মিটাৰ

মিটাৰ (আন্তৰ্জাতিক বানান metre বা আমেৰিকান বানান meter) গ্ৰীক বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে measure জোখ লোৱা, হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m। শূন্যস্থানত পোহৰে 1/299 792 458 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। ১৭৯৩ চনত বিষুৱ ৰেখাৰ পৰা উত্তৰ মেৰুৰ দূৰত্বৰ ১০ মিলিয়নভাগৰ এভাগ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল। ১৭৯৯ চনত ইয়াক প্ৰট'টাইপ মিটাৰ বাৰৰ সহায়ত পুনৰবাৰ সংজ্ঞাবদ্ধ কৰা হয় (১৮৮৯ চনত প্ৰকৃত বাৰডাল সলনি কৰা হৈছিল)। ১৯৬০ চনত ক্ৰিপ্টন-৮৬ ৰ নিৰ্গমন লাইনৰ তৰংগদৈৰ্ঘ্যৰ সহায়ত পুনৰবাৰ সংজ্ঞা আগবঢ়োৱা হৈছিল। ১৯৮৩ চনত বৰ্তমানৰ সংজ্ঞাটো আগবঢ়োৱা হয়। এক ইঞ্চি হৈছে ০.০২৫৪ মিটাৰ (২.৫৪ ছেণ্টিমিটাৰ বা ২৫.৪ মিলিমিটাৰ)।

মিটাৰ
একক পদ্ধতি এছ আই একক
কিহৰ একক দৈৰ্ঘ্য
সংকেত m 
একক পৰিৱৰ্তন
১ m ... পদ্ধতিত ...ৰ সমান
   এছ আই একক    
   ইম্পেৰিয়েল একক    ≈  yd
 ≈  ft
 ≈  in 
   নটিকেল একক    ≈  nmi 

বানান

Metre হৈছে মেট্ৰিক এককত ব্যৱহাৰ কৰিব পৰা দৈৰ্ঘ্যৰ একক (ইংৰাজী ব্যৱহাৰ কৰা প্ৰায় সকলো দেশতে)। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফিলিপাইনছে meter ব্যৱহাৰ কৰে। জোখ মাখ কৰা যন্ত্ৰসমূহে (যেনে-এমিটাৰ, স্পীডমিটাৰ) "-meter" ব্যৱহাৰ কৰে( ammeter, speedometer)।

ব্যুৎপত্তি

গ্ৰীক কৰ্তা μετρέω (metreo) (জোখ লোৱা, বা তুলনা) আৰু বিশেষ্য μέτρον (metron) হৈছে metre শব্দৰ মূল। লেটিন (metior, mensura), ফৰাচী (mètre, mesure) আৰু ইংৰাজীতো এনেধৰণৰ ব্যৱহাৰ আছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মিটাৰ বানানমিটাৰ ব্যুৎপত্তিমিটাৰ তথ্য সংগ্ৰহমিটাৰ বাহ্যিক সংযোগমিটাৰআন্তৰ্জাতিক একক পদ্ধতিউত্তৰ মেৰুছেকেণ্ডবিষুৱ ৰেখা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া কবিতাশিৱশব্দআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিলিংগ (জৈৱিক)সেউজ গৃহ প্ৰভাৱঅসমৰ চিত্ৰকলাৰ ইতিহাসপৰিৱেশ অধ্যয়নসমাজতত্ত্বনলিনীবালা দেৱীউপভাষামনালিছামহা মৃত্যুঞ্জয় মন্দিৰঅসমৰ জাতীয় গীতৰজনীগন্ধাপুথিভঁৰালঅসমৰ বনৌষধিব্যৱস্থাপনাভাওনাগুণমালাঅসমভীমৰাও ৰামজী আম্বেদকাৰঅলিম্পিকশিক্ষাৰ অধিকাৰৰজনীকান্ত বৰদলৈপালি ভাষাযোগ দৰ্শনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভাষাবিজ্ঞানঅসমৰ পৰম্পৰাগত সাজ-পাৰমিৰি জীয়ৰীকেতেকী ফুলমৰুভূমিকাৰ্বি জনগোষ্ঠীৰাজিয়া চুলতানাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাওজাপালিসংবিধান দিৱস (ভাৰত)শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাযতীন গোস্বামীঅসমৰ কাঁহ শিল্পভাৰত-ইউৰোপীয় ভাষা পৰিয়ালসৌৰজগতনাট্য শাস্ত্ৰপূৰবী বৰমুদৈমণিৰাম দেৱানখেৰাইসংঘাতঅৰ্থব্যৱস্থাকাৰ্ল মাৰ্ক্সসন্ধিভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাযতীন বৰানীলমণি ফুকন (জ্যেষ্ঠ)কনকলতা বৰুৱাৰাষ্ট্ৰসংঘ দিৱসজিকিৰখামটি ভাষামৌ-মাখিমহামায়া ধামপদ্মনাথ গোহাঞি বৰুৱান'বেল বঁটাঅসম আন্দোলনথমাছ আলভা এডিচনআহোম ৰাজ্যচাচনি মেৰবিলআকবৰজলবায়ুবতৰ🡆 More