পদাৰ্থ বিজ্ঞান

পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। বুনিয়াদী বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান অন্যতম আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰিঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰা।

পদাৰ্থ বিজ্ঞান
বিভিন্ন ভৌতিক পৰিঘটনাৰ উদাহৰণ

পদাৰ্থ বিজ্ঞান প্ৰাচীন বিদ্যায়তনিক বিষয়সমূহৰ ভিতৰত অন্যতম। সম্ভৱতঃ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্ভুক্তিৰ ফলস্বৰূপে ই প্ৰাচীনতম বিদ্যায়তনিক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। শেষৰ দুটা সহস্ৰাব্দলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ কিছুসংখ্যক শাখা প্ৰাকৃতিক দৰ্শনৰ অংশ আছিল যদিও ১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ সময়ছোৱাত এই প্ৰাকৃতিক বিজ্ঞানসমূহ সিহঁতৰ নিজস্ব অধিকাৰত একক অনুসন্ধান প্ৰয়াস হিচাপে জ্ঞাত হয়।

টোকা

তথ্যসূত্ৰ


বাহ্যিক সংযোগ

Tags:

ইংৰাজীগতিবলশক্তি

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ লোকবাদ্যযৌন সংগমভাৰতৰ ইতিহাসভাৰতৰ সংৰক্ষণ ব্যৱস্থাসংঘাতভগৱানবৰপেটা (লোকসভা সমষ্টি)বনফুলঠেঙ্গাল কছাৰী জনগোষ্ঠীঅসমীয়া গালি-গালাজমিচিং জনগোষ্ঠীপোৱামক্কাহলায়ুধদ্য টাইমছ অৱ ইণ্ডিয়াবিশ্বকোষবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যতাল (বাদ্যযন্ত্ৰ)মৰুভূমিমনোমতীদাঁতচামগুৰি সত্ৰপঞ্চায়তী ৰাজমহা মৃত্যুঞ্জয় মন্দিৰআজান পীৰমিজোৰামজন গণ মনআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডএডৱাৰ্ড জেনাৰবানপানীৰঘুনাথ চৌধাৰীশিৱসাগৰৰ শিৱদৌলভট্টদেৱনামচিংপাইথেগাৰাছবিশ্ব বাণিজ্য সংস্থাচৰিত পুথিভেঁকুৰমদন কামদেৱ দেৱালয়দিখৌ নদীপাইক প্ৰথালক্ষ্মীনন্দন বৰাকনকলতা বৰুৱাবাঁহী (আলোচনী)চৰকাৰডিব্ৰুগড় জিলাচীনৰামধেনুৰজনীকান্ত বৰদলৈবিশেষ শিক্ষাচিলাৰায়সোণোৱাল কছাৰীজৈন ধৰ্মদেওপাহাৰফলৰ তালিকাজল সংৰক্ষণমুদ্ৰাআকবৰপাইথাগোৰাছৰ উপপাদ্যইলিয়াডক্ষজামুগুৰিহাটতিনিচুকীয়া জিলাঅসমীয়া গীতি সাহিত্যভাৰত ত্যাগ আন্দোলনঅণুবীক্ষণ যন্ত্ৰউদাৰনৈতিকতাবাদলভিতাভবেন্দ্ৰ নাথ শইকীয়া২৭ এপ্ৰিললক্ষ্যধৰ চৌধুৰীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লমণিপুৰআইদেউ সন্দিকৈ🡆 More