বৃহৎ প্ৰবাল প্ৰাচীৰ

বৃহৎ প্ৰবাল প্ৰাচীৰ (ইংৰাজী: Great Barrier Reef) হৈছে ২,৯০০ গাইগুটিয়া প্ৰবাল প্ৰাচীৰ আৰু ৯০০ দ্বীপেৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰৰ শৃংখল। এই শৃংখলটোৰ কালি প্ৰায় ৩,৪৪,৪০০ বৰ্গ কি.মি.

(3.444×1011 বৰ্গ মিটাৰ)। এই সাগৰ অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ প্ৰবাল সাগৰ (Coral Sea)-ত অৱস্থিত।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
বৃহৎ প্ৰবাল প্ৰাচীৰ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
The Great Barrier Reef lies off the coast of Queensland
The Great Barrier Reef lies off the coast of Queensland
দেশ অষ্ট্ৰেলিয়া
ধৰণ প্ৰকৃতিক
মাপকাঠি vii, viii, ix, x
উদ্ধৃতি 154
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেচিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮১ (পঞ্চম অধিবেশন)

বৃহৎ প্ৰবাল প্ৰাচীৰ মহাকাশৰ পৰাও দেখা পোৱা যায়। জীৱৰ দ্বাৰা নিৰ্মিত ইয়েই বিশ্বৰ সৰ্ববৃহৎ আকাৰ। এই প্ৰবাল প্ৰাচীৰসমূহ লাখ লাখ প্ৰবাল পলিপ (coral polyps) নামৰ ক্ষুদ্ৰাকৃতিৰ জীৱই গঠন কৰিছে। এই প্ৰাচীৰসমূহ জৈববৈচিত্ৰ্যৰ দিশৰ পৰা অতি চহকী। ১৯৮১ চনত এই প্ৰাচীৰসমুহক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ মৰ্য্যদা প্ৰদান কৰা হয়। বিশ্বৰ প্ৰাকৃতিক আশ্চৰ্য্যসমূহৰ ভিতৰত ইয়ো অন্যতম।

এই প্ৰবাল প্ৰাচীৰৰ এক বৃহৎ অংশ Great Barrier Reef Marine Park-ৰ অন্তৰ্ভুক্ত আৰু সংৰক্ষিত।

বৃহৎ প্ৰবাল প্ৰাচীৰসমুহে সন্মুখীন হোৱা ভাবুকি সমূহৰ ভিতৰত অত্যধিক মাছ ধৰা, পৰ্য্যটন, জলবায়ু পৰিবৰ্তন আদিয়ে প্ৰধান। ২০১২ চনত প্ৰকাশিত এক গৱেষণাৰ তথ্য অনুসৰি ১৯৮৫ চনৰ পৰা সেইসময়লৈ এই প্ৰাচীৰৰ কালি আধালৈ হ্ৰাস পাইছে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

বৃহৎ প্ৰবাল প্ৰাচীৰ  ৱিকিমিডিয়া কমন্সত Great Barrier Reef সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বসন্ত ঋতুআকবৰসৌৰভ কুমাৰ চলিহাএইচ টি এম এলভাৰতৰ উচ্চতম ন্যায়ালয়মানৱ ভূগোলপাটকাইৰ ইপাৰে মোৰ দেশবিষ্ণুৰাম মেধিআহোম ধৰ্মসংস্কৃত ভাষাওড়িয়া ভাষাচৈয়দ আব্দুল মালিকঅগ্নিগড়আউনীআটী সত্ৰছক্ৰেটিছঅসমৰ চাহ জনগোষ্ঠীজাভাঅসমৰ চলচ্চিত্ৰগৰুনাগাৰা নামজোনাকী (আলোচনী)অসমীয়া লোক-সংস্কৃতিপ্ৰাক-ইতিহাসগান্ধীবাদলোক-সংগীতবৰপেটা (লোকসভা সমষ্টি)ছট পূজামুখমৈথুনঅসম আৰক্ষীহৰপ্পাকাঞ্চন (উপন্যাস)স্বৰাজঅসমীয়া জাতিআৰৱ সাগৰঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীআল্লাহকমলাবাৰী সত্ৰযৌন সংক্ৰামক ৰোগধৰ্মনীলমণি ফুকন (জ্যেষ্ঠ)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামোৰো এটা সপোন আছেবিদ্যুৎপুষ্টিকাৰকউমাচল শিলালিপিমৰাণ জনগোষ্ঠীৰাভা জনগোষ্ঠীবিশ্ব মেলেৰিয়া দিৱসএণ্ড্ৰইডসত্যনাথ বৰাবুলু ফিল্মশামুকমহেশ্বৰ নেওগপ্ৰজ্ঞাগগনামহামায়া ধামৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসছাইমন কমিশ্যনউদাৰনৈতিকতাবাদনুৰ জাহান (মোগল সম্ৰাজ্ঞী)শ্ৰী সূৰ্য পাহাৰসেউজ গৃহ প্ৰভাৱপিঠাবিহুৰ খাদ্যপ্ৰদূষণগৰীয়সীদশৰথঅসমীয়া গীতি সাহিত্যভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহসংস্কৃতি🡆 More