বৎচোৱানা: আফ্ৰিকা মহাদেশৰ এখন দেশ

বৎচোৱানা (ইংৰাজী: Botswana) আফ্ৰিকা মহাদেশৰ দক্ষিণাংশত অৱস্থিত এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ১৯৬৬ চনত ই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।

Republic of Botswana
Lefatshe la Botswana  (Tswana)
বৎচোৱানা: আফ্ৰিকা মহাদেশৰ এখন দেশ বৎচোৱানা: আফ্ৰিকা মহাদেশৰ এখন দেশ
নীতিবাক্য
"Pula!" (Tswana)
"Rain"
ৰাষ্ট্ৰীয় সঙ্গীত
Fatshe leno la rona  (Tswana)
Blessed Be Our Noble Land

[[Image:
বৎচোৱানা: আফ্ৰিকা মহাদেশৰ এখন দেশ
বৎচোৱানা: আফ্ৰিকা মহাদেশৰ এখন দেশ
|250px |center |Botswana-ৰ অৱস্থান]]
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
গাব'ৰনে
ৰাষ্ট্ৰভাষা (সমূহ)
জনগোষ্ঠীসমূহ (2012)
  • 79% Tswana
  • 11% Kalanga
  • 3% San
  • 7% Others (includes Kgalagadi, Indian, and White)
জাতীয়তাসূচক বিশেষণ
  • Batswana (plural)
  • Motswana (singular)
চৰকাৰ Unitary dominant-party parliamentary constitutional republic
 -  President Mokgweetsi Masisi
 -  Vice-President Slumber Tsogwane
 -  National Assembly Speaker Phandu Skelemani
 -  Chief Justice Terence Rannowane
Independence from the United Kingdom 
 -  Established (Constitution) 30 September 1966 
মাটিকালি
 -  মুঠ ৫,৮১,৭৩০ বৰ্গ কিমি (47th)
২,২৪,৬১০ বৰ্গ মাইল 
 -  জলভাগ (%) ২.৭ (১৫,৭০৭ বৰ্গ কিমি)
জনসংখ্যা
 -  2018 আনুমানিক ২২,৫৪,০৬৮'"`UNIQ--ref-০০০০০০০৬-QINU`"''"`UNIQ--ref-০০০০০০০৭-QINU`"' (১৪৫th)
 -  ২০১১ লোকপিয়ল ২০,২৪,৯০৪ 
জিডিপি (পিপিপি) 2019 আনুমানিক
 -  মুঠ $39.848 billion 
 -  জনমুৰি $18,113 
জিডিপি (নামমাত্ৰ) 2019 আনুমানিক
 -  মুঠ $17.197 billion 
 -  জনমুৰি $7,817 
জিনি সহগ? (2015) 53.3 
মানৱ উন্নয়ন সূচক (2019) 0.735 (100th)
মুদ্ৰা Pula (BWP)
সময় অঞ্চল Central Africa Time (GMT+2)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় left
ইণ্টাৰনেট টিএলডি .bw
ৱেবচাইট
www.gov.bw
কলিং ক'ড ++267

হীৰা আৰু অন্যান্য খনিজাত সম্পদে বৎচোৱানাক আফ্ৰিকাৰ অন্যতম ধনী দেশলৈ পৰিণত কৰেছে। দেশখনৰ অধিকাংশ এলাকা শুষ্ক আৰু কৃষিৰ অনুপযোগী। বৎচোৱানাৰ মধ্য আৰু দক্ষিণ-পশ্চিমভাগৰ অধিকাংশ অঞ্চল জুৰি কালাহাৰি মৰুভূমি অৱস্থিত। দেশখনত প্ৰাণীবিলাকৰ বাবে বহুতো অভয়াৰণ্য আছে।

স্বাধীনতাৰ পিছৰে পৰা বৎচোৱানাত স্থিতিশীল গণতন্ত্ৰ বিৰাজমান। এজন নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে দেশখন শাসন কৰে। গাবোৰোন হ'ল দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী। ইংৰেজী দেশখনৰ চৰকাৰী ভাষা হ'লেও বেছিভাগ মানুহেই বাণ্টু ভাষাত কথা পাতে।

তথ্য সংগ্ৰহ

Tags:

আফ্ৰিকাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মোৱামৰীয়া বিদ্ৰোহপথেৰ পাঁচালীশ্ৰীমদ্ভগৱতগীতাব্যাকৰণঅনুবাদথমাছ আলভা এডিচনচি++কলিতা জনগোষ্ঠীভাৰতৰ ইতিহাসমাধৱদেৱশ্ৰীনিবাস ৰামানুজনকছাৰী ৰাজ্যঅসম বিধানসভাখামটি জনগোষ্ঠীকানাই বৰশী বোৱা শিলালিপিমানচিত্ৰপ্ৰকৃতিহীৰেন গোহাঁইঅংকীয়া নাটসংস্কৃত ভাষাকলঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাশীতল যুদ্ধদেউৰী জনগোষ্ঠীঅসম সাহিত্য সভাধৰ্মৰামধেনুমংগোলিয়াঅমিয় কুমাৰ ভূঞাবৰপেটাঅসমৰ সমস্যাআগ্নেয়গিৰিউৎপাদন (অৰ্থনীতি)পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰশকুন্তলাশুৱালকুছিঅসমীয়া লোক-সংস্কৃতিমাঘ বিহুআহোম-মোগলৰ সংঘৰ্ষনৰনাৰায়ণ২৭ এপ্ৰিলহুমায়ুনৰ সমাধিক্ষেত্ৰইন্দ্ৰব্ৰহ্মগুপ্তগাখীৰজ'মাট'বহল ব্যাকৰণউগ্ৰতাৰা দেৱালয়লোকভাষানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯নিমাতী কইনাভবেন্দ্ৰ নাথ শইকীয়ালাচিত বৰফুকনভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহসিন্ধু সভ্যতাঢ়পদ (ব্যাকৰণ)স্বাভাৱিক সংখ্যাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনবৰপেটা (লোকসভা সমষ্টি)অসমীয়া শিশু আলোচনীসমূহৰ তালিকাগৰু বিহুব্ৰজাৱলী ভাষাচলচ্চিত্ৰভাৰতৰ ৰাষ্ট্ৰপতিঘৰনিৰ্মলপ্ৰভা বৰদলৈপঞ্চায়তী ৰাজঅসমীয়া জাতিউপভাষাজোৰোণঅসমৰ বনৌষধিবেণুধৰ শৰ্মা🡆 More