ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ (ইংৰাজী: Digital object identifier) বা DOI হৈছে ইলেক্ট্ৰনিক নথিপত্ৰ বা প্ৰকাশন চিনাক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচন (International Organization for Standardization, চমুকৈ ISO)ৰ দ্বাৰা প্ৰত্যায়িত কৰা এটা নিৰ্দিষ্ট সংখ্যা। এই নম্বৰৰ সৈতে নথিটোৰ সৈতে জড়িত বিভিন্ন মেটাডাটা সংলগ্ন কৰা হয়। এই মেটাডাটাত নথিটোৰ অৱস্থান, যেনে নথিটো বিচাৰি পোৱা ইউআৰএল (URL) বা ৱেব ঠিকনা ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। কোনো এটা নথিৰ মেটাডাটা সলনি হ'ব পাৰে যদিও তাৰ doi সংখ্যা অপৰিৱৰ্তনীয়। যিকোনো এটা নথি (যেনে কিতাপ বা লেখা) এটা doi নম্বৰৰ দ্বাৰা চিনাক্ত কৰা বা আঙুলিয়াই দিয়াটো কেৱল এটা ইউআৰএল (URL) লৈ আঙুলিয়াই দিয়াতকৈ বহুত বেছি নিৰ্ভৰযোগ্য। কাৰণ ইউআৰএল সহজে সলনি হ’ব পাৰে, আৰু তাৰ ফলত নথিটো বিচাৰি পোৱাটো কঠিন হৈ পৰে। কিন্তু যদি এটা doi নম্বৰ থাকে, প্ৰকাশকে তেতিয়া কেৱল doi নম্বৰৰ মেটাডাটাৰ পৰা ইউআৰএল আপডেট কৰিব পাৰে।

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
Acronym DOI
Organisation International DOI Foundation
Introduced ২০০০; ২৪ বছৰ  আগতে (2000)
Example 10.1000/182
Website www.doi.org

ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে। এই ব্যৱস্থাটো বিকশিত আৰু নিয়ন্ত্ৰণৰ বাবে কাম কৰা কেইবাটাও সংস্থা আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচনে ৰক্ষণাবেক্ষণ আৰু পথ প্ৰদৰ্শন কৰে। ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অম্বুবাচীপানীঅয়নান্ত (গ্ৰন্থ)জানমণি (২০১১ চলচ্চিত্ৰ)বাথৌ পূজাইয়াত এখন অৰণ্য আছিলযোৰহাট (লোকসভা সমষ্টি)লক্ষ্মীনাথ ফুকনমৃদুলা বৰুৱাগুণাভিৰাম বৰুৱাঅসমৰ শাক-পাচলিৰ তালিকাসুবাসনা দত্তযৌন সংগমভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবাত বিষঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ পৰম্পৰাগত সাজ- পাৰমাইকেল মধুসূদন দত্তড়ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনকুলধৰ শইকীয়াপ্ৰাকৃতিক সম্পদকেৰেলা (ৰাজ্য)বগীবিল দলংমেখেলা চাদৰদৰং জিলাছুনামিমৰিয়নিমহামায়া ধামগণতন্ত্ৰপ্ৰাকৃতিক দুৰ্যোগজাতীয়তাবাদমিয়া খলিফাজোনবিৰি (অলংকাৰ)মহাকালনতুন শৰাইঘাট দলংফাকুৱামানৱ শৰীৰকৰম পূজাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাগুৱাহাটী বিশ্ববিদ্যালয়ৰাজ্যসভাআনন্দ চন্দ্ৰ আগৰৱালাকম্পিউটাৰদাঁতনীলিম কুমাৰহোমেন বৰগোহাঞিৱিকিতথ্যঅসম আৰক্ষীগাখীৰদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানমণিৰাম দেৱান (চলচ্চিত্ৰ)অসমীয়া ব্যাকৰণভ্ৰমণ সাহিত্যজলকীয়ামূলা গাভৰুআহোম-মোগলৰ সংঘৰ্ষদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাগোলকীয় উষ্ণতা বৃদ্ধিবৰপেটা (লোকসভা সমষ্টি)অসমীয়া যুক্তাক্ষৰভূপেন হাজৰিকা সেতুপদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকাঅসমীয়া লোক-সংস্কৃতিনবীনচন্দ্ৰ বৰদলৈসখিয়তীঅসমৰ জিলাসমূহআহোম ভাষাভাৰতৰ সংবিধানহিমালয়মিচিং নৃত্য আৰু গীত মাতনৰেন্দ্ৰ মোদী🡆 More