কাস্পিয়ান সাগৰ

কাস্পিয়ান সাগৰ (ৰুছ: Каспи́йское мо́ре, tr.

(1,43,200 বৰ্গ মাইল) আৰু আয়তন সাঁচ:Convert/km3৷ এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই (endorheic basin-no outflows)৷ কাস্পিয়ান সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত৷

কাস্পিয়ান সাগৰ
কাস্পিয়ান সাগৰ
The Caspian Sea as captured by the MODIS on the orbiting Terra satellite, June 2003
স্থানাংক 41°40′N 50°40′E / 41.667°N 50.667°E / 41.667; 50.667 50°40′E / 41.667°N 50.667°E / 41.667; 50.667
প্ৰকাৰ Endorheic, Saline, Permanent, Natural
Primary inflows Volga River, Ural River, Kura River, Terek River

Historically: Amu Darya

Primary outflows Evaporation
Catchment area 36,26,000 বৰ্গ কি.মি. (14,00,000 বৰ্গ মাইল)
Basin countries Azerbaijan, Iran, Kazakhstan, Russia, Turkmenistan

Historically also Uzbekistan

Max. length ১,০৩০ কিমি
Max. width ৪৩৫ কিমি
Surface area 3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল)
Average depth ২১১ মিটাৰ
Max. depth ১,০২৫ মিটাৰ
Water volume সাঁচ:Convert/km3
Residence time 250 years
Shore length1 ৭,০০০ কিমি
Surface elevation -২৮ মিটাৰ
Islands 26+
Settlements Baku (Azerbaijan), Rasht (Iran), Aktau (Kazakhstan), Makhachkala (Russia), Türkmenbaşy (Turkmenistan) (see article)
References
1 Shore length is not a well-defined measure.

এই সাগৰৰ উত্তৰ-পূবে কাজাখাস্তান , উত্তৰ-পশ্চিমে ৰাছিয়া, পশ্চিমে এজাৰবাইজান (Azerbaijan), দক্ষিণে ইৰাণ আৰু দক্ষিণ-পূবত তুৰ্কমেনিস্তান (Turkmenistan)৷ কাস্পিয়ান সাগৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) ৰ পূবে আৰু কেন্দ্ৰীয় এছিয়াৰ পশ্চিমে অৱস্থিত৷ এই সাগৰৰ উত্তৰৰ অংশ যাক কাস্পিয়ান অৱনমন (Caspian Depression) বুলি জনা যায়, পৃথিৱীৰ আটাইতকৈ গভীৰ (the lowest points on Earth) অংশসমূহৰ ভিতৰত অন্যতম৷

কাস্পিয়ান সাগৰৰ প্ৰাচীন অধিবাসীসকলে এই সাগৰৰ বৃহদাকাৰৰ বাবে ইয়াক হ্ৰদ বুলি নাভাৱি সাগৰ বুলি গণ্য কৰিছিল৷ এই সাগৰৰ লোণৰ মাত্ৰা প্ৰায় 1.2% (12 গ্ৰাম/লিটাৰ),যি প্ৰায়বোৰ সাগৰীয় পানীতকৈ এক তৃতীয়াংশহে লুণীয়া৷

তথ্যসূত্ৰ

Tags:

en:Help:IPA/Russianফাৰ্চী ভাষাৰুছ ভাষা

🔥 Trending searches on Wiki অসমীয়া:

পদ্মনাথ গোহাঞি বৰুৱাচীনআহোম জনগোষ্ঠীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডচি এছ এছশিৱচিৰ চেনেহী মোৰ ভাষা জননীসৌৰজগতনিৰুপমা বৰগোহাঞিঅসমীয়া প্ৰতিদিনঅসমৰ জনগোষ্ঠীকেশৱ মহন্তপাঁচালীবতৰচিলাৰায়ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসজাপানবাঁহসূৰ্যঅংকআধুনিকতাবাদপদাৰ্থৰ অৱস্থাম’বাইল ফোনহনুমান জয়ন্তীহস্তীবিদ্যাৰ্ণৱৰূপালীমচৰকাৰৰাধাগোবিন্দ বৰুৱাফকৰা যোজনাহোমেন বৰগোহাঞিপুঁজিবাদনিৰ্মলপ্ৰভা বৰদলৈঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাধুবুৰী (লোকসভা সমষ্টি)বক ফুলপৃথিৱীধেমাজিনামঘৰৰবীন্দ্ৰনাথ ঠাকুৰউৎসৱঅনুৰাধাৰ দেশঅসমীয়া লিপিৰ বুৰঞ্জীকাৰাটেদধীচিউপন্যাসগান্ধীবাদভাৰতীয় দৰ্শনপ্ৰথম বিশ্বযুদ্ধকমলাবাৰী সত্ৰঅসম সাহিত্য সভা২৪ এপ্ৰিলব্যাকৰণভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যডাকৰ বচনউপেন্দ্ৰনাথ গোস্বামীআৰবী ভাষাজৱাহৰলাল নেহৰুমাধৱ কন্দলিৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া বৰ্ণমালাদুৰ্গাবৰ কায়স্থৰংঘৰস্বামী বিবেকানন্দবেদঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহনাৰীবাদভাৰতীয় ভাষামহিম বৰাহৰি-হৰ যুদ্ধআঁহতঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাসাম্যবাদভাস্কো দা গামা🡆 More