এমিন’ এছিড

এমিন’ এছিড (ইংৰাজী: Amino acid) হৈছে প্ৰটিন যৌগ গঠনৰ মৌলিক একক। ৰসায়ন বিজ্ঞানত ইয়াক জৈৱ-ৰসায়ন বিভাগত অধ্যয়ন কৰা হয়। বহুসংখ্যক এমিন’ এছিড বিশেষ ৰাসায়নিক বান্ধনি (পেপটাইড্ বান্ধনি)-ৰে লগ লাগি একোটা বৃহৎ প্ৰটিন যৌগৰ সৃষ্টি কৰে। প্ৰাকৃতিকভাৱে জীৱদেহত মূলত ২০ ধৰণৰ এমিন’ এছিড পোৱা যায়।

এমিন’ এছিড
এমিন’ এছিডৰ সাধাৰণ চিত্ৰ

এমিন’ এছিডৰ গঠন

এমিন’ এছিড 
এটা এমিন’ এছিড (গ্লাইচিন)

সকলো ধৰণৰ এমিন’ এছিড মূলত কাৰ্বন (C), অক্সিজেন (O) আৰু নাইট্ৰজেনৰ দ্বাৰা গঠিত। অৱশ্যে কিছুমান এমিন’ এছিডত ছালফাৰ (S)-ও পোৱা যায় (যেনে- চিষ্টাইন)। এমিন’ এছিডসমূহৰ গঠনত কাৰ্বক্সিল(-COOH) আৰু এমিন’(-NH2) কাৰ্যকৰী মূলকৰ উপস্থিতিয়ে ইয়াক আম্লিক আৰু ক্ষাৰকীয় গুন প্ৰদান কৰে। এনেদৰে আম্লিক আৰু ক্ষাৰকীয় গুন প্ৰদৰ্শন কৰা যৌগসমূহক এম্ফটেৰিক বা উভয়ৰ্ধমী যৌগ বোলা হয়।

অনা-অপৰিহাৰ্য আৰু অপৰিহাৰ্য এমিন’ এছিড

এমিন’ এছিড 
নাইজেৰিয়াৰ বিয়াফ্ৰা যুদ্ধত কোৱাছিওৰকৰ ৰোগৰ দ্বাৰা অক্ৰান্ত এটি শিশু

মানুহ তথা উচ্চস্তৰৰ প্ৰাণীসমূহে আত্মসংশ্লেষণৰ দ্বাৰা শৰীৰৰ বাবে মাত্ৰ দহ বিধ এমিন’ এছিড সংশ্লেষণ কৰিব পাৰে। এই এমিন’ এছিডসমূহক অনা-অপৰিহাৰ্য এমিন’ এছিড বোলা হয়। শৰীৰৰ বাবে প্ৰয়োজনীয় বাকী দহবিধ এমিন’ এছিডক অপৰিহাৰ্য এমিন’ এছিড বোলা হয়। অপৰিহাৰ্য এমিন’ এছিডৰ অভাৱে শৰীৰত বিভিন্ন ৰোগ (যেনে- কোৱাছিওৰকৰ ৰোগ) সৃষ্টি কৰে।

২০ বিধ এমিন’ এছিড

মানুহৰ ক্ষেত্ৰত অপৰিহাৰ্য - অনা অপৰিহাৰ্য এমিন’ এছিডসমূহ

অপৰিহাৰ্য অনা-অপৰিহাৰ্য *
হিষ্টিডাইন এলানিন
অইচলিউচিন আৰ্জেনিন*
লিউচিন এচপাৰটিক এছিড
লাইছিন চিষ্টাইন*
মিথিওনিন গ্লুটামিক এছিড
ফিনাইলএলানিন গ্লুটামাইন*
থ্ৰিওনিন গ্লাইচিন*
ট্ৰিপ্ত'ফেন প্ৰলিন*
ভেলিন ছিৰিণ*
টাইৰ'ছিন*
এছপাৰাজাইন*

(*) কিছুমান ক্ষেত্ৰত অপৰিহাৰ্য

তথ্য সংগ্ৰহ

Tags:

এমিন’ এছিড ৰ গঠনএমিন’ এছিড অনা-অপৰিহাৰ্য আৰু অপৰিহাৰ্য এমিন’ এছিড ২০ বিধ এমিন’ এছিড তথ্য সংগ্ৰহএমিন’ এছিডইংৰাজী ভাষাপ্ৰটিন

🔥 Trending searches on Wiki অসমীয়া:

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানআমএৰী ৰেচমপিঠামানুহসেউজ গৃহ প্ৰভাৱঅসমৰ পৰম্পৰাগত সাজ-পাৰশ্ৰীমদ্ভগৱতগীতাসূৰ্যকুমাৰ ভূঞাবিয়া নামহেমকোষবৈচাগুঅসীমত যাৰ হেৰাল সীমাভলিবলঅসমীয়া লোকসাহিত্যভাৰতনগেন শইকীয়ামিচিং জনগোষ্ঠীৰ সাজপাৰমৌ-মাখিচৰকাৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰযোগেশ দাসবিশ্বকোষমণিৰাম দেৱানআহোম জনগোষ্ঠীনীলমণি ফুকন (জ্যেষ্ঠ)বড়ো জনগোষ্ঠীভাৰত-আৰ্য ভাষা পৰিয়ালস্বৰাজশিক্ষকভাৰতত মহিলাৰ স্বাস্থ্যব্যাকৰণজামুগুৰিহাটহিমবাহপৰ্যাবৃত্ত তালিকাযৌন সংগমমৃণাল কলিতানেপোলিয়ন বোনাপাৰ্টবৰগীতশাল গছআইজাক নিউটনৰামধেনুলোক-সংগীতপঞ্চায়তী ৰাজমোৰ জীৱন সোঁৱৰণপদ্মনাথ গোহাঞি বৰুৱাগোৱালপাৰা জিলাহাবুংনাৰীবুৰঞ্জী সাহিত্যপতঞ্জলিৰ যোগসূত্ৰপৰ্যটনপ্ৰথম বিশ্বযুদ্ধব্যষ্টিবাদী অৰ্থনীতিমিচিং জনগোষ্ঠীকাৰ্বি জনগোষ্ঠীঅসমৰ বাঁহ-বেতৰ শিল্পশদিয়াবহনক্ষম উন্নয়নৰ লক্ষ্যচৰ্যাপদভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসংঘাতআহোম-মোগলৰ সংঘৰ্ষবিশ্ব স্বাস্থ্য সংস্থাবংগ বিভাজন (১৯০৫)আন্তৰ্জাতিক মানৱ অধিকাৰ আইনমৃত্যুঞ্জয়ফুলগুৰি ধেৱাৰাজিয়া চুলতানাপৰম্পৰাপুৰাণনাগৰিকত্বঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫🡆 More