পেশী তন্ত্ৰ

পেশী তন্ত্ৰ (ইংৰাজী: Muscular system) হৈছে কংকালীয় পেশী, মৃসন পেশী আৰু হৃদ পেশীৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ অংগ তন্ত্ৰ। পেশী তন্ত্ৰই দেহৰ সঞ্চালন, শৰীৰৰ অৱস্থান নিয়ন্ত্ৰণ, আৰু তেজৰ চলাচল কৰোৱাই। মেৰুদণ্ডী প্ৰাণীৰ পেশী তন্ত্ৰ স্নায়ু তন্ত্ৰই নিয়ন্ত্ৰণ কৰে, যদিও কিছুমান পেশী (যেনে- হৃদ পেশী) স্বয়ংক্ৰিয়। পেশী তন্ত্ৰ আৰু কংকাল তন্ত্ৰৰ সন্মিলনত পেশীয়কংকাল তন্ত্ৰ গঠন হয়, যিয়ে দেহৰ সঞ্চালন কৰোৱাই।

পেশী তন্ত্ৰ
পেশী তন্ত্ৰ
মানুহৰ পেশী
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা মাছকুলেৰি
TA98 A04.0.00.000
A04.6.02.001
A04.7.02.001
TA2 1974
FMA 72954
দেহতাত্ত্বিক পৰিভাষা

পেশী

পেশী তিনি প্ৰকাৰৰ: কংকালীয় পেশী, হৃদ পেশী, আৰু মৃসন পেশী। পেশীয়ে শক্তি প্ৰদান, ভাৰসাম্য ৰক্ষা, দেহৰ অৱস্থান, সঞ্চালন আৰু দেহটো গৰম কৰি ৰাখিবলৈ তাপ উপলব্ধ কৰোৱাই।

  • কংকালীয় পেশী: কংকালীয় পেশীবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে। ইহঁতৰ বেছিভাগেই ঐচ্ছিক পেশী। ইহঁতৰ ঐচ্ছিক স্নায়ু তন্ত্ৰই নিয়ন্ত্ৰণ কৰে। মানৱ দেহত প্ৰায় ৬৩৯ সংখ্যক কংকালীয় পেশী আছে।
  • হৃদ পেশী: হৃদ পেশীৰ পেশীয় আঁহবোৰ এডাল আনডালৰ লগত পাৰ্শীয়ভাৱে সংযুক্ত হৈ থাকে। এই পেশীবোৰ স্বয়ংক্ৰিয় যদিও স্বয়ং নিয়ন্ত্ৰিত নহয়। ইহঁতক স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰৰ দ্বাৰা প্ৰভাৱিত ছাইনাছ নডবোৰে নিয়ন্ত্ৰণ কৰে।
  • মৃসন পেশী: মৃসন পেশীবোৰ স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰই প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে আৰু ইহঁত অনৈচ্ছিক অৰ্থাৎ ইহঁতক ইচ্ছমতে সঞ্চালন কৰিব নোৱাৰি। হৃদস্পন্দন আৰু হাওঁফাওঁৰ পেশীৰোৰো অনৈচ্ছিক কিন্তু মৃসন পেশী নহয়।

তথ্য সংগ্ৰহ

Tags:

অংগ তন্ত্ৰইংৰাজীকংকাল তন্ত্ৰমেৰুদণ্ডীস্নায়ু তন্ত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

সালোক সংশ্লেষণঅসমৰ জাতীয় গীতপ্ৰান্তিকঅপভ্ৰংশমৌখিক লোকসাহিত্যঅৰূপ কুমাৰ দত্তচৰিত পুথিআহোম ৰাজবংশঅন্ধবিশ্বাসমানৱ ভূগোলগৌতম বুদ্ধবেঙেনাআটী সত্ৰকালিৰাম মেধিপালি ভাষাফেইচবুকচৰক সংহিতামৰুভূমিখোলব্যৱস্থাপনাব’হাগবেদান্তদুৰ্গাবৰ কায়স্থগোলাঘাট জিলাকাৰেংঘৰগীতাৱলী ৰাজকুমাৰীহনুমানকবিতাৰঙিয়াব্ৰহ্মপুত্ৰ নদধঁপাতঅসমৰ জিলাসমূহনাৰী সবলীকৰণমহাভাৰতসাঁচিপাতঅনুৰাধা শৰ্মা পূজাৰীঅনুৰাধাৰ দেশশংকৰী সংস্কৃতিঅসমৰ কাঁহ শিল্পগীতি-ৰামায়ণউপভাষাঅণুবীক্ষণ যন্ত্ৰমহাসাগৰচৰাইবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসংখ্যামৌখিক পৰম্পৰাতুলসী পূজন দিৱসমনোবিজ্ঞানমৃত্যুঞ্জয়নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অসম উপত্যকা সাহিত্য বঁটাশ্ৰীকৃষ্ণকীৰ্তনপৰ্যাবৃত্ত তালিকাগাঁও পঞ্চায়তসংঘাতজণ্ডিছঅব্যয় পদঅসম আৰক্ষীজুনা গীতপুৰাণঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাঅসমীয়া ভাষাৰ শব্দসম্ভাৰসাম্যবাদব্ৰিটিছ ৰাজপাৰ চৰাইহাড়ঋণাত্মক অখণ্ড সংখ্যাজনপ্ৰব্ৰজনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপ্ৰাক-ইতিহাসকলিকতা বিশ্ববিদ্যালয়দীৰ্ঘেশ্বৰী দেৱালয়অশোকৰ অনুশাসননাগৰিকত্ব🡆 More