কলেষ্টেৰল

কলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড) নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।

কলেষ্টেৰল
Chemical structure of cholesterol
Ball-and-stick model of cholesterol
নামসমূহ
IUPAC নাম
(3β)-cholest-5-en-3-ol
প্ৰণালীবদ্ধ IUPAC নাম
(3S,8S,9S,10R,13R,14S,17R)-10,13-dimethyl-17-[(2R)-6-methylheptan-2-yl]-2,3,4,7,8,9,11,12,14,15,16,17-dodecahydro-1H-cyclopenta[a]phenanthren-3-ol
আন নাম
Cholesterin, Cholesteryl alcohol
সূচক
CAS Number
3D model (JSmol)
ChEBI
ChEMBL
ChemSpider
ECHA InfoCard 100.000.321
IUPHAR/BPS
KEGG
PubChem CID
UNII
CompTox Dashboard (EPA)
বৈশিষ্ট্যসমূহ
ৰাসায়নিক গঠন
C27H46O
আণৱিক ভৰ 386.65 g/mol
ৰূপ বগা স্ফটিক পাউদাৰ
ঘনত্ব 1.052 g/cm3
গলনাংক 148 ৰ পৰা 150 °C (298 ৰ পৰা 302 °F; 421 ৰ পৰা 423 K)
উতলাংক 360 °C (680 °F; 633 K) (decomposes)
পানীত দ্ৰৱণীয়তা
1.8 mg/L (30 °C)
দ্ৰৱণীয়তা এচিট'ন, বেঞ্জিন, ক্ল'ৰ'ফৰ্ম, ইথানল, ইথাৰ, হেক্সেন, মিথানলত দ্ৰৱণীয়
Magnetic susceptibility (χ)
-284.2·10−6 cm3/mol
Hazards
Flash point 209.3 ±12.4 °C
Except where otherwise noted, data are given for materials in their standard state (at 25 °C [77 °F], 100 kPa).
☑Y verify (what is ☑Y☒N ?)
Infobox references

কলেষ্টেৰলে ষ্টেৰইড হৰম'ন, পিত্তৰস আৰু ভিটামিন ডিৰ জৈৱীয় উৎপাদনত পূৰ্বৰূপ হিচাপে ভাগ লয়। কলেষ্টেৰল সকলো প্ৰাণীয়ে উৎপন্ন কৰা মুখ্য ষ্টেৰল। মেৰুদণ্ডী প্ৰাণীৰ দেহত যকৃতৰ কোষে আটাইতকৈ বেছি কলেষ্টেৰল উৎপন্ন কৰে। প্ৰকোষকেন্দ্ৰীয় (বেক্টেৰিয়া আৰু আৰ্কিয়া) জীৱত ই অনুপস্থিত। মাইক'প্লাজমা বেক্টেৰিয়াই বৃদ্ধিৰ বাবে কলেষ্টেৰল ব্যৱহাৰ কৰাৰ দৰে দুই-এটা ব্যতিক্ৰমো দেখা যায়।

François Poulletier de la Salle নামৰ বিজ্ঞানীজনে ১৭৬৯ চনত প্ৰথমবাৰ পিত্ত পাথৰত কঠিন ৰূপৰ কলেষ্টেৰল আৱিষ্কাৰ কৰে। ইয়াৰ পাছত ১৮১৫ চনত Michel Eugène Chevreul নামৰ ৰসায়নবিদজনে যৌগবিধৰ নাম "cholesterine" ৰাখে।

শৰীৰতত্ব

সকলো প্ৰাণীৰ বাবে কলেষ্টেৰল অত্যাৱশ্যকীয়। সকলো প্ৰানী কোষে এক জটিল ৩৭টা ধাপৰ প্ৰক্ৰিয়াৰে কলেষ্টেৰল প্ৰস্তুত কৰিব পাৰে। প্ৰথম ১৮টা ধাপ ষ্টেটিন নামৰ ঔষধে বাধা দিয়া mevalonate বা HMG-CoA reductase pathway। ইয়াৰ পাছত উৎপন্ন হোৱা -ক কলেষ্টেৰললৈ পৰিৱৰ্তন কৰিবলৈ ১৯তা ধাপ লাগে।

৬৮ কিলোগ্ৰাম ওজনৰ এজন পুৰুষে সাধৰাণতে দিনে প্ৰায় ১ গ্ৰাম (১০০০ মি:গ্ৰা:) কলেষ্টেৰল উৎপন্ন কৰে। তেওঁৰ দেহত প্ৰায় ৩৫ গ্ৰাম কলেষ্টেৰল থাকে; ইয়াৰে বেছিভাগ কোষ আৱৰণত থাকে।

তথ্য সংগ্ৰহ

Tags:

এলক'হলষ্টেৰইড

🔥 Trending searches on Wiki অসমীয়া:

ভূৱন মোহন বৰুৱালুৰিন জ্যোতি গগৈনাৰীবাদগুগলকৰড়সাপজৱাহৰলাল নেহৰুবিত্তীয় ব্যৱস্থাএহাত ডাবাকৃত্ৰিম বুদ্ধিমত্তানীতি আয়োগসংখ্যাভাৰতৰ নিৰ্বাচন আয়োগg987zনেতাই ধুবুনী ঘাটঅসম গণ পৰিষদবুৰঞ্জীবিশেষ শিক্ষাঅসমীয়া খাদ্যাভ্যাসছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)পাৰিপাৰ্শ্বিক সংঘাতশক্তিবৃত্তআকবৰভাৰতীয় জাতীয় কংগ্ৰেছআন্তৰ্জাতিক শ্ৰমিক দিৱসজীৱনীমৰাণ জনগোষ্ঠীঢেঁকীভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগস্বদেশী আন্দোলনসাহিত্যদৈনিক বাতৰিমাৰ্ঘেৰিটা মহকুমাচিত্ৰা মণ্ডলসত্যনাথ বৰাৰুক্মিণী হৰণ নাটপ্ৰদূষণলখিমপুৰ জিলাপৰিসংখ্যাকাৰেংঘৰৱিকিমিডিয়া ফাউণ্ডেশ্যনফকৰা যোজনাসমাজতত্ত্ববাংলাদেশআউনীআটী সত্ৰকোচ ৰাজবংশস্বাভাৱিক সংখ্যাতথ্যগড়গাঁওঅন্তৰীপ (উপন্যাস)শ্ৰীমদ্ভগৱতগীতাগোৱালপৰীয়া লোকগীতভাৰতৰ স্বাধীনতা আন্দোলনবেদভাওনানামনি অসমমালিতামহেন্দ্ৰ বৰাসংযুক্ত মুক্তি বাহিনী, অসমফলৰ তালিকাবহনক্ষম উন্নয়নৰ লক্ষ্যশিক্ষাবৰপেটাআজান পীৰশেলাইহীৰেন ভট্টাচাৰ্যবিহুগীত🡆 More