ফ'বিয়া

ফ'বিয়া (ইংৰাজী: Phobia) হʼল অস্বাভাৱিক ভয়, যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়, আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে। ই এক ধৰণৰ মানসিক অসুখ। উদাহৰণস্বৰূপে কʼব পাৰি পইতাচোঁৰা উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে। প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফ'বিয়া। আন আন অসুখৰ দৰে ফ'বিয়াৰো নেপথ্যত কিছু কাৰণ থাকে। ৱঅধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে। ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে। আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যত মালিতাচুটিগল্পদৈনিক অসমঅনুৰাধাৰ দেশঅংকীয়া নাটদেওপাহাৰএমিবাঅসমীয়া ভাষা আন্দোলনদশাৱতাৰযোৰহাট জিলাইউনিয়ন বেংক অৱ ইণ্ডিয়াকামৰূপ জিলাবিজয় (অভিনেতা)চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াকাঞ্চন (উপন্যাস)অসমীয়া ভাষাৰ শব্দসম্ভাৰবিশ্ব বাণিজ্য সংস্থাঅসমৰ লোকবাদ্যসুমিত্ৰা চৰত ৰামফলৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবুঢ়ী আইৰ সাধুনাগৰিকত্বগোলোকচন্দ্ৰ গোস্বামীনাথ-যোগী সম্প্ৰদায়ভাৰতৰ প্ৰধানমন্ত্ৰীপ্ৰশান্ত মহাসাগৰজৈন ধৰ্মবিহু নৃত্যসত্ৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাসৌৰভ কুমাৰ চলিহাবিশ্ব থিয়েটাৰ দিৱসমৌলানা আব্দুল হামিদ খান ভাসানীঅৰ্থনীতিজেৰুজালেমনাহৰৰাজ্যসভাগোলকীয় উষ্ণতা বৃদ্ধিফৰাচী বিপ্লৱভূপেন হাজৰিকাৰ সাহিত্যতিৱা জনগোষ্ঠীঅভিধানভক্তি ৰত্নাৱলীআমেৰিকা যুক্তৰাষ্ট্ৰভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যশৰৎচন্দ্ৰ গোস্বামীগুপ্ত সাম্ৰাজ্যভাষা-বিজ্ঞান (গ্ৰন্থ)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাএকচেটীয়া বজাৰবেণুধৰ শৰ্মাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমুহাম্মাদৰজনীকান্ত বৰদলৈবিঘাৰামধেনু (আলোচনী)লোকসভাৰ অধ্যক্ষধ্ৰুৱবাদভাৰতীয় ৰিজাৰ্ভ বেংকজীৱনীনলিনীবালা দেৱীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদালোকবিশ্বাসকোৰআনপিয়লি বৰুৱাহীৰেন গোহাঁইWhat is A Dscr Loan?ৰম্বাছকোচ ৰাজবংশীসত্ৰীয়া নৃত্যলেখকআৰ্যভট্ট🡆 More