পুৱেৰ্ট’ ৰিক’ ১.০৫ ১.০৫ ০.৯৩ ০.৭৬ ০.৯২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  কাটাৰ ১.০৬ ১.০৬ ২.৪৬ ১.৩৮ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ৰোমানিয়া ১.০৬ ১.০৫ ০.৯৯ ০.৬৯ ০.৯৫ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ৰাছিয়া ১.০৬ ১.০৫ ০.৯২ ০.৪৪ ০.৮৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ৰুৱাণ্ডা ১.০৩ ১.০১ ০.৬৬ ০.৯৯ ১.০১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট বাৰ্থেলেমি ১.০৫ ১.০৬ ১.১৯ ০.৯৯ ১.১৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট হেলেনা ১.০৫ ১.০৪ ১.০৪ ০.৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট কিট্টিচ আৰু নেভিচ ১.০৬ ১.০৫ ০.৭২ ০.৯৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট লুছিয়া ১.০৬ ১.০৫ ০.৯৪ ০.৮২ ০.৯৬ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট-মাৰ্টিন ১.০৪ ০.৯৯ ০.৯১ ০.৮১ ০.৯২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট পিয়েৰা আৰু মিকুৱেলন ১.০৫ ১.০৪ ১.০৩ ০.৮৬ ১.০১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ ১.০৩ ১.০২ ১.০৬ ০.৮২ ১.০৩ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চামোৱা ১.০৫ ১.০৪ ১.১ ০.৮ ১.০৬ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছান মাৰিণ' ১.০৯ ১.০৮ ০.৯২ ০.৭৬ ০.৯১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চাও টম আৰু প্ৰিন্সিপ ১.০৩ ১.০৩ ০.৯৪ ০.৮২ ০.৯৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চৌদি আৰৱ ১.০৫ ১.০৪ ১.২৯ ১.০৬ ১.১৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেনেগাল ১.০৩ ১.০১ ০.৯৮ ০.৮৮ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছাৰ্বিয়া ১.০৭ ১.০৭ ০.৭ ০.৯৫ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছেচেল্লেচ ১.০৩ ১.০৫ ১.০৮ ০.৫৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছিয়েৰা লিয়ন ১.০৩ ০.৯৬ ০.৯২ ০.৮৪ ০.৯৪ ১.০২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছিংগাপুৰ ১.০৮ ১.০৮ ০.৯৫ ০.৮ ০.৯৫ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  শ্ল'ভাকিয়া ১.০৫ ১.০৫ ০.৯৯ ০.৬ ০.৯৪ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  শ্ল’ভেনিয়া ১.০৭ ১.০৬ ১.০২ ০.৬৪ ০.৯৫ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  চল’মন দ্বীপপুঞ্জ ১.০৫ ১.০৪ ১.০২ ০.৯ ১.০২ ১.০৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছোমালিয়া ১.০৩ ০.৭২ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  দক্ষিণ আফ্ৰিকা ১.০২ ১.০২ ০.৬৯ ০.৯৯ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  স্পেইন ১.০৭ ১.০৬ ১.০১ ০.৭২ ০.৯৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  শ্ৰীলংকা ১.০৪ ১.০৪ ০.৯৬ ০.৮৭ ০.৯৭ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছুদান ১.০৫ ১.০৪ ১.০১ ১.০৭ ১.০৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছুৰিনাম ১.০৭ ১.০৪ ০.৯৯ ০.৭৬ ০.৯৯ ১.০৮
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  স্বাজিলেণ্ড ১.০৩ ১.০২ ০.৯৩ ০.৫৯ ০.৯৫ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছুইডেন ১.০৬ ১.০৬ ১.০৩ ০.৭৯ ০.৯৮ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছুইজাৰলেণ্ড ১.০৫ ১.০৮ ১.০২ ০.৭১ ০.৯৭ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ছিৰিয়া ১.০৬ ১.০৬ ১.০৫ ০.৮৯ ১.০৫ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  টাইৱান ১.০৯ ১.০৮ ১.০২ ০.৯৪ ১.০২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তাজিকিস্তান ১.০৫ ১.০৪ ০.৯৮ ০.৭৪ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তাঞ্জানিয়া ১.০৩ ০.৯৭ ০.৭৮ ০.৯৮ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  থাইলেণ্ড ১.০৫ ১.০৫ ০.৯৮ ০.৮৩ ০.৯৮ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  টিমুৰ লেষ্টে ১.০৫ ১.০৩ ১.০৪ ০.৯১ ১.০৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তগ’ ১.০৩ ১.০১ ০.৯৬ ০.৬৫ ০.৯৭ ১.০২
