অষ্ট্ৰিয়া

অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্‌ষ্টাইন আছে। অষ্ট্ৰিয়া মূলত আল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।

অষ্ট্ৰিয়া গণৰাজ্য
Republik Österreich  (German)
অষ্ট্ৰিয়া অষ্ট্ৰিয়া
ৰাষ্ট্ৰীয় সঙ্গীত
  • Land der Berge, Land am Strome  (German)
  • Land of Mountains, Land by the River

অষ্ট্ৰিয়া-ৰ অৱস্থান
অষ্ট্ৰিয়া-ৰ অৱস্থান
 অষ্ট্ৰিয়াৰ অৱস্থান  (ডাঠ সেউজীয়া)

– ইউৰোপৰ মেপত  (সেউজীয়া & ডাঠ ধূসৰ)
– ইউৰোপীয় সংঘৰ মেপত  (সেউজীয়া)  —  [Legend]

ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ভিয়েনা
48°12′N 16°21′E / 48.2°N 16.35°E / 48.2; 16.35
ৰাষ্ট্ৰভাষা (সমূহ) জাৰ্মান [a]
জনগোষ্ঠীসমূহ (২০১২)
  • ৮১.১% অষ্ট্ৰিয়ান
  • ২.৭% জাৰ্মান
  • ২.২% তুৰ্কী
  • ১৪% অন্যান্য / বিশেষীকৰণ নকৰা
জাতীয়তাসূচক বিশেষণ অষ্ট্ৰিয়ান
মাটিকালি
 -  মুঠ ৮৩,৮৭৯ বৰ্গ কিমি (115th)
৩২,৩৮৫.৮৬ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৭ (১,৪২৬ বৰ্গ কিমি)
জনসংখ্যা
 -  2015 আনুমানিক ৮৬,০২,১১২'"`UNIQ--ref-০০০০০০০১-QINU`"' (৯৪th)
জিডিপি (পিপিপি) 2015 আনুমানিক
 -  মুঠ $402.420 billion 
 -  জনমুৰি $47,031 
জিডিপি (নামমাত্ৰ) 2015 আনুমানিক
 -  মুঠ $380.555 billion 
 -  জনমুৰি $44,475 
জিনি সহগ? (2011) 26.3 
মানৱ উন্নয়ন সূচক (2013) 0.881 (21st)
মুদ্ৰা Euro (€)[b] (EUR)
সময় অঞ্চল CET (ইউটিচি+01)
 -  গ্ৰীষ্মকালীন (ডিএছটি) CEST (ইউটিচি+02)
গাড়ী চলোৱা হয় right
ইণ্টাৰনেট টিএলডি .at[c]
কলিং ক'ড ++43

অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাই জাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাই ইউৰোপীয় ইউনিয়নৰ সদস্য হিচাপে আছে।

অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।

নামাকৰণ

জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যত্ৰিভুজমুহাম্মাদআগ্নেয়গিৰিমাৰ্চগান্ধীবাদটকা (বাদ্য)ভেঁকুৰপদ্মনাথ গোহাঞি বৰুৱাকোচ ৰাজবংশীকথা কবিতাফুলচীনহাড়জিকিৰসাহিত্য সমালোচনাজোনবিল মেলাগীতি-ৰামায়ণজন গণ মনৰাভা জনগোষ্ঠীপথৰুঘাটৰ ৰণশৰৎ ঋতুঅম্বিকাগিৰি ৰায়চৌধুৰীৱিকিমিডিয়া ফাউণ্ডেশ্যনশিশু সাহিত্যচৰাইদেউ জিলালুই পেষ্ট'ৰনবীনচন্দ্ৰ বৰদলৈগণৰাজ্য দিৱস (ভাৰত)কামৰূপ জিলামণিপুৰআকবৰমৃত্যুঞ্জয়ভট্টদেৱৰ গদ্যশৈলীকাৰেঙৰ লিগিৰীজামুগুৰিহাটবড়ো চুক্তি ২০২০মাটিহীৰেন গোহাঁইবুলু ফিল্মমানচিত্ৰআত্মজীৱনীদেৱকান্ত বৰুৱাবহনক্ষম উন্নয়নৰ লক্ষ্যদৰ্শনজোনাকী (আলোচনী)স্বাভাৱিক সংখ্যাহাবুংদুৰ্গা পূজালোক-সংগীতখনিকৰ (নাট)ধেমাজিভাৰতৰ উপৰাষ্ট্ৰপতিশকুন্তলা (চলচ্চিত্ৰ)পৰ্যটনসতী সাধনীকোষ (জীৱবিজ্ঞান)পিম্পৰা গুচোৱাঅসমৰ শাক-পাচলিৰ তালিকাকিতাপআনন্দ চন্দ্ৰ আগৰৱালাপৰিৱেশ অধ্যয়নএককোষী জীৱবিপৰীতাৰ্থক শব্দআহোম-মোগলৰ সংঘৰ্ষইয়াত এখন অৰণ্য আছিলআন্তৰ্জাতিক শ্ৰমিক দিৱসআনন্দৰাম ঢেকিয়াল ফুকননগাঁও (লোকসভা সমষ্টি)প্ৰাগজ্যোতিষপুৰযুগ্ম সংখ্যানৱবিধা ভক্তিপোহৰপাতভানুমতীডিব্ৰুগড় বিশ্ববিদ্যালয়🡆 More