পেশী তন্ত্ৰ

পেশী তন্ত্ৰ (ইংৰাজী: Muscular system) হৈছে কংকালীয় পেশী, মৃসন পেশী আৰু হৃদ পেশীৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ অংগ তন্ত্ৰ। পেশী তন্ত্ৰই দেহৰ সঞ্চালন, শৰীৰৰ অৱস্থান নিয়ন্ত্ৰণ, আৰু তেজৰ চলাচল কৰোৱাই। মেৰুদণ্ডী প্ৰাণীৰ পেশী তন্ত্ৰ স্নায়ু তন্ত্ৰই নিয়ন্ত্ৰণ কৰে, যদিও কিছুমান পেশী (যেনে- হৃদ পেশী) স্বয়ংক্ৰিয়। পেশী তন্ত্ৰ আৰু কংকাল তন্ত্ৰৰ সন্মিলনত পেশীয়কংকাল তন্ত্ৰ গঠন হয়, যিয়ে দেহৰ সঞ্চালন কৰোৱাই।

পেশী তন্ত্ৰ
পেশী তন্ত্ৰ
মানুহৰ পেশী
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা মাছকুলেৰি
TA98 A04.0.00.000
A04.6.02.001
A04.7.02.001
TA2 1975
FMA 72954
দেহতাত্ত্বিক পৰিভাষা

পেশী

পেশী তিনি প্ৰকাৰৰ: কংকালীয় পেশী, হৃদ পেশী, আৰু মৃসন পেশী। পেশীয়ে শক্তি প্ৰদান, ভাৰসাম্য ৰক্ষা, দেহৰ অৱস্থান, সঞ্চালন আৰু দেহটো গৰম কৰি ৰাখিবলৈ তাপ উপলব্ধ কৰোৱাই।

  • কংকালীয় পেশী: কংকালীয় পেশীবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে। ইহঁতৰ বেছিভাগেই ঐচ্ছিক পেশী। ইহঁতৰ ঐচ্ছিক স্নায়ু তন্ত্ৰই নিয়ন্ত্ৰণ কৰে। মানৱ দেহত প্ৰায় ৬৩৯ সংখ্যক কংকালীয় পেশী আছে।
  • হৃদ পেশী: হৃদ পেশীৰ পেশীয় আঁহবোৰ এডাল আনডালৰ লগত পাৰ্শীয়ভাৱে সংযুক্ত হৈ থাকে। এই পেশীবোৰ স্বয়ংক্ৰিয় যদিও স্বয়ং নিয়ন্ত্ৰিত নহয়। ইহঁতক স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰৰ দ্বাৰা প্ৰভাৱিত ছাইনাছ নডবোৰে নিয়ন্ত্ৰণ কৰে।
  • মৃসন পেশী: মৃসন পেশীবোৰ স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰই প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে আৰু ইহঁত অনৈচ্ছিক অৰ্থাৎ ইহঁতক ইচ্ছমতে সঞ্চালন কৰিব নোৱাৰি। হৃদস্পন্দন আৰু হাওঁফাওঁৰ পেশীৰোৰো অনৈচ্ছিক কিন্তু মৃসন পেশী নহয়।

তথ্য সংগ্ৰহ

Tags:

অংগ তন্ত্ৰইংৰাজীকংকাল তন্ত্ৰমেৰুদণ্ডীস্নায়ু তন্ত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ধানপাঠ পৰিকল্পনালক্ষ্মীনন্দন বৰামেখেলা চাদৰকালিদাসধতুৰাঅসমৰ মাছঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমীয়া প্ৰতিদিনছ'ভিয়েট সংঘফাকুৱাবাল্মীকিঅশ্বিনী কুমাৰ বৰুৱাখেৰাইকাৰ্বি জনগোষ্ঠীটুক্ৰেশ্বৰী দেৱালয়জাতি লাউবেটুপাতহুঁচৰিকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকৰ্কট ৰোগসাহিত্যৰ সমাজতত্ত্বৰুবুল মাউতঋতুমৈদামনীলপৱন বৰুৱাপদ্মধৰ চলিহানাটকশব্দ (অভিধান)আলেকজেণ্ডাৰ গ্ৰাহাম বে'লকোচ ৰাজবংশভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅৰুণোদইপ্ৰদূষণহিমবাহঅসমত দেখা চৰাইবোৰআলাবৈৰ ৰণগোলাঘাটচন্দ্ৰকান্ত অভিধানমৌলিক সংখ্যাকছাৰী ৰাজ্যমিকী মাউছকাল সংহতিএ পি জে আব্দুল কালামবিহুৰ সাজ-পোচাক আৰু অলংকাৰশ্ৰীমদ্ভগৱতগীতাঅংকীয়া নাটচকলংকথা কবিতালোকাচাৰহেম সৰস্বতীৰংঘৰদিখৌ নদীবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমৰ মুখা শিল্পবিষ্ণুৰাম মেধিবিষুৱ ৰেখাখনিকৰ (নাট)বৰাক উপত্যকাঅসমীয়া কবিতাযতীন গোস্বামীতেজপঞ্চভুজতেজপুৰলোকভাষাপানীবুৰঞ্জীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাপৰিৱেশ অধ্যয়নজয়সাগৰ পুখুৰীভাৰতৰ স্বাধীনতা আন্দোলনউত্তৰ-পূব ভাৰতগৱেষণাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰজনীকান্ত বৰদলৈঅৰ্জুন ভঞ্জন🡆 More