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  টংগা ১.০৫ ১.০৪ ০.৯৯ ০.৭১ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ট্ৰিনিদাদ আৰু ট'বেগ'‎ ১.০৩ ১.০৫ ১.০৫ ০.৭৫ ১.০২ ১.০৪
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তুনিছিয়া ১.০৭ ১.০৭ ১.০১ ০.৮৭ ১.০১ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তুৰস্ক ১.০৫ ১.০৫ ১.০২ ০.৮৪ ১.০২ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তুৰ্কমেনিস্তান ১.০৫ ১.০২ ০.৯৮ ০.৭৭ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  তুৰ্কছ আৰু কেইকছ দ্বীপপুঞ্জ ১.০৫ ১.০৪ ১.১ ০.৯৫ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  টুভালু ১.০৫ ১.০৪ ০.৯৬ ০.৫৯ ০.৯৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  উগাণ্ডা ১.০৩ ১.০১ ১.০১ ০.৭১ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ইউক্ৰেইন ১.০৬ ১.০৬ ০.৯২ ০.৫ ০.৮৬ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  সংযুক্ত আৰৱ আমিৰাত ১.০৫ ১.০৫ ২.৭৪ ১.৮২ ২.১৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  যুক্তৰাজ্য ১.০৫ ১.০৫ ১.০৩ ০.৭৬ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  আমেৰিকা যুক্তৰাষ্ট্ৰ ১.০৫ ১.০৪ ১.০০ ০.৭৫ ০.৯৭ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ভাৰ্জিন দ্বীপপুঞ্জ ১.০৬ ১.০৩ ০.৮৮ ০.৮২ ০.৯ ১.০৬
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  উৰুগুৱে ১.০৪ ১.০৩ ০.৯৯ ০.৬৭ ০.৯৫ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  উজবেকিস্তান ১.০৬ ১.০৫ ০.৯৯ ০.৭৫ ০.৯৯ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ভানুৱাটু ১.০৫ ১.০৪ ১.০৪ ১.০৬ ১.০৪ ১.০৭
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ভেনিজুৱেলা ১.০৫ ১.০৩ ০.৯৭ ০.৮ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ভিয়েটনাম ১.০৭ ১.০৮ ০.৯৯ ০.৬৩ ০.৯৮ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  ৱাল্লিচ আৰু ফুটুনা ১.০৫ ১.১১ ০.৮৩ ১.০১
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পশ্চিম বেংক ১.০৬ ১.০৫ ১.০৫ ০.৭১ ১.০৪ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  পশ্চিম চাহাৰা ১.০৪ ১.০৩ ০.৯৭ ০.৭৩ ০.৯৯
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  য়েমেন ১.০৫ ১.০৪ ১.০৩ ০.৯২ ১.০৩ ১.০৫
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জাম্বিয়া ১.০৩ ১.০১ ০.৭ ১.০৩
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা  জিম্বাৱৱে ১.০৩ ১.০২ ০.৮১ ০.৭৮ ০.৯১ ১.০২

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নলবাৰী জিলাআহোম-মোগলৰ সংঘৰ্ষলোক-সংগীতআত্মসহায়ক গোটদ্বিতীয় বিশ্বযুদ্ধচন্দ্ৰপ্ৰভা শইকীয়ানীমণিপুৰইৰানঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅৰুণোদইআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাআন্তৰ্জাতিক নাৰী দিৱসভূগোলফিজিৰ শ্ৰুতিকথাঅসমীয়া ভাষালক্ষ্মীনাথ বেজবৰুৱাঅসমৰ চাহ জনগোষ্ঠীবাবৰকুচিয়া মাছদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাশিৱসাগৰৰ শিৱদৌলহীৰেন ভট্টাচাৰ্যভিটামিনমহাদেশসংখ্যাঅশোক ফুলঢেকীয়াখোৱা বৰনামঘৰসদৌ অসম ছাত্ৰ সন্থাঅসমীয়া লিপিৰ বুৰঞ্জীমানৱতাবাদকপৌ ফুলএচিদ বৰষুণৰঘুনাথ চৌধাৰীনিউয়ৰ্ক মহানগৰভাৰত-চীন যুদ্ধসংস্কৃতিসাঁচিপাতৰাজনৈতিক দলঅসমৰ সাহিত্যিকসকলৰ তালিকামহাসাগৰনৰেন্দ্ৰ মোদীব্যক্তিত্বগান্ধীবাদঅসম গণ পৰিষদজৈৱ বৈচিত্ৰ্যপ্ৰজ্ঞাতাৰানামঘোষাউপেন্দ্ৰনাথ গোস্বামীদৰ্শনবুৰঞ্জীকাৰেঙৰ লিগিৰীচন্দ্ৰগুপ্ত মৌৰ্যভাৰতৰ ৰাষ্ট্ৰপতিভাৰত ত্যাগ আন্দোলনসিন্ধু সভ্যতাডিয়েগ' মাৰাড'নাচ্যু-কা-ফামুদ্ৰাফুলগুৰি ধেৱাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাসংঘাতভাৰত-ইউৰোপীয় ভাষা পৰিয়ালনীলমণি ফুকন (কনিষ্ঠ)চৰাইপ্ৰদূষণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমুদ্ৰা বজাৰএপ্ৰিলশক্তি🡆 